মাউণ্ট এভাৰেষ্ট: পৃথিৱীৰ সৰ্ব্বোচ্চ পৰ্বত

মাউণ্ট এভাৰেষ্ট (Mount Everest), (নেপালত Sagarmāthā আৰু তীব্বতত Chomolungma হিচাপে জনা যায় ), পৃথিৱীৰ সৰ্ব্বোচ্চ উচ্চতাত থকা পৰ্বত। ই হিমালয় পৰ্বতমালাৰ মহালংগোৰ ( Mahalangur) অংশত সাগৰ পৃষ্ঠৰ পৰা ৮৮৪৮ মিটাৰ (২৯০২৯ ফুট) উচ্চতাত অৱস্থিত। অৱশ্যে পৃথিৱীৰ কেন্দ্ৰৰ পৰা সৰ্বোচ্চ উচ্চতাত থকা শৃংগটো হৈছে এণ্ডিজ পৰ্বতমালাৰ ’মাউণ্ট চ্চিমব’ৰাজ’ (Mount Chimborazo) ]]। চীন আৰু নেপালৰ আন্তঃৰাষ্ট্ৰীয় সীমা এই এভাৰেষ্ট শৃংগত মিলিত হৈছে।

মাউণ্ট এভাৰেষ্ট (Mount Everest)
सगरमाथा (Sagarmāthā)
ཇོ་མོ་གླང་མ (Chomolungma)
珠穆朗玛峰 (Zhūmùlǎngmǎ Fēng)
মাউণ্ট এভাৰেষ্ট: পৃথিৱীৰ সৰ্ব্বোচ্চ পৰ্বত
তীব্বতৰ পৰা মাউণ্ট এভাৰেষ্টৰ উত্তৰ দিশৰ দৃশ্য
উচ্চতা 8,848 m (29,029 ft)
Ranked 1st
Prominence 8,848 m (29,029 ft)
Ranked 1st
(Notice special definition for Everest)
তালিকা Seven Summits
Eight-thousander
Country high point
Ultra
অৱস্থান
চিত্ৰ:Nepal
Location on the Sagarmatha Zone, Nepal - Tibet, China border
অৱস্থিতি Solukhumbu District, Sagarmatha Zone, Nepal;
Tingri County, Xigazê, Tibet Autonomous Region, China
প্ৰসাৰ Mahalangur Himal, Himalayas
স্থানাংক 27°59′17″N 86°55′31″E / 27.98806°N 86.92528°E / 27.98806; 86.92528 86°55′31″E / 27.98806°N 86.92528°E / 27.98806; 86.92528
আৰোহন
প্ৰথম আৰোহনকাৰী 29 May 1953
Edmund Hillary and Tenzing Norgay
(First winter ascent 1980 Leszek Cichy and Krzysztof Wielicki)
সহজতম পথ South Col (Nepal)
মাউণ্ট এভাৰেষ্ট: পৃথিৱীৰ সৰ্ব্বোচ্চ পৰ্বত
মাউণ্ট এভাৰেষ্টৰ দক্ষিণ দিশ
মাউণ্ট এভাৰেষ্ট: পৃথিৱীৰ সৰ্ব্বোচ্চ পৰ্বত
Tibetan Plateau and surrounding areas above 1600 m in colour- topography.
মাউণ্ট এভাৰেষ্ট: পৃথিৱীৰ সৰ্ব্বোচ্চ পৰ্বত
মাউণ্ট এভাৰেষ্ট আৰু বৰফাবৃত হিমালয় পৰ্বতমালা

ইতিহাস

১৮৫৬ চনত ভাৰতৰ ’Great Trigonