ভাৰত ৰত্ন

এই পৃষ্ঠাটো আন ভাষাত উপলব্ধ নহয়।

(আগৰ 20 টা) () (20 | 50 | 100 | 250 | 500) চাওক
  • Thumbnail for ভাৰত ৰত্ন
    ভাৰত ৰত্ন (হিন্দী: भारत रत्न, ইংৰাজী অনুবাদ জুৱেল অৱ ইণ্ডিয়া বা জেম অৱ ইণ্ডিয়া) ভাৰত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান।জাতি, বৃত্তি, পদবী বা লিংগৰ পাৰ্থক্য...
  • Thumbnail for এম এছ চুব্বালক্ষ্মী
    এম এছ চুব্বালক্ষ্মী (শ্ৰেণী ভাৰত ৰত্ন বঁটা বিজয়ী)
    প্ৰসাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ১৯৯৮ চনত ভাৰত চৰকাৰে ভাৰতৰ শ্ৰেষ্ঠতম বঁটা ভাৰত-ৰত্ন বঁটাৰে সন্মানিত কৰে। চুব্বালক্ষ্মী এগৰাকী প্ৰখ্যাত অভিনেত্ৰীৰূপেও...
  • Thumbnail for পুৰুষোত্তম দাস টেণ্ডন
    পুৰুষোত্তম দাস টেণ্ডন (শ্ৰেণী ভাৰত ৰত্ন বঁটা বিজয়ী)
    সদায় জনসাধাৰণৰ স্বাৰ্থক আগস্থান দিছিল, যাৰ এনে ত্যাগৰ বাবে ভাৰত চৰকাৰে তেওঁক ১৯৬১ চনত ভাৰত ৰত্ন উপাধিৰে বিভূষিত কৰিছিল। তেওঁ মদন মোহন মালৱীয়ৰ কাৰণে কিছুদিন...
  • Thumbnail for এম জি ৰামচন্দ্ৰন
    এম জি ৰামচন্দ্ৰন (শ্ৰেণী ভাৰত ৰত্ন বঁটা বিজয়ী)
    (ইংৰাজী: M. G. Ramachandran; ১৯০৪-১৯৮৭) অকুণ্ঠ দেশসেৱাৰ বাবে ১৯৮৮ চনত ভাৰত চৰকাৰে ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰে। ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ যুটীয়া সম্পাদক...
  • পাণ্ডুৰাংগ বমন কানে (শ্ৰেণী ভাৰত ৰত্ন বঁটা বিজয়ী)
    পাণ্ডুৰাংগ বমন কানে(ইংৰাজী: Pandurang Vaman Kane) (১৮৭৫-১৯৫০) ভাৰত-ৰত্ন বঁটা বিজয়ী আছিল। তেওঁ মহাৰাষ্ট্ৰৰ প্ৰাচীন ভূগোল লেখন আৰু সম্পাদনা কৰিছিল। ১৯৪২...
  • Thumbnail for ধন্দ কেশৱ কৰ্ৱে
    ধন্দ কেশৱ কৰ্ৱে (শ্ৰেণী ভাৰত ৰত্ন বঁটা বিজয়ী)
    ১৯৫৮ চনত তেওঁৰ ১০০তম জন্মদিনত ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। ভাৰত ৰত্ন লাভ কৰা ধন্দ কেশৱ কৰ্ৱে আটাইতকৈ বয়সস্থ ব্যক্তি। ভাৰতীয় জনসাধাৰণে...
  • Thumbnail for ৰাজেন্দ্ৰ প্ৰসাদ
    ৰাজেন্দ্ৰ প্ৰসাদ (শ্ৰেণী ভাৰত ৰত্ন বঁটা বিজয়ী)
    আৰু ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সক্ৰিয় অংশ গ্ৰহণকাৰী আছিল। তেওঁৰ নিষ্ঠা আৰু চৰম ত্যাগৰ দেশ সেৱাৰ বাবে ১৯৬২ চনত ভাৰত চৰকাৰে তেওঁক ভাৰত-ৰত্ন উপাধিৰে বিভূষিত...
  • Thumbnail for জয়প্ৰকাশ নাৰায়ণ
    জয়প্ৰকাশ নাৰায়ণ (শ্ৰেণী ভাৰত ৰত্ন বঁটা বিজয়ী)
    দেশ তথা জনতাৰ নামত নিজকে উছৰ্গা কৰা এই লোকনায়ক গৰাকীক ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটাৰে ১৯৯৯ চনত বিভূষিত কৰিছিল। ১৯৩০-৩২ চনত তেওঁ কংগ্ৰেছ...
  • Thumbnail for কুমাৰ স্বামী কামৰাজ নাদাৰ
    কুমাৰ স্বামী কামৰাজ নাদাৰ (শ্ৰেণী ভাৰত ৰত্ন বঁটা বিজয়ী)
    Nadar) (১৯০৩-১৯৭৫) ১৯৭৬ চনত ভাৰত-ৰত্ন সন্মানেৰে সন্মানিত হোৱা বিশিষ্ট ব্যক্তিগৰাকী হৈছে কুমাৰা স্বামী কামৰাজ নাদাৰ। ভাৰত ৰাজনৈতিক আৰু সামাজিক দিশলৈ তেওঁৰ...
  • বিনোৱা ভাৱে (শ্ৰেণী ভাৰত ৰত্ন বঁটা বিজয়ী)
    গান্ধীৰ প্ৰধান শিষ্য ভাবেৰ প্ৰতি শ্ৰদ্ধা জনাই ভাৰত চৰকাৰে তেওঁক ১৯৮৩ চনত ভাৰতৰ সৰ্ব্বোচ্চ সন্মান ভাৰত-ৰত্ন প্ৰদান কৰিছিল। ইয়াৰ উপৰি আচাৰ্য বিনোৱা ভাবেই...
  • Thumbnail for চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী
    চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী (শ্ৰেণী ভাৰত ৰত্ন বঁটা বিজয়ী)
    চনৰ পৰা তেওঁ ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী আৰু ১৯৫২ চনৰ পৰা ১৯৫৪ চনলৈ তেওঁ আছিল তামিলনাডুৰ মুখ্যমন্ত্ৰী। ১৯৫৪ চনত ভাৰত চৰকাৰে তেওঁক ভাৰত-ৰত্ন উপাধিৰে সন্মানিত...
  • Thumbnail for গোবিন্দ বল্লভ পণ্ট
    গোবিন্দ বল্লভ পণ্ট (শ্ৰেণী ভাৰত ৰত্ন বঁটা বিজয়ী)
    স্বাধীনতা যুঁজাৰু আছিল। তেওঁ ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী হৈ কাৰ্য-নিৰ্বাহ কৰিছিল। তেওঁৰ বিৰল প্ৰতিভাৰ বাবে ভাৰত চৰকাৰে ১৯৫৭ চনত ভাৰত-ৰত্ন সন্মানেৰে সন্মানিত কৰিছিল।...
  • Thumbnail for ভগৱান দাস
    ভগৱান দাস (শ্ৰেণী ভাৰত ৰত্ন বঁটা বিজয়ী)
    হিংসাত্মক ঘটনাক প্ৰতিহত কৰিবলৈ প্ৰতিবাদ কৰিছিল। ১৯৫৫ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন প্ৰদান কৰিছিল। "About Us—Mahatma Gandhi Kashi Vidyapith...
  • Thumbnail for বিধান চন্দ্ৰ ৰয়
    বিধান চন্দ্ৰ ৰয় (শ্ৰেণী ভাৰত ৰত্ন বঁটা বিজয়ী)
    এগৰাকী চিকিৎসক ৰয়ে আইন অমান্য আন্দোলনত অংশ গ্ৰহণ কৰিছিল। তেখেতক ১৯৬১ চনৰ ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। তেখেতৰ মৃত্যুৰ পাছত সন্মানাৰ্থে কলকাতাৰ উপনগৰী...
  • Thumbnail for বিছমিল্লাহ খান
    বিছমিল্লাহ খান (শ্ৰেণী ভাৰত ৰত্ন বঁটা বিজয়ী)
    উপৰিও ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী, পদ্মভূষণ আৰু পদ্মবিভূষণৰে সন্মানিত কৰিছিল। এইজনা শিল্পীক ভাৰত চৰকাৰে ২০০১ চনত দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত ৰত্ন উপাধিৰে...
  • Thumbnail for ভীমসেন জোশী
    ভীমসেন জোশী (শ্ৰেণী ভাৰত ৰত্ন বঁটা বিজয়ী)
    নাটক একাডেমী ফেল'শ্বিপ অৰ্থাৎ ৰত্ন সদস্যৰ সন্মান লাভ কৰে। ২০০৯ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। তেওঁ হিন্দী, কন্নড়...
