ইণ্টাৰনেট

ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ এটা অত্যাধুনিক ব্যৱস্থা ৷ ই হৈছে নেটৱৰ্কৰ নেটৱৰ্ক যি ৰাজহুৱা, প্ৰশাসনিক, ব্যৱসায় সংক্ৰান্তীয় দিশসমূহ ৱায়াৰলেচ বা কেব'লৰ মাধ্যমেৰে আৰু অন্যান্য আধুনিক কাৰিকৰী মাধ্যমেৰে প্ৰদান কৰে ৷ ইণ্টাৰনেটে ইলেক্ট্ৰ'নিক মেইল, অনলাইন চ্যাট, ফাইল স্থানান্তৰ বা ফাইল ভাগ-বতৰা, অনলাইন খেল আৰু অন্যান্য তথ্য World Wide Web (WWW)-অৰ মাধ্যমেৰে যোগান ধৰে ৷ সাধাৰণতে ইণ্টাৰনেট আৰু World Wide Web (WWW) একেলগে ব্যৱহাৰ হয় যদিও দুয়োটা একে নহয় ৷ ইণ্টাৰনেট হৈছে গ্ল'বেল যোগাযোগ ব্যৱস্থা, হাৰ্ডৱেৰ আৰু ছফ্টৱেৰ ব্যৱস্থাৰ সহযোগত কম্পিউটাৰলৈ সংযোগিত হয় ৷ ইণ্টাৰনেটে হাইপাৰলিংক আৰু URL-অৰ মাধ্যমেৰে কম্পিউটাৰলৈ ডেটা কঢ়িয়াই আনে ৷

উপশ্ৰেণীসমূহ

এই শ্ৰেণীত নিম্নলিখিত উপশ্ৰেণীসমূহ আছে। মুঠ 5টা উপশ্ৰেণীৰ ভিতৰত এই শ্ৰেণীত নিম্নলিখিত 5 টা উপশ্ৰেণী আছে।

Tags:

কম্পিউটাৰ

🔥 Trending searches on Wiki অসমীয়া:

ৰাজস্থানদিল্লীহিন্দু ধৰ্মঅসমীয়া ভাষা আন্দোলনজেতুকালীলা গগৈদুৰ্গা পূজাগৱেষণামহেঞ্জোদাৰোভাৰতীয় ৰিজাৰ্ভ বেংকআহোম ভাষাঅনুৰাধা শৰ্মা পূজাৰীশিৱ পুৰাণবাংলাদেশয়েছে দৰজে ঠংচিবিহুৰ বাদ্যযন্ত্ৰঅসমীয়া ব্যাকৰণউদ্যোগঅশোক চক্ৰজলসিঞ্চনঅসমউদ্ভিদজলবিদ্যুৎকাগজবিজ্ঞানভাৰতীয় দৰ্শনপাচনসংবিধান দিৱস (ভাৰত)পাচন নলীআনন্দ চন্দ্ৰ বৰুৱাচিংফৌ জনগোষ্ঠীইজৰাইলজৈন ধৰ্মপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যনীলপৱন বৰুৱাভেঁকুৰঋকবেদতগৰঅসমৰ কেইগৰাকীমান মহান ব্যক্তিশোণিত কুঁৱৰীৱিকিনাৰীস্বামী বিবেকানন্দগদ্যকম্পিউটাৰকমলাবাৰী সত্ৰদেউলঘৰ শালিকানামঘোষাদোৰোণকল্প (সময়)সামাজিক উপভাষাসদৌ অসম ছাত্ৰ সন্থাভ্ৰাম্যমাণ থিয়েটাৰহিমালয়অসমৰ ধান খেতিৰ সঁজুলিসমূহসেউজ গৃহ প্ৰভাৱঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকললোককথাদৌল গোবিন্দ মন্দিৰশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯পাচন তন্ত্ৰডিব্ৰু-শদিয়া ৰেলৱেঅসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনীফুলগুৰি ধেৱাঢ়মাৰ্কাছ ৰাছফৰ্ডযোগাত্মক বিপৰীত সংখ্যাব্যাকৰণমহাভৈৰৱ মন্দিৰমালিনী থানলোক-নৃত্যলক্ষ্মীনাথ বেজবৰুৱাভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্য🡆 More