মূৰৰ বিষ

মূৰৰ বিষ (ইংৰাজী: headache; বা cephalalgia) হৈছে মূৰ বা ডিঙি অঞ্চলৰ যিকোনো অংশত হোৱা যিকোনো ধৰণৰ বিষ বা বেদনা। ই মূৰ বা ডিঙিত দেখা দিয়া যিকোনো পৰিস্থিতিক লক্ষণ হ'ব পাৰে।

মূৰৰ বিষ
মূৰৰ বিষ
মূৰৰ বিষত আক্ৰান্ত এগৰাকী মহিলা।
ICD-10 G43-G44, R51
ICD-9 339, 784.0
DiseasesDB 19825
MedlinePlus 003024
eMedicine neuro/517 neuro/70
MeSH D006261

কাৰণ

প্ৰাৰম্ভিক পৰা গুৰুতৰ যিকোনো ধৰণৰ অসংখ্য কাৰকৰ বাবে মূৰৰ বিষ হ'ব পাৰে। মগজুৰ কলাত বেদনা সংগ্ৰাহী কোষ নাথাকে বাবে ই নিজে বিষৰ প্ৰতি সংবেদনশীল নহয়। গতিকে মগজুৰ চাৰিওকাষে থকা বেদনা সংবেদী গঠন ব্যতিব্যস্ত হোৱাৰ বাবেহে বিষৰ অনুভৱ হয়। মূৰ আৰু ডিঙিত এনে নটা বেদনা সংবেদী গঠন আছে, সেইকেইটা হৈছে ক্ৰেণিয়াম (লাওখোলাৰ পেৰিঅ'ষ্টিয়াম), মাংসপেশী, স্নায়ু, সিৰা আৰু ধমনী, ছাবকিউটেনিয়াছ টিছু, চকু, কাণ, ছাইনাছ আৰু মিউক'আছ আৱৰণ। মূৰৰ বিষৰ বিভিন্ন শ্ৰেণীবিভাজন পদ্ধতি আছে। ইয়াৰ ভিতৰত আটাইতকে বহুল প্ৰচলিত জনপ্ৰিয় পদ্ধতি হৈছে International Headache Society। মূৰৰ বিষ এটা অবৈজ্ঞানিক লক্ষণ, অৰ্থাৎ অনিদ্ৰা, দূঃচিন্তা, চিকিৎসা আৰু দৰৱৰ প্ৰভাৱ, ভাইৰাছৰ সংক্ৰমণ আৰু সাধাৰণ পানীলগা, মূৰৰ আঘাত, সঘনাই অতি ঠাণ্ডা খাদ্য বা পানীয় গ্ৰহণ কৰা, দাঁত বা ছাইনাছৰ সমস্যা, আৰু অন্যান্য বহুতো কাৰককে ধৰি ইয়াৰ অসংখ্য সম্ভাৱনীয় কাৰক আছে।

প্ৰতিৰোধ আৰু চিকিৎসা

কাৰকৰ ওপৰত নিৰ্ভৰ কৰি মূৰৰ বিষৰ চিকিৎসা কৰা হয়, কিন্তু সাধাৰণতে প্ৰায়েই বেদনানাশক ব্যৱহাৰ কৰা হয়।

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

ইংলেণ্ডলোকসভাবাগ্‌ধ্বনিজ্যোতিপ্ৰসাদ আগৰৱালানেপালী জনগোষ্ঠীজোনাকী (আলোচনী)সাঁথৰভাৰতৰ ইতিহাসভাৰতীয় জনতা পাৰ্টিঅতুল চন্দ্ৰ হাজৰিকাপাঠ্যক্ৰমঅংকীয়া নাটজীৱনৰ বাটতযজ্ঞঅসম সাহিত্য সভাগজেন্দ্ৰ মোক্ষকাগজৰামধেনু (আলোচনী)অসমীয়া ব্যাকৰণমৃত্যুসমাজবাদআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰযোৰানামমোহৰসাত বিহুঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকাইয়াত এখন অৰণ্য আছিলবিবাহবীণাপাণি নাট্য সমাজতগৰজৈৱ বৈচিত্ৰ্যছুনামিভাষাবিজ্ঞানসমাজপাচন তন্ত্ৰভেঁকুৰৰাজ্যসভানেমুবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যবিষ্ণুপ্ৰসাদ ৰাভা১৯ এপ্ৰিলম’বাইল ফোনকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানসৰ্বপল্লী ৰাধাকৃষ্ণণজল প্ৰদূষণঅপৰিমেয় সংখ্যাহস্তমৈথুনধেমাজি জিলাবিৰিঞ্চি কুমাৰ বৰুৱামোৱামৰীয়া বিদ্ৰোহগাঁও পঞ্চায়তকীৰ্তন ঘোষা সংকলনৰাম নৱমীকলাবিয়া নামগোৱালপাৰাহুঁচৰিনাহৰৰ গীত২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকাঅসমনিৰুপমা বৰগোহাঞিৰজনীকান্ত বৰদলৈঅসমীয়া জলপানউত্তৰ গুৱাহাটীনৱবিধা ভক্তিদেউৰী জনগোষ্ঠীসালোক সংশ্লেষণনৃত্যলখিমপুৰ (লোকসভা সমষ্টি)অসহযোগ আন্দোলনবৰহমথুৰিসপ্তকাণ্ড ৰামায়ণঅসমৰ বনৌষধিশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯ৰঙিয়া (বিধানসভা সমষ্টি)লোকবিশ্বাস🡆 More