ৰুদ্ৰ কন্দলী: অসমীয়া সাহিত্যিক

ৰুদ্ৰ কন্দলী (ইংৰাজী: Rudra Kandali) প্ৰাক-শংকৰী যুগৰ এগৰাকী উল্লেখযোগ্য কবি। সাহিত্য চৰ্চাৰ ক্ষেত্ৰত তেখেতে ৰজা শ্ৰীমন্ত তাম্ৰধ্বজৰ পৃষ্ঠপোষকতা লাভ কৰিছিল।

সাহিত্য কৰ্ম

কবি ৰুদ্ৰ কন্দলীয়ে 'সাত্যকি প্ৰৱেশ' ৰচনা কৰিছিল। মহাভাৰতৰ দ্ৰোণ পৰ্বৰ অন্তৰ্গত জয়দ্ৰথ বধ অংশৰ ভিতৰুৱা শিনিপুত্ৰ সাত্যকিৰ যুদ্ধ যাত্ৰা আৰু বীৰত্বৰ বৰ্ণনাখিনিৰ অনুবাদেৰে ৰুদ্ৰ কন্দলীয়ে সাত্যকি প্ৰৱেশ ৰচনা কৰিছে।

সাহিত্যৰ বৈশিষ্ট্য

  1. প্ৰয়োজন অনুসৰি মূলৰ(মহাভাৰত)কথা সংক্ষিপ্ত কৰিছে, প্ৰয়োজন অনুসৰি বহলাইছে আৰু প্ৰয়োজন অনুসৰি মূলক সম্পূৰ্ণ অনুসৰণ কৰিছে।
  2. অনুবাদখিনি যুদ্ধৰ বিৱৰণেৰে পৰিপূৰ্ণ। বৈষ্ণৱ যুগৰ বধকাব্য সমূহৰ লগত ইয়াৰ ৰীতিগত সাদৃশ্য লক্ষ্য কৰিব পাৰি।
  3. ঠায়ে ঠায়ে মূলৰ ভাৱ অক্ষুণ্ণ ৰাখিয়ো ঘৰুৱা চিত্ৰ বা পৰিৱেশৰ সৃষ্টি কৰি পাঠকৰ মনোগ্ৰাহী কৰিছে।
  4. বৈয়াকৰণিক দিশত কবি ৰুদ্ৰ কন্দলিয়ে সমসাময়িক কবি মাধৱ কন্দলি, হৰিবৰ বিপ্ৰই অনুসৰণ কৰা বৈয়াকৰণিক ৰীতিকে আৰ্হি হিচাপে লৈছিল।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

১ জানুৱাৰীবড়ো জনগোষ্ঠীবৈচাগুয়ামিন হাজৰিকানীলমণি ফুকন (কনিষ্ঠ)অসহযোগ আন্দোলনপ্ৰদূষণকাৰেংঘৰখ্ৰীষ্টান ধৰ্মভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাপ্ৰণৱজ্যোতি ডেকাসাহিত্যঅগ্ন্যাশয়কৃষ্ণচন্দ্ৰ নেপালী পোখৰেলগুৱাহাটী বিশ্ববিদ্যালয়কোৰআনমেঘালয়মকৰ ক্ৰান্তিমল্লিকা ফুলশ্ৰীমদ্ভগৱতগীতানক্ষত্ৰমহা মৃত্যুঞ্জয় মন্দিৰশোণিতপুৰ জিলাগুৱাহাটী পৌৰ নিগমযোৰহাট জিলামঙ্গল গ্ৰহআন্তৰ্জাতিক মান সংস্থা ৩১৬৬-১যৌন প্ৰৱেশক্ৰিয়াপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যবৰপেটা (লোকসভা সমষ্টি)মোৱামৰীয়া বিদ্ৰোহগৱেষণাকমতা ৰাজ্যব্যক্তিত্ব মনোবিজ্ঞানঅৰুণ শৰ্মাপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰটুইটাৰনিৰুপমা বৰগোহাঞিফেইচবুকচৰাইআনন্দ চন্দ্ৰ আগৰৱালাকথা কবিতাআগন্তুকমালতীকপিৰাইটচুতীয়া জনগোষ্ঠীঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতবানপানীনামদাঙৰ শিলৰ সাঁকোশকাব্দশ্ৰীমন্ত শংকৰদেৱঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাপদ্মনাথ গোহাঞি বৰুৱাকণী যুঁজকলাদীৰ্ঘেশ্বৰী দেৱালয়ৰৱান এটকিনচনপথৰুঘাটৰ ৰণঅসমীয়া বৰ্ণমালাচাট (বাঁ‌হৰ সঁ‌জুলি)ঔপনিৱেশিক অসমঅসমৰ পৰম্পৰাগত সাজ-পাৰমোগল সাম্ৰাজ্যঅসমীয়া জলপানচ্যু-কা-ফাশ্ৰী শ্ৰী বটদ্ৰৱা থানফুলঅসমীয়া পুৰণি সাহিত্যশ্ৰী সূৰ্য পাহাৰসংবিধান দিৱস (ভাৰত)যষ্টিমধু🡆 More