  • Thumbnail for বৰাহগিৰি ভেংকট গিৰি
    বৰাহগিৰি ভেংকট গিৰি (শ্ৰেণী ভাৰত ৰত্ন বঁটা বিজয়ী)
    স্বাধীনাত সংগ্ৰামৰ এগৰাকী মুক্তি যুঁজাৰু আছিল। ১৯৭৫ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ সন্মান ভাৰত-ৰত্ন উপাধি প্ৰদান কৰে। বৰাহগিৰি বেংকটগিৰিৰ ১৮৯৪ চনৰ ১০ আগষ্ট...
  • Thumbnail for নানাজী দেশমুখ
    নানাজী দেশমুখ (শ্ৰেণী ভাৰত ৰত্ন বঁটা বিজয়ী)
    মনোনীত হৈছিল। ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ১৯৯৯ চনত পদ্মবিভূষণ আৰু ২০১৯ চনত মৰণোত্তৰ ভাবে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে। Lok...
  • Thumbnail for অৰুণা আছফ আলি
    অৰুণা আছফ আলি (শ্ৰেণী ভাৰত ৰত্ন বঁটা বিজয়ী)
    ১৯৯১ চনত জৱাহৰলাল নেহৰু বঁটা প্ৰদান কৰা হয়। ১৯৯৭ চনত ভাৰত চৰকাৰে দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰিছিল আৰু শান্তিৰ বাবে অৰিহণা আগবঢ়োৱা...
  • Thumbnail for নেলছন মেণ্ডেলা
    নেলছন মেণ্ডেলা (শ্ৰেণী ভাৰত ৰত্ন বঁটা বিজয়ী)
    এই বাসত্তৰ বছৰীয়া জাতীয়তাবাদী নেতাগৰাকীক ১৯৯০ চনৰ বাবে ভাৰত চৰকাৰে শীৰ্ষতম বঁটা ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰে। ১৯৯৪ চনৰ পৰা নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ...
(আগৰ 20 টা) () (20 | 50 | 100 | 250 | 500) চাওক

🔥 Trending searches on Wiki অসমীয়া:

মুখমৈথুনবৃত্তপ্ৰাকৃতিক দুৰ্যোগঅসমঅৰুণোদইবাল্য বিবাহঢ়দশৰথসৰস্বতীপদাৰ্থৰ অৱস্থাচুটিগল্পভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাবিহু নৃত্যআমাৰ অসমঅসমৰ কুঁহিলা শিল্পনীলমণি ফুকন (কনিষ্ঠ)গোপীনাথ বৰদলৈহিমবাহফাট বিহুপাঁচালীকোষ (জীৱবিজ্ঞান)হেম বৰুৱাকামৰূপ জিলাচাহেবপুৰাৰ বৰষুণঅসমৰ শাক-পাচলিৰ তালিকাযোৰানামকেতেকীযোৰহাটমেজিএডল্ফ হিটলাৰমানচিত্ৰযতীন্দ্ৰ নাথ দুৱৰাঅসমৰ পৰম্পৰাগত খেল-ধেমালি২৩ এপ্ৰিলভাৰতভাষাতিৱা জনগোষ্ঠীলভিতাঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগকাৰ্ল মাৰ্ক্সগণতন্ত্ৰ২০২৪সৌৰভ কুমাৰ চলিহাসোণোৱাল কছাৰীঅসমৰ মহকুমাসমূহৰ তালিকা২৪ এপ্ৰিলজাপানগান্ধীবাদঅংকগুৱাহাটী (লোকসভা সমষ্টি)বসন্ত ৰোগজোনাকী (আলোচনী)ভট্টদেৱৰ গদ্যশৈলীসিংহঅভিধানৰাজনৈতিক দলজাপিপঞ্চায়তী ৰাজইয়াত এখন অৰণ্য আছিলআত্মজীৱনীজোনবিল মেলানিৰ্ম্মল ভকতমানৰ অসম আক্ৰমণধনশিৰি নদীউইলিয়াম শ্বেইকছপীয়েৰডিম্বেশ্বৰ নেওগভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাকছাৰী ৰাজ্যঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতঅসমৰ কাঁহ শিল্পঅসমৰ সত্ৰসমূহৰ তালিকাঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাভূমিকম্পসৰ্বানন্দ সোণোৱাল🡆 More