হাজৰিকা

হাজৰিকা বা ৰুৰিঙ (ইংৰাজী: Hazarika) হৈছে আহোম ৰাজ্যৰ আহোম সেনাবাহিনীৰ পাইক কৰ্মচাৰী।। তেওঁলোকৰ বংশধৰ সকলে ইয়াক এটা উপাধি হিচাপে বৰ্তমান ব্যৱহাৰ কৰে।

উৎপত্তি

আহোম ৰজাই এই উপাধি প্ৰদান কৰিছিল। আহোম ৰজাৰ ৰাজত্ব কালত সামৰিক বাহিনীত পাইক প্ৰথা সৃষ্টি কৰি কিছুমান বিষয়াৰ পদৰ সৃষ্টি কৰা হৈছিল। তেওঁলোকৰ উত্তৰসুৰী সকলে এই পদসমূহৰ লগত জড়িত উপাধি সমূহ ব্যৱহাৰ কৰাটো অসমীয়া সমাজত প্ৰচলিত। আহোম সকলৰ দিনত, এহাজাৰ জন সৈন্য পৰিচালনা কৰা বিষয়াজনক হাজৰিকা উপাধি দিয়া হৈছিল।

সাম্প্ৰতিক কালত ব্যৱহাৰ

এই উপাধিটো বৰ্তমান অসমৰ হিন্দু আৰু মুছলমান ধৰ্মৰ লোকসকলে ব্যৱহাৰ কৰে। হাজৰিকা উপাধিটো কায়স্থ/ক্ষেত্ৰীয় জাতিৰ অন্তৰ্গত। সাম্প্ৰতিক কালত, অসমত ইয়াক কলিতা জাতি বুলি জনা যায়।

হাজৰিকা উপাধিৰ প্ৰসিদ্ধ ব্যক্তি

লগতে চাওক

তথ্য সংগ্ৰহ

Tags:

হাজৰিকা উৎপত্তিহাজৰিকা সাম্প্ৰতিক কালত ব্যৱহাৰহাজৰিকা উপাধিৰ প্ৰসিদ্ধ ব্যক্তিহাজৰিকা লগতে চাওকহাজৰিকা তথ্য সংগ্ৰহহাজৰিকাআহোম সৈন্যবাহিনীআহোম ৰাজ্যইংৰাজী ভাষাপাইক প্ৰথা

🔥 Trending searches on Wiki অসমীয়া:

ৰাভা জনগোষ্ঠীৰামকৃষ্ণ পৰমহংসউত্তৰ গুৱাহাটীহেমচন্দ্ৰ গোস্বামীঅসমত দেখা পোৱা মাছৰ তালিকাবট গছহীৰেন গোহাঁইঅসমৰ গামোচানৱকান্ত বৰুৱাকৰ্ণ (অংগ)গোলকীকৰণঅপৰূপাইছলামধানভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানমোৰ জীৱন সোঁৱৰণশ্ৰী শ্ৰী আঠখেলীয়া নামঘৰঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাজোনবিল মেলাঈয়াৰুইঙ্গমঢোলভাৰতৰ ৰাষ্ট্ৰপতিভগ্নাংশ (গণিত)যোৰহাটউদাৰনৈতিকতাবাদভট্টদেৱঅসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকাঘৰঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাযোৰহাট (লোকসভা সমষ্টি)সুশোভন সোনু ৰায়বেদনাগৰিকত্বশব্দইষ্ট ইণ্ডিয়া কোম্পানীপুৰুষোত্তম দাসপৰিৱেশ তন্ত্ৰঅসমৰ বাঁহ-বেতৰ শিল্পহিতেশ ডেকামানৱ উন্নয়ন সূচকচ'জুননাগাৰা নামগৱেষণাভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনধ্বনিতত্ত্বমালিনী থানঅসমৰ সমস্যাফাকে জনগোষ্ঠীনামঘোষালীলা গগৈমৌলিক সংখ্যাসৌৰ শক্তিভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যবিত্তীয় ব্যৱস্থাঋকবেদঅসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকাআহোম জনগোষ্ঠীযক্ষ্মাবিশ্ব সাহিত্য কেন্দ্ৰঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগলোকাচাৰভাৰতৰ সংসদ ভৱনদৰ্শনকামৰূপ ৰাজ্যসুবাসনা দত্তমৌখিক ইতিহাসওজাপালিগান্ধীবাদগোলকীয় উষ্ণতা বৃদ্ধিইতিহাসদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাজাতীয়তাবাদ🡆 More