ৰংমিলিৰ হাঁহি

ৰংমিলিৰ হাঁহি (ইংৰাজী: Rongmilir Hanhi) ৰংবং তেৰাঙে ৰচনা কৰা এখন অসমীয়া উপন্যাস। এই গ্ৰন্থখনৰ বাবে ঔপন্যাসিক ৰংবং তেৰাংক ২০০৮ চনত অসম উপত্যকা সাহিত্য বঁটা প্ৰদান কৰা হৈছিল। উপন্যাসখনৰ প্ৰথম প্ৰকাশ ১৯৮১ চনত হৈছিল। তাৰপাছত ক্ৰমে দ্বিতীয় প্ৰকাশ: ১৯৯৩ চন; তৃতীয় প্ৰকাশ: ২০০৩ চন; চতুৰ্থ প্ৰকাশ: ২০০৪ চন; পঞ্চম প্ৰকাশ: ২০০৮ চন; ষষ্ঠ প্ৰকাশ: ২০০৯ চন; সপ্তম প্ৰকাশ: ২০১০ চন আৰু অষ্টম প্ৰকাশ: ডিছেম্বৰ, ২০১১ চনত কৰা হয়।

ৰংমিলিৰ হাঁহি  
লেখক ৰংবং তেৰাং
দেশ অসম, ভাৰত
ভাষা অসমীয়া
প্ৰকাৰ উপন্যাস
প্ৰকাশক অসম প্ৰকাশন পৰিষদ
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৯৫ (অষ্টম সংস্কৰণ, ডিছেম্বৰ ২০১১)
আই.এচ.বি.এন. নাই

লেখকৰ পৰিচয়

ৰংবং তেৰাং (জন্ম:১৩ জানুৱাৰী, ১৯৩৭) অসমীয়া ভাষাৰ এজন গল্পকাৰ, ঔপন্যাসিক, নিবন্ধকাৰ আৰু শিক্ষাবিদ। তেওঁৰ জন্ম কাৰ্বি আংলং জিলাৰ বকলীয়া ঘাটৰ লাংবুদিংপিত হৈছিল। তেওঁৰ পিতৃৰ নাম ৰূপছিং তেৰাং আৰু মাতৃৰ নাম বা-ইক ৰংহাপী। ৰংবং তেৰাঙে লংকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু নগাঁও মহাবিদ্যালয়ৰ পৰা পৰৱৰ্তী শিক্ষা গ্ৰহণ কৰি অসমীয়া বিষয়ত সন্মানসহ স্নাতক সন্মান লাভ কৰিছিল। ১৯৬৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ সন্মান লাভ কৰিছিল। তেওঁ অসম সাহিত্য সভাৰ ধেমাজি অধিবেশন, ২০১০ বৰ্ষত বৈঠালাংছু বিশেষ বাৰ্ষিক অধিবেশন আৰু দেৰগাঁও অধিবেশনত সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।


তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষাৰংবং তেৰাং

🔥 Trending searches on Wiki অসমীয়া:

এচিদ বৰষুণপীতাম্বৰ কবিভাৰতীয় দৰ্শনইছলামজাপিঅসমৰ কুঁহিলা শিল্পজয়সাগৰ পুখুৰীপীযুষ হাজৰিকাআগ্নেয়গিৰিভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাএলুমিনিয়ামগোৱালপাৰা জিলাকৰতল কমল কমল দল নয়নসাঁথৰঅসমীয়া জাতি২৪ এপ্ৰিলৰাম গগৈকামৰূপ জিলাপাটবাউসী সত্ৰভাৰতীয় ভাষালাচিত বৰফুকনকোষ (জীৱবিজ্ঞান)গৰুঅসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীঅৰুণাচল প্ৰদেশজলসিঞ্চননেপালী জনগোষ্ঠীইয়াত এখন অৰণ্য আছিলসত্যনাথ বৰাফাট বিহুবুৰঞ্জীবেদচিলাৰায়পৰিৱেশ অধ্যয়নগোলকীকৰণনাথান ব্ৰাউনতেজনবীনচন্দ্ৰ বৰদলৈশক্তিসাপপায়ু সংগমসোণোৱাল কছাৰীভাৰতীয় ৰেলশকুন্তলাবিহুগীতথমাছ আলভা এডিচনৰোমাণ্টিক কবিতাব্ৰহ্মগুপ্তদুৰ্যোগফ্লোৰেন্স নাইটিংগেলতামোলম'হৰ শিঙৰ পেঁপামণিপুৰমনোমতীখনিকৰ (নাট)নীলমণি ফুকন (জ্যেষ্ঠ)শিক্ষাঅসমৰ নদীসমূহৰ তালিকাৰুদ্ৰেশ্বৰ দেৱালয়ভাৰতৰ প্ৰধানমন্ত্ৰীঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাবেটুপাতঅসমীয়া গীতি সাহিত্যচৰাইদেউ জিলাবৰহমথুৰিসৌৰভ কুমাৰ চলিহাঅসমৰ শাক-পাচলিৰ তালিকাবৰদৈচিলাবহুভাষাবাদগোপীনাথ বৰদলৈ২৬ এপ্ৰিলঅসমীয়া উপন্যাসঅনুবাদজ্যোতিপ্ৰসাদ আগৰৱালাগায়ত্ৰী মহন্তঅসমীয়া ভাষা আন্দোলন🡆 More