সমোচ্চাৰিত শব্দ

সমোচ্চাৰিত শব্দ অসমীয়া ব্যাকৰণৰ এটি গুৰুত্বপূূূূৰ্ণ অংশ। অসমীয়া ভাষাত যিমানখিনি আখৰ ব্যৱহাৰ কৰা হয়, সিমান সংখ্যক ধ্বনি সমোচ্চাৰিত নহয়। একে ধ্বনিৰে উচ্চাৰিত শব্দবোৰক সমোচ্চাৰিত শব্দ বুলি কোৱা হয়।

সমোচ্চাৰিত শব্দ

অসমীয়া ব্যাকৰণত সমোচ্চাৰিত শব্দ বহুত আছে আৰু সেই বিবিধ শব্দবোৰে আমাৰ অসমীয়া ভাষাৰ শব্দভঁৰাল চহকী কৰি ৰাখিছে। অসমীয়া ভাষাৰ সমোচ্চাৰিত শব্দ কেইটামানৰ অৰ্থসহ তলত উদাহৰণ দিয়া হ’ল-

  • অণু: পদাৰ্থৰ অতি ক্ষুদ্ৰ অংশ
  • অনু: উপসৰ্গ-বিশেষ্য
  • অটল: দৃঢ়
  • অতল: দ আৰু গভীৰ
  • আঁচল: চাদৰৰ আগ
  • আচল: যিটো নকল নহয়
  • আলি: ওখ পথ
  • আলী: উপাধি বিশেষ
  • এসাঁজ: এবাৰত খাবৰ জোখৰ
  • এসাজ: এবাৰত খাবৰ দিব পৰা
  • কাঁহ: এবিধ ধাতু
  • কাহ: এবিধ ৰোগ
  • কুলি: চৰাই -বিশেষ
  • কুলী: বনুৱা
  • গাঁও: গ্ৰাম
  • গাওঁ: গীত-মাত পৰিৱেশন কৰোঁ
  • ঘঁটি: নাকৰ ভিতৰৰ নোম
  • ঘটী: পাত্ৰ বিশেষ
  • চিন: দাগ বা চিহ্ন
  • ফল: কোনো কাৰ্যৰ পৰিণতি
  • ফল: গছৰ গুটি
  • ভাট: প্ৰশস্তি গাওঁতা
  • ভাত: অন্ন
  • মাটি: মৃত্তিকা
  • মাতি: আমন্ত্ৰণ কৰি
  • ৰং: আনন্দ
  • ৰং: বৰণ
  • সজা: চৰাই আদি থোৱা কাঠীৰ সঁজুলি বা বাহ
  • সজা: আনলোকৰ দ্বাৰা নিৰ্মাণ কৰা; তৈয়াৰ কৰা
  • হাট: সপ্তাহৰ নিৰ্দিষ্ট দিনত বহা হাত বজাৰ
  • হাত: দেহৰ অংগ বিশেষ, কৰ

তথ্যসূত্ৰ

[[শ্ৰেণী:ব্যাকৰণ]

Tags:

অসমীয়া ব্যাকৰণঅসমীয়া ভাষাবাগধ্বনি

🔥 Trending searches on Wiki অসমীয়া:

পূৰবী বৰমুদৈবাল্য বিবাহফলব্ৰজাৱলী ভাষাভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাশিঙি মাছঅৰ্থনীতিগাঁও পঞ্চায়তগঙ্গা নদীদ-পৰ্বতীয়াউদজানবৰপেটামিঠু বৰুৱাভাওনাশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ব'হাগ বিহুস্বদেশী আন্দোলনবতৰদিহানামঅম্বিকাগিৰি ৰায়চৌধুৰীভাৰতীয় ভাষাৰাভা জনগোষ্ঠীপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰঅসমৰ শাক-পাচলিৰ তালিকাহেমকোষঅসমীয়া কবিতাসিন্ধু সভ্যতালালবাহাদুৰ শাস্ত্ৰীঋকবেদদেউলঅনুৰাধা শৰ্মা পূজাৰীপঞ্চায়তী ৰাজআধুনিকতাবাদমাধৱদেৱৰামধেনু (আলোচনী)পৰ্বতডাকৰ বচনৰীতা চৌধুৰীপুথিভঁৰালআলোচনীগৰু বিহুআহোম-মোগলৰ সংঘৰ্ষসাঁথৰশব্দঅসমৰ জাতীয় গীতধাতু আৰু অধাতুভাতবিজ্ঞাপনপৰিসংখ্যাশকুন্তলানিৰ্ম্মল ভকতডুবাইগুগলৰামকৃষিৰাজ্যসভাহৰেকৃষ্ণ ডেকাথমাছ আলভা এডিচনলোকসভাবৰগীতভূপেন হাজৰিকাৰ সাহিত্যআহোম ৰাজবংশহিন্দুত্বৰামধেনুব্যাকৰণমোৱামৰীয়া বিদ্ৰোহমানগৰমনগাঁও (লোকসভা সমষ্টি)ভাৰতৰ সংবিধানগুৰুপ্ৰসাদ দাসঅতুল চন্দ্ৰ হাজৰিকানীতি আয়োগহেম বৰুৱাওদালগুৰি🡆 More