শৰীৰতত্ত্ব শ্বসন

শৰীৰতত্বত শ্বসন (ইংৰাজী: Respiration) হৈছে জীৱৰ কলাৰ ভিতৰত কোষলৈ বায়ুমণ্ডলৰ পৰা অক্সিজেন আৰু বিপৰীত দিশত কাৰ্বন ডাই অক্সাইডৰ পৰিবহন প্ৰক্ৰিয়া।

শ্বসনৰ শৰীৰতাত্বিক বৰ্ণনা আৰু জৈৱৰাসায়নিক বৰ্ণনা একে নহয়। জৈৱৰাসায়নিক শ্বসন হৈছে কোষীয় শ্বসন: শৰ্কৰা আৰু অক্সিজেনৰ বিক্ৰিয়াৰ ফলত পানী, কাৰ্বন ডাই অক্সাইড আৰু 38ATP (শক্তি) উৎপাদন কৰা পৰিপাক ক্ৰিয়া, যাৰ উদ্দেশ্য হৈছে শক্তি আহৰণ কৰা। জীৱৰ কোষীয় শ্বসনৰ বাবে দৈহিক শ্বসন অতি আৱশ্যক। কোষীয় শ্বসন জীৱৰ কোষৰ ভিতৰত সংঘটিত হয় আনহাতে দৈহিক শ্বসনে জীৱ আৰু বাহ্যিক পৰিৱেশৰ মাজত গেছৰ আদান-প্ৰদানেৰে সমন্বয় সাধন কৰে।

শ্বাসক্ৰিয়া (হাঁওফাঁওৰ জৰিয়তে হোৱা বাতায়ন আৰু শ্বাস-নিশ্বাসক সাঙুৰি লয়), দৈহিক শ্বসনৰ এটা অংশ। প্ৰকৃততে, শ্বাসক্ৰিয়া আৰু বাতায়ন, শ্বসনৰ সমাৰ্থক শব্দ নহয়, বিশেষাৰ্থক শব্দহে (অৱশব্দ); কিন্তু এই যথাৰ্থতা সাধাৰণতে অনুসৰণ কৰা নহয়। আনকি স্বাস্থ্য সেৱাতো এই যথাৰ্থতা অনুসৰণ কৰা দেখা নাযায় কাৰণ, শ্বসন হাৰ (respiratory rate, RR) হৈছে এটা বহু ব্যৱহৃত পদ, যদিও প্ৰকৃতাৰ্থত ই বাতায়ন হাৰহে হোৱা উচিত।

তথ্য সংগ্ৰহ

Tags:

অক্সিজেনইংৰাজী ভাষাকলাকাৰ্বন ডাই অক্সাইডকোষজীৱশৰীৰতত্ব

🔥 Trending searches on Wiki অসমীয়া:

জ্যামিতিমহিলাৰ বিৰুদ্ধে হিংসামিডিয়াৱিকিতামোলঈয়াৰুইঙ্গমঅসমৰ সাধুকথাবিশেষ্য পদসিন্ধু সভ্যতাকলাভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাঅসমৰ ৰাজ্যপালসকলৰ তালিকাতগৰহনুমানবাজেটবুঢ়ী আইৰ সাধুলোকভাষাৰজনীকান্ত বৰদলৈইছলামঅসমৰ সমস্যাজৰ্জ বেকাৰকোচ ৰাজবংশীপৰ্যটনপানীআমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাডুবি তাম্ৰলিপি আৰু ছীলব্যাকৰণব্যৱস্থাপনাশিৱক্ষমানচিত্ৰসৌৰ শক্তিখোলপথৰুঘাটৰ ৰণকথা কবিতাগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকামই আৰু নেফাখগেন মহন্তকৃষিকমলা মিৰিখিলঞ্জীয়া লোকইয়াণ্ডাবু সন্ধিধানধৰ্মসংস্কৃতিপিঠাসাহিত্যবন্দে মাতৰম্‌ভাৰত ৰত্নভাৰতীয় জাতীয় কংগ্ৰেছফুৰালুং ধৰ্মপ্ৰাকৃতিক দুৰ্যোগসত্যনাথ বৰাউত্তৰ-পূব ভাৰতমোৱামৰীয়া বিদ্ৰোহৰাজনৈতিক দলমণিপুৰ সংঘৰ্ষ ২০২৩দশৰথমাতৃভাষাকথা-ভাগৱতলোকসভাৰ অধ্যক্ষঅনুবাদমামণি ৰয়ছম গোস্বামীভাৰত-চীন যুদ্ধকাতি বিহুকীৰ্তন-ঘোষাজিকিৰহাজং জনগোষ্ঠীঢোলসৌৰভ কুমাৰ চলিহাএডাম স্মিথভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যমঙ্গলদৈ (লোকসভা সমষ্টি)যাদৱ পায়েংমাৰ্চশ্ৰীকৃষ্ণকীৰ্তনকল্পনা চাওলামাইলছ ব্ৰনছনজৈৱ বৈচিত্ৰ্য🡆 More