প্ৰবন্ধৰ অনুৰোধ

প্ৰথমতে পৰীক্ষা কৰি লওক যে আপুনি বিচৰা প্ৰবন্ধটো ৱিকিপিডিয়াত নাই:

প্ৰবন্ধৰ বাবে কেনেকৈ অনুৰোধ জনাব

তাৰ পাছত নিশ্চিত হওক যে প্ৰবন্ধটো ৱিকিপিডিয়াত অন্তৰ্ভুক্তিৰ যোগ্য। সাধাৰণতে স্বাধীন, বিশ্বাসযোগ্য উৎসত বৰ্ণনা থকা বিষয়ৰ প্ৰবন্ধ ৱিকিপিডিয়াত লিখা হয়। "বিশ্বাসযোগ্য উৎস" আৰু অন্তৰ্ভুক্তিৰ মাপকাঠি সম্পৰ্কে কেতবোৰ স্পষ্ট নিৰ্দেশনা আছে।

যদি এইখিনিলৈ ঠিক আছে তেন্তে তলৰ নিৰ্দিষ্ট বিষয়ৰ ক্ষেত্ৰলৈ যাওক আৰু শিৰোনামৰ ওচৰৰ "সম্পাদনা" টেব্‌টোত ক্লিক কৰি আপোনাৰ অনুৰোধটো লিখক। সম্ভৱ হ'লে আনে বুজাত সহায় হোৱাকৈ লিংকসহ প্ৰস্তাৱিত বিষয়টোৰ এটা চমু বিৱৰণ দিয়ক।

ম‌ই নিজে এটা প্ৰবন্ধ লিখিবলৈ বিচাৰিছোঁ।

যদি আপুনি এটা প্ৰবন্ধ লিখিছে, তেন্তে আপুনি ইয়াক সৃষ্টিৰ বাবে জমা কৰিব পাৰে। মন কৰক যে ওপৰত বৰ্ণোৱাৰ দৰে প্ৰবন্ধৰ বিষয় সম্পৰ্কে কিছুমান নিৰ্দেশনা আছে।

সম্পাদকসকলৰ বাবে

অনুগ্ৰহ কৰি এই অনুৰোধবোৰ ৰক্ষা কৰি সহায় কৰক!

  • ভুল ঠাইত থকা অনুৰোধ সঠিক ঠাইলৈ নি এই তালিকাখন সজাই ৰাখক।
  • বহু ক্ষেত্ৰত অনুৰোধ কৰা নামটোৰ বাবে আন প্ৰবন্ধলৈ পুনঃনিৰ্দেশ দিলেই কাম সিজে।
  • অনুৰোধ ৰক্ষা কৰা বিষয়ৰ নাম ইয়াৰ পৰা আঁতৰাই পেলাব লাগে। নতুন প্ৰবন্ধৰ শ্ৰেণীকৰণ নকৰাকৈ নাথাকিব আৰু চুটি লেখা হ'লে পোখালি টেগ্‌ লগাব।
চমুপথবোৰ:
WP:RA
WP:REQ
WP:REQUEST
সূচী: উপৰলৈ - ০-৯


!!!

Hello my friends greetings from Armenia. I would like you to create an article about Julius Caesar, since he is one of the most famous generals in history. It is also very important for your wikipedia because Julius Caesar's article has been translated into 190 languages. Thank you for everything.

ক্ষ

য়

Tags:

🔥 Trending searches on Wiki অসমীয়া:

সালোক সংশ্লেষণহেমকোষআনে' ফ্ৰাংকএশিঙীয়া গঁড়মৃত্যুঞ্জয়চকলংপ্ৰস্তৰ যুগইলোৰা গুহাসমূহপায়ু সংগমপাচন তন্ত্ৰমামণি ৰয়ছম গোস্বামীহীৰেন ভট্টাচাৰ্যঅসমৰ সাধুকথাকথা-ভাগৱতঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাৰামায়ণবুঢ়ী আইৰ সাধুনাথান ব্ৰাউননৱকান্ত বৰুৱাগড়মূৰ সত্ৰআনন্দৰাম ঢেকিয়াল ফুকনইণ্ডিয়ান প্ৰীমিয়াৰ লীগঅন্তৰীপ (উপন্যাস)নামঘৰএইচ টি এম এলভাৰতৰ স্বাধীনতা আন্দোলনঅসম চাহপ্লেটোশৰাইঘাটৰ যুদ্ধজৰুৰীকালীন ব্যৱস্থাপনাঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগবিহুসত্ৰমিচিং ভাষাকেঁচুকুকুৰীকণাভাৰতীয় দৰ্শনআইজাক নিউটনমদন কামদেৱ দেৱালয়গুৱাহাটীনলবাৰী জিলামাধৱদেৱগাৰো জনগোষ্ঠীতেজআমেৰিকা যুক্তৰাষ্ট্ৰবিষ্ণুআকবৰৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাপদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকাধ্ৰুৱবাদপৰিৱেশ অধ্যয়নসৌৰজগতবৰদৈচিলাআজান পীৰশিশুৰ খেল-ধেমালিবন্দে মাতৰম্‌বুদ্ধ পূৰ্ণিমাভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাঅসমৰ তামোল-পাণ সংস্কৃতিভানুমতীগগৈহোমেন বৰগোহাঞিমোৰো এটা সপোন আছেপৃথিৱীৰ বায়ুমণ্ডলচন্দ্ৰপবিতৰা অভয়াৰণ্যসোণোৱাল কছাৰীপূৰবী বৰমুদৈশিক্ষাসতীবতাহইন্দিৰা মিৰিকাৰেঙৰ লিগিৰীকুকুৰবাগৰুম্বাঅসমৰ জনগোষ্ঠীসাউদৰ পুতেকে নাও মেলি যায়ভবেন্দ্ৰ নাথ শইকীয়াঈদ-উল-ফিটৰ🡆 More