শিৱপ্ৰসাদ ঠাকুৰ: চলচ্চিত্ৰ পৰিচালক, অভিনেতা

শিৱপ্ৰসাদ ঠাকুৰ (ইংৰাজী: Shivaprasad Thakur) অসমৰ এজন চলচ্চিত্ৰ পৰিচালক আছিল। ১৯৮৩ চনত মুক্তিপ্ৰাপ্ত ঘৰ সংসাৰ নামৰ চলচ্চিত্ৰৰ পৰিচালনাৰ যোগেদি তেখেতে অসমীয়া চলচ্চিত্ৰ জগতত পদাৰ্পন কৰিছিল। তেখেতে মুঠতে ১০খন অসমীয়া চলচ্চিত্ৰৰ পৰিচালনা কৰিছিল। তেখেতৰ পৰিচালনাত মুক্তি পোৱা চলচ্চিত্ৰ সোণ মইনা নামৰ চলচ্চিত্ৰখনে ১৯৮৪ চনত শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। ইয়াৰোপৰি তেখেত ১৯৭৩ চনৰ ২১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ শিতানত ৰজত পদক লাভ কৰা মমতা চলচ্চিত্ৰ খনৰ সহ প্ৰযোজনা কৰিছিল। ২০০৮ চনৰ ৫ জানুৱাৰীত ৭১ বছৰ বয়সত তেখেতৰ দেহাৱসান ঘটে।

শিৱপ্ৰসাদ ঠাকুৰ
জন্ম ২২ ছেপ্টেম্বৰ, ১৯৩৭
নাজিৰা, অসম
মৃত্যু ৫ জানুৱাৰী, ২০০৮ (৭০ বছৰ)
গুৱাহাটী
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা চলচ্চিত্ৰ পৰিচালক

পৰিচালিত চলচ্চিত্ৰ

শিৱপ্ৰসাদ ঠাকুৰে মুঠতে ১০খন ছবি পৰিচালনা কৰিছিল:

ছবিৰ নাম বৰ্ষ টোকা
বোৱাৰী ১৯৮২
ঘৰ সংসাৰ ১৯৮৩
সোণ মইনা ১৯৮৪
মন-মন্দিৰ ১৯৮৫
ময়ূৰী ১৯৮৬
এই দেশ মোৰ দেশ ১৯৮৬
শেৱালি ১৯৮৯
অশান্ত প্ৰহৰ ১৯৯৪
অস্তৰাগ ২০০৫
অহিৰ ভৈৰৱ ২০০৭

তথ্য সংগ্ৰহ

Tags:

অসমঅসমীয়া চলচ্চিত্ৰইংৰাজী ভাষাঘৰ সংসাৰ (চলচ্চিত্ৰ)চলচ্চিত্ৰমমতাসোণ মইনা (চলচ্চিত্ৰ)ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

🔥 Trending searches on Wiki অসমীয়া:

জয়মতী কুঁৱৰীমেঘালয়ব্ৰজাৱলী ভাষাপৰ্যটনশিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতশ্ৰীনিবাস ৰামানুজনমুগা (ৰেচম)পূৰ্ণ স্বৰাজকোচ ৰাজবংশীবিষুৱ ৰেখানীতি আয়োগঅসহযোগ আন্দোলনপৰিয়ালহাই নান্নাবিশ্ব সাহিত্য কেন্দ্ৰস্বামী বিবেকানন্দস্তন সংগমকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলশিশু শিক্ষা সমিতি, অসমগৌতম বুদ্ধদেউলমেলেৰিয়াঅসমীয়া লিপিৰ বুৰঞ্জীলোকসভাৰ অধ্যক্ষঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাভাৰত ৰত্নৰাজ্যসভাগগনাবৰপেটাবানপানীতৰাগছতলাতল ঘৰৰমন্যাসবাদশ্ৰীকৃষ্ণকীৰ্তনঅসম লোকসেৱা আয়োগভাৰতৰ উপৰাষ্ট্ৰপতিঅন্নপ্ৰাশনমৌলিক সংখ্যাপথেৰ পাঁচালীহোলোঙাপাৰ গিবন অভয়াৰণ্যসপ্তকাণ্ড ৰামায়ণচেঙেলী মাছমাছহেমচন্দ্ৰ বৰুৱাকলীয়াভোমোৰা সেতুচিৰ চেনেহী মোৰ ভাষা জননীমানৱ ভূগোলভাৰতৰ উচ্চতম ন্যায়ালয়নবীনচন্দ্ৰ বৰদলৈৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানগজেন্দ্ৰ মোক্ষজোনবিৰি (অলংকাৰ)সাত বিহুপ্লেটোঅসমৰ বাঁহ-বেতৰ শিল্পম’বাইল ফোনহিতেশ ডেকাকোচ ৰাজবংশস্বাধীনতা দিৱস (ভাৰত)চীনপ্ৰেমচন্দচেৰা-বিহুজাপিহাবুংনৈৰাজ্যবাদআমেৰিকা যুক্তৰাষ্ট্ৰগাৰো জনগোষ্ঠীভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহবিৰিঞ্চি কুমাৰ বৰুৱাগ্ৰহঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাঅসমীয়া যুক্তাক্ষৰ🡆 More