হুঁচৰি

হুঁচৰি গীত হ'ল অসমীয়া লোকসাহিত্যৰ অমূল্য সম্পদ। এই গীত ডেকা-বুঢ়া-ল'ৰা সকলোৱে মিলি গায়। ইয়াত গাভৰুৰ স্থান নাই। বহাগ বিহুত গাঁৱৰ ৰাইজে ঢোল, পেঁপা, তাল আদি লৈ প্ৰত্যেক মানুহৰ ঘৰে ঘৰে সামুহিকভাৱে হুঁচৰি গীত গায়। হুঁচৰি গীত গাওঁতে বয়স্কসকলে চোলা-চুৰিয়া পিন্ধাৰ লগতে গাত চেলেং মেৰিয়াই লয়। হুঁচৰিৰ প্ৰধান ভাগ দুটা - হুঁচৰি কীৰ্তন আৰু বিহুনাম। হুঁচৰি কীৰ্তন হ'ল আধ্যাত্মিক ভাৱসম্পন্ন আৰু বিহুনাম হ'ল অশ্লীলতাহীন স্বাভাৱিক আনন্দ - উত্তেজনা আৰু নৈসৰ্গিক সৌন্দৰ্য্যৰ প্ৰকাশ।

Tags:

🔥 Trending searches on Wiki অসমীয়া:

ইয়াণ্ডাবু সন্ধিকলিমাকলকৃত্ৰিম বুদ্ধিমত্তাচৈয়দ আব্দুল মালিকভবেন্দ্ৰ নাথ শইকীয়াঅষ্ট্ৰেলিয়াভাৰতীয় দৰ্শনৱিকিবৰপেটা (লোকসভা সমষ্টি)অসমীয়া পুৰণি সাহিত্যলাচিত বৰফুকনশালস্তম্ভ ৰাজবংশপূৰ্ণ স্বৰাজঅশোকাষ্টমীপৃথিৱীঅসমৰ মহকুমাসমূহৰ তালিকাভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকাআহোম জনগোষ্ঠীগৰখীয়া দ'লআমেৰিকা যুক্তৰাষ্ট্ৰভাস্কৰাব্দবাঁহউত্তৰ-পূব ভাৰতএহাত ডাবাডাকৰ বচনএপেণ্ডিছাইটিছযোনিঅগ্নিস্নানঅসমৰ চাহ জনগোষ্ঠীআহোম ৰাজবংশতথ্য জনাৰ অধিকাৰ আইন, ২০০৫কণী যুঁজপ্ৰেমসৌৰজগতচৰকাৰবৰ্গ (জীৱবিদ্যা)মিডিয়াৱিকিঅশোক ফুলস্বামী বিবেকানন্দপাঠ পৰিকল্পনাঅৰ্জুন ভঞ্জনজোনবিল মেলাৰজনীকান্ত বৰদলৈপোলেণ্ডজোনবিৰি (অলংকাৰ)মাইকেল মধুসূদন দত্তচাট (বাঁ‌হৰ সঁ‌জুলি)শামুকআকবৰসালোক সংশ্লেষণপাচন তন্ত্ৰসংঘাতঅসমৰ পৰম্পৰাগত সাজ-পাৰৰঘুনাথ চৌধাৰীযুক্তিবসন্ত ঋতুহেম বৰুৱাপৰ্যটনৱিকিপিডিয়াস্তন সংগমবৰপেটাশিলঘাটগায়ত্ৰী মহন্তঅসমৰ লোকবাদ্যযোৰানামঅসমৰ মাছ ধৰা সঁজুলিপুৰণি আৰু মধ্যযুগীয় অসমতিতা কেৰেলাকোচ ৰাজবংশীবড়ো জনগোষ্ঠীব্যক্তিত্বঅসমৰ বয়ন শিল্পগুণমালাঅসমীয়া লিপিৰ বুৰঞ্জীমৃত্যুজাপিজিৎ (অভিনেতা)ওজাপালি🡆 More