স্নায়ু তন্ত্ৰ

স্নায়ু তন্ত্ৰ হৈছে জীৱদেহৰ ঐচ্ছিক আৰু অনৈচ্ছিক কাৰ্যসমূহৰ মাজত সমন্বয় ৰক্ষা কৰা আৰু শৰীৰৰ বভিন্ন অংশলৈ সংকেত পৰিবহন কৰা এক অংগ তন্ত্ৰ। প্ৰায় সকলো জীৱ প্ৰজাতিৰে স্নায়ু তন্ত্ৰ কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ (CNS) আৰু প্ৰান্তীয় স্নায়ু তন্ত্ৰ (PNS) নামৰ দুটা ভাগত বিভক্ত। মগজু আৰু স্নায়ু ৰজ্জু লগলাগি কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ গঠিত হয়। প্ৰান্তীয় স্নায়ু তন্ত্ৰ প্ৰধানকৈ স্নায়ুৰ দ্বাৰা গঠিত। স্নায়ু হৈছে এক্সন নামৰ এবিধ দীঘল আঁহৰ থুপ, যি শৰীৰৰ প্ৰতিটো অংগক কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ সৈতে সংযুক্ত কৰে।

স্নায়ু তন্ত্ৰ
স্নায়ু তন্ত্ৰ
মানুষেৰ স্নায়ু তন্ত্ৰ
সবিশেষ
চিনাক্তকাৰক
লেটিন ছিষ্টেমা নাৰ্ভ'ছাম
MeSH D009420
TA98 A14.0.00.000
FMA 7157
দেহতাত্ত্বিক পৰিভাষা

কোষীয় স্তৰত, স্নায়ু তন্ত্ৰ নিউৰণ বা স্নায়ু কোষ নামৰ এবিধ বিশেষ কোষেৰে গঠিত। এই নিউৰণবোৰে বিদ্যুৎ ৰাসায়নিক তৰংগৰ ৰূপত এক্সনৰ মাজেৰে সংকেট প্ৰেৰণ কৰিব পাৰে।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

এজাৰচন্দ্ৰযান-৩খৰিকাজাইসৰস্বতী পূজাৰামায়ণকালিচৰণ ব্ৰহ্মদিল্লীঅসমৰ জনগোষ্ঠীঅসম আৰক্ষীঅসমীয়া ব্যাকৰণশ্ৰী শ্ৰী আঠখেলীয়া নামঘৰডিব্ৰুগড় (লোকসভা সমষ্টি)২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰকলীয়াভোমোৰা সেতুচৰিত পুথিহস্তমৈথুনবিত্তীয় ব্যৱস্থাইংলেণ্ডভূপেন হাজৰিকাসাঁথৰমৈদামলীলা গগৈম'হৰ শিঙৰ পেঁপাআন্তৰ্জাতিক শ্ৰমিক দিৱসমনকলিমাকামৰূপ ৰাজ্যস্বাধীনতা দিৱস (ভাৰত)অয়নান্ত (গ্ৰন্থ)মোৰো এটা সপোন আছেহিন্দু ধৰ্মচি এছ এছঅশোকাষ্টমীঅসমীয়া জলপানপলাশীৰ যুদ্ধনগাঁও জিলামাটিতলাতল ঘৰবিহু নৃত্যপৰিৱেশ বিজ্ঞানঅসম লোকসেৱা আয়োগভবেন্দ্ৰ নাথ শইকীয়াআহোম ৰাজবংশজীৱনীমানুহচ্যু-কা-ফাশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলশংকৰী সংস্কৃতিনেপোলিয়ন বোনাপাৰ্টবিহুবট গছসৰ্বেপল্লী ৰাধাকৃষ্ণণৰাসোৎসৱবাঁহীভঠেলিঅষ্টাংগিক আৰ্য মাৰ্গলখিমপুৰ (লোকসভা সমষ্টি)নাগৰিকত্বব’হাগপাৰিপাৰ্শ্বিক সংঘাতঅসমীয়া কবিতালেছবিয়ানমিচিং নৃত্য আৰু গীত মাতঅসমীয়া অভিনেতা অভিনেত্ৰীসকলৰ তালিকাভেঁকুৰইতিহাসঅসমৰ জিলাসমূহমেঘালয়হিৰণ্যকশিপুবনঘোষাভট্টদেৱৰ গদ্যশৈলীশিশু সাহিত্যকোচ ৰাজবংশঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাগামখাৰু🡆 More