ৰাডাৰ

ৰাডাৰ (ইংৰাজী: Radar) হৈছে Radio Detection and Rangingৰ সংক্ষিপ্ত ৰূপ । ৰেডিঅ’ তৰংগৰ সহায়ত কোনো বস্তু ধৰা পেলোৱা আৰু তাৰ অৱস্থান নিৰ্ণয় কৰা পদ্ধতিকে ৰাডাৰ বোলা হয় । এই পদ্ধতিত কেইবাশ কিল’ৱাট ক্ষমতাৰ বিদ্যুৎ চুম্বকীয় পাল্স খন্তেকৰ বাবে লক্ষ্য বস্তুৰ পিনে এৰি দি বস্তুটোৰ পৰা প্ৰতিফলিত হৈ অহা পাল্স গ্ৰাহক যন্ত্ৰত ধৰা পেলোৱা হয় আৰু অছিল’স্ক’পৰ সহায়ত সময়ান্তৰ নিৰ্ধাৰণ কৰি বস্তুটোৰ অৱস্থান উলিওৱা হয় ।

ৰাডাৰ
অলটেয়াৰ (ALTAIR) নামেৰে পৰিচিত দীৰ্ঘ পৰিসৰৰ ৰাডাৰ এন্টেনা।

Tags:

ইংৰাজী

🔥 Trending searches on Wiki অসমীয়া:

ইছলামভঠেলিগুগলপথৰুঘাটৰ ৰণবিৰিঞ্চি কুমাৰ বৰুৱাআমাৰ সোনাৰ বাংলাপ্ৰাকৃতিক পৰিৱেশবাজেটকাঞ্চনকাৰেংঘৰমুখমৈথুনভাওনাকোৰআনকলনাছাফাকুৱাজীৱনীপ্ৰাকৃতিক সম্পদবেদব্যাসবকুল ফুলৰ দৰে (গ্ৰন্থ)অসহযোগ আন্দোলনমুদ্ৰাভাৰতৰ উচ্চতম ন্যায়ালয়ড়সত্যনাথ বৰাবিয়া নামবাঁহী (আলোচনী)পটলপ্ৰদূষণকাতি বিহুনৱ-বৈষ্ণৱ ধৰ্মপ্ৰণৱজ্যোতি ডেকাভাৰতৰ ৰাষ্ট্ৰপতিঋণাত্মক অখণ্ড সংখ্যাবিশেষ্য পদসাগৰ দেখিছা (কবিতা সংকলন)কৰিমগঞ্জ (লোকসভা সমষ্টি)চৰাইচাচনি মেৰবিলদীৰ্ঘেশ্বৰী দেৱালয়ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাডিব্ৰুগড় (বিধানসভা সমষ্টি)চীনকেৰুমণিচানডুবি বিলপাচনভৌতিক সংস্কৃতিহৰি-হৰ যুদ্ধপুথিভঁৰালমৃণাল কলিতাদৰ্শনমাধৱদেৱলুৰিন জ্যোতি গগৈঅসমৰ ভূগোলমানৰ অসম আক্ৰমণচ'তশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘপ্ৰফুল্ল দত্ত গোস্বামীদিল্লীদিহানামব’হাগঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতবুৰঞ্জীগণিতআগন্তুকশৰাইময়ূৰ বৰামিডিয়াৱিকিঅসমৰ চলচ্চিত্ৰঅৰূপা পটংগীয়া কলিতা🡆 More