মাৰ্কাছ টুলিয়াছ চিচেৰো

মাৰ্কাছ টুলিয়াছ চিচেৰো (খ্ৰীষ্টপূৰ্ব ৩ জানুৱাৰী – ৭ ডিচেম্বৰ ৪৩ খ্ৰীষ্টপূৰ্ব) এজন ৰোমান ৰাজনীতিবিদ, কূটনীতিক, আইনজ্ঞ, পণ্ডিত, দাৰ্শনিক আৰু বাগ্মী আছিল। ৰোমান সাম্ৰাজ্য স্থাপনৰ ৰাজনৈতিক সংকটৰ সময়ত তেওঁ সৰ্বোত্তম নীতিবোৰ বজাই ৰাখিবলৈ চেষ্টা কৰিছিল। তেওঁৰ বিস্তৃত লেখাসমূহৰ ভিতৰত তেওঁৰ বক্তব্য, দৰ্শন আৰু ৰাজনীতিৰ ওপৰত ৰচিত গ্ৰন্থসমূহ পোৱা যায়। তেওঁক ৰোমৰ অন্যতম লেটিন ভাষাৰ শ্ৰেষ্ঠ বাগ্মী আৰু প্ৰবন্ধ ৰচয়িতা আখ্যা দিয়া হয়। তেওঁ ৰোমৰ এটি সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।

চিচেৰো
মাৰ্কাছ টুলিয়াছ চিচেৰো
ৰোমৰ কেপিটলিন সংগ্ৰহালয়ত চিচেৰোৰ প্ৰথম শতাব্দীৰ আবক্ষ মূৰ্তি
জন্ম খ্ৰীষ্টপূৰ্ব ৩ জানুৱাৰী ১০৬
আৰ্পিনাম, ৰোমান ইটালী, ৰোমান গণৰাজ্য
মৃত্যু ৭ ডিচেম্বৰ ৪৩ খ্ৰীষ্টপূৰ্ব (৬৩ বছৰ)
ফৰ্মিয়া, ইটালী, ৰোমান গণৰাজ্য
মৃত্যুৰ কাৰণ শিৰচ্ছেদ, মাৰ্ক এণ্টনিৰ আদেশৰ দ্বাৰা।
পেচা ষ্টেটছমেন, আইনজ্ঞ, লেখক, বক্তা
দাম্পত্যসঙ্গী
  • টেৰেণ্টিয়া (খ্ৰীষ্টপূৰ্ব ৭৯-৫১)
  • পাবলিলিয়া (৪৬-৪৫ খ্ৰীষ্টপূৰ্ব)
সন্তান টুলিয়া আৰু চিচেৰো মাইনৰ
আত্মীয়-স্বজন কুইণ্টাছ টুলিয়াছ চিচেৰো (ভাতৃ)
মাৰ্কাছ টুলিয়াছ চিচেৰো
সাহিত্যিক বিপ্লৱ
  • ধ্ৰুপদী লেটিন
  • ইলেক্ট্ৰিক দৰ্শন
উল্লেখনীয় কৰ্মৰাজি
  • 'ভাষ্য:
  • ভেৰেমত
  • কেটিলিনাম আই-আই-আইভিত
  • দৰ্শন:
  • একাডেমিকা (চিচেৰো)
  • একাডেমিকা
  • ডি অৰাটৰ
  • দে ৰে পাব্লিকা
  • দে নাটুৰা দেওৰাম
  • ডি অফিচিচ
  • টুচকুলানে কুৱেষ্টিওনেছ
  • ডি ডিভাইনেচন
  • দে ফাটো
মাৰ্কাছ টুলিয়াছ চিচেৰো
যুগ হেলেনিষ্টিক দৰ্শন
অঞ্চল পাশ্চাত্য দৰ্শন
ধাৰা Academic skepticism
Classical republicanism
আগ্ৰহ Ethics, epistemology, theology
উল্লেখযোগ্য কৰ্ম Summum bonum
Problem of evil
"Exception that proves the rule"
Humanitas
Inter arma enim silent leges
Non nobis solum
O tempora, o mores!
Salus populi suprema lex esto
প্ৰভাৱিত হয়
প্ৰভাৱিত কৰে
  • পৰৱৰ্তী পাশ্চাত্য দৰ্শনৰ প্ৰায় সকলোবোৰ

তথ্যসূত্ৰ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

জুবিন গাৰ্গপ্লাষ্টিকগুগলইবাঁকু বিচুঈয়াৰুইঙ্গমমানৱ উন্নয়ন সূচকযোৰানামশৰ্কৰাগৰু বিহু১৮ এপ্ৰিলচৰকাৰএইচ.আই.ভি/এইড্‌ছকোষ (জীৱবিজ্ঞান)সুশোভন সোনু ৰায়খেৰাইনৱ-বৈষ্ণৱ ধৰ্মআহোম বিবাহ পৰম্পৰাঅসমৰ সাধুকথাহাই নান্নাঅসমৰ জাতীয় গীতকুমাৰীত্বআহোম-মোগলৰ সংঘৰ্ষশ্ৰী শ্ৰী বটদ্ৰৱা থানঅসমৰ ইতিহাসবিশেষ শিক্ষাহোমেন বৰগোহাঞিভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাৰাসোৎসৱবিহু নৃত্যসৰ্বেপল্লী ৰাধাকৃষ্ণণনামঘোষাঅসমীয়া ব্যাকৰণমদন কামদেৱ দেৱালয়পদাৰ্থ বিজ্ঞানৰামধেনুহস্তমৈথুনবিশ্ব সাহিত্য কেন্দ্ৰজৈৱ বৈচিত্ৰ্যঅসমৰ গামোচাশিৱসাগৰব্ৰজাৱলী ভাষাবানপানীফাকে জনগোষ্ঠীউদ্ভিদযক্ষ্মাহিন্দু ধৰ্মফুলনৰেন্দ্ৰ মোদীসৌৰভ কুমাৰ চলিহাদেওহাঁহজোনবিৰি (অলংকাৰ)অসমৰ কণ্ঠশিল্পীসকলৰ তালিকাভাওনাবৰুণীসৌৰজগতহেপাটাইটিছ বিৰবীন্দ্ৰনাথ ঠাকুৰমাইলছ ব্ৰনছনগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাগণৰাজ্য দিৱস (ভাৰত)অসমৰ ৰাজ্যিক প্ৰতীকসমূহআত্মসহায়ক গোটৰামায়ণপানীবাগ্‌ধ্বনিহেমচন্দ্ৰ বৰুৱাধ্বনিতত্ত্বহাগা গেন্দেৰাবংগ বিভাজন (১৯০৫)শিৱসাগৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাতলাতল ঘৰদুৰ্গা পূজাচুটিগল্পকল🡆 More