শিশু শিক্ষা সমিতি, অসম

শিশু শিক্ষা সমিতি, অসম হৈছে এটা বে-চৰকাৰী শৈক্ষিক সংগঠন যি অসমত এক বহল পৰিসৰৰ ব্যক্তিগত বিদ্যালয়ৰ প্ৰণালী সঞ্চালিত কৰে। ই হৈছে বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ এক প্ৰাদেশিক সংস্থা। ১৯৭৯ চনৰ ২১ এপ্ৰিলৰ এই অনুষ্ঠানটো গঠন কৰা হৈছিল। বৰ্তমান ইয়াৰ সাধাৰণ সম্পাদক হৈছে শ্ৰীযুত সদা দত্ত। সংস্থাটোৰ মুখ্য কাৰ্য্যালয় ৰাধা গোৱিন্দ বৰুৱা পথ, প্ৰশান্ত পথ, গুৱাহাটী, অসমত অৱস্থিত।

শিশু শিক্ষা সমিতি, অসম
শিশু শিক্ষা সমিতি, অসম
নীতিবাক্য স্বয়মেৱ মৃগেন্দ্ৰতা
প্ৰতিষ্ঠা ১৯৭৯
সক্ৰিয়তা সক্ৰিয়
উদ্দেশ্য শৈক্ষিক সংগঠন
ৱেবছাইট www.vbassam.org

বিদ্যালয়সমূহ

শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত অসমৰ বিদ্যা ভাৰতী বিদ্যালয়সমূহ মহাপুৰুষ শংকৰদেৱৰ নামত নামকৰণ কৰা হয়। ১৯৭৯ চনৰ ৪ ছেপ্টেম্বৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিৰ দিনাখন অসমৰ গুৱাহাটীত "শংকৰদেৱ শিশু নিকেতন, অম্বিকাগিৰি নগৰ" নামেৰে প্ৰথমখন বিদ্যা ভাৰতী বিদ্যালয় স্থাপন কৰা হৈছিল। বৰ্তমান এই বিদ্যালয় খনৰ নাম হৈছে "শংকৰদেৱ শিশু কুঞ্জ, অম্বিকাগিৰি পথ"। তেতিয়াৰে পৰা ক্ৰমান্নয়ে বিদ্যালয়ৰ সংখ্যা বাঢ়ি বৰ্তমান ৪৭০ খন এনে বিদ্যালয় অসমৰ ভিন্ন ঠাইত স্থাপিত হৈছে। বৰ্তমান এনে বিদ্যালয়ত অধ্যয়নৰত প্ৰায় ১,১৯,৭১৩ গৰাকী বিদ্যাৰ্থীক ৬,৩৮১ গৰাকী আচাৰ্য/আচাৰ্য্যাই শিক্ষা দান কৰে। সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন গ্ৰাম্য তথা নগৰ অঞ্চলত প্ৰতিস্থিত এই বিদ্যালয় সমূহত মাতৃভাষাৰ মাধ্যমত শিক্ষা প্ৰদান কৰা হয়।

লগতে চাওক

তথ্য সূত্ৰ

Tags:

শিশু শিক্ষা সমিতি, অসম বিদ্যালয়সমূহশিশু শিক্ষা সমিতি, অসম লগতে চাওকশিশু শিক্ষা সমিতি, অসম তথ্য সূত্ৰশিশু শিক্ষা সমিতি, অসম বাহ্যিক সংযোগশিশু শিক্ষা সমিতি, অসমঅসমবিদ্যা ভাৰতী

🔥 Trending searches on Wiki অসমীয়া:

ওজাপালিঅসমৰ সাহিত্যিকসকলৰ তালিকামানুহঅসমৰ সমস্যাআল্লাহপাঠ্যক্ৰমশ্ৰীমদ্ভগৱতগীতাঅসমৰ বাঁহ-বেতৰ শিল্পবিশ্ব মেলেৰিয়া দিৱসনবীনচন্দ্ৰ বৰদলৈশক্তিহৰপ্পাজন গণ মনভগ্নাংশ (গণিত)মহেশ্বৰ নেওগআউনীআটী সত্ৰভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫চিকিৎসা বিজ্ঞানপ্ৰজ্ঞাপুঁজিবাদঅসমৰ ধান খেতিৰ সঁজুলিসমূহপাটবাউসী সত্ৰকৰতল কমল কমল দল নয়নকৃষ্ণচূড়াচিলাৰায়কেতেকীসম্পাদনাদশৰথভাৰত-চীন যুদ্ধবাবৰযোগাসনএডৱাৰ্ড জেনাৰম’বাইল ফোনপৃথিৱীবহনক্ষম উন্নয়নৰ লক্ষ্যপদাৰ্থৰ অৱস্থাফাকুৱাঅসমৰ মাছ ধৰা সঁজুলিপাটকাইৰ ইপাৰে মোৰ দেশঅসমীয়া গীতি সাহিত্যবন্দে মাতৰম্‌য়ৰাভা জনগোষ্ঠীসত্ৰজল প্ৰদূষণজেং বিহুউত্তৰ গুৱাহাটীইউক্লিডডিমাছা জনগোষ্ঠীভূগোলভীমৰাও ৰামজী আম্বেদকাৰতৰল পদাৰ্থভাৰত-আৰ্য ভাষা পৰিয়ালৰাতি বিহুৰাম গগৈগায়ত্ৰী মহন্তঅসমৰ চাহ জনগোষ্ঠীশ্ৰীমন্ত শংকৰদেৱৰামায়ণইন্দিৰা মিৰিঅৰুণাচল প্ৰদেশৰ জনগোষ্ঠীসমূহযাদৱ পায়েংৰক্তদলভ্ৰাম্যমাণ থিয়েটাৰভাৰতীয় ভাষাজোৰোণবিত্তীয় ব্যৱস্থাশীতল যুদ্ধঅসমৰ ৰাজ্যিক প্ৰতীকসমূহআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডদিনলোকভাষাজাতনামমহিলাৰ বিৰুদ্ধে হিংসা🡆 More