মালতী

মাধৈমালতী বা মাধৱী লতা (বৈজ্ঞানিক নাম: Combretum indicum) এবিধ লতাজাতীয় গছ। ই Combretaceae। পৰিয়ালৰ অন্তৰ্গত এটা প্ৰজাতি। লতা অতি খীণ, বহু বছৰ হলে শকত হয়। পাতৰ সাজোন বিপৰীত-মুখী। পাত আয়তকাৰ, ডিম্বাকৃতি আৰু আগ সৰু; কাষত পাতল ঢউ খেলোৱা।

মালতী
মালতী
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Myrtales
পৰিয়াল: Combretaceae
গণ: Combretum
প্ৰজাতি: C. indicum
বৈজ্ঞানিক নাম
Combretum indicum
(L.) DeFilipps
সমাৰ্থক

Quisqualis indica L.

ইয়াৰ অন্য নামবোৰ হৈছে Quiscual (স্পেনিছ), Niyog-niyogan (ফিলিপিনো), মধুমালতি বা মধু মালতি (হিন্দী), ମଧୁ ମାଳତି মধুমালতি (উড়িয়া), মাধবীলতা (বাংলা), মধুমালোতি (মেইটেই), Akar Dani আকাৰ ডানি (মালয) , ৰংগন মালি இரங்கூன் மல்லி (তামিল) আৰু ৰাধা মনোহৰম (তেলেগু)।

তথ্য সংগ্ৰহ

লগতে চাওক

বহিঃসংযোগ

Tags:

বৈজ্ঞানিক নাম

🔥 Trending searches on Wiki অসমীয়া:

অনুৰাধা শৰ্মা পূজাৰীগণিতজন গণ মনগদ্যৰূপালীমআহোম-মোগলৰ সংঘৰ্ষবিঘামুখমৈথুনধানৰাজিয়া চুলতানাপুথিভঁৰালবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যভগদত্তমণিপুৰ সংঘৰ্ষ ২০২৩আহোম জনগোষ্ঠীবিজ্ঞাপনঅসমৰ পৰম্পৰাগত সাজ-পাৰলক্ষ্মীনাথ বেজবৰুৱাযাদৱ পায়েংঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাচি++নামঘৰকোণদৰ্শনত্ৰিভুজলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীভিটামিনবানপানীৰক্তদলকুমাৰ ভাস্কৰ বৰ্মাপ্লেটোহাজোনাৰীখাৰখোৱা২৪ এপ্ৰিলনীলমণি ফুকন (কনিষ্ঠ)তলাতল ঘৰভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাচোৰধৰাধুবুৰী (লোকসভা সমষ্টি)নিগনিএলবাৰ্ট আইনষ্টাইনফুৰালুং ধৰ্মসূৰ্যকুমাৰ ভূঞামৰাণ জনগোষ্ঠীগোপাল কৃষ্ণ গোখলেবৃত্তঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলকামৰূপ জিলাকেতেকীসংগীতৱিকিপিডিয়াবেটুপাতভাৰতবেদহোমেন বৰগোহাঞিহাজং জনগোষ্ঠীজিকিৰজিএছটিমোৰো এটা সপোন আছেকমলাবাৰী সত্ৰনাট্য শাস্ত্ৰঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাশকুন্তলা (চলচ্চিত্ৰ)গোপীনাথ বৰদলৈঅৰ্থনীতিআৰ্যভট্টইতিহাসকেঁচুসাৰকোচ ৰাজবংশউদাৰনৈতিকতাবাদশৰাইঘাটৰ যুদ্ধঅসমীয়া লোকসাহিত্যকেওঁট জনগোষ্ঠীহেম বৰুৱাঅসমৰ সাহিত্যিকসকলৰ তালিকা🡆 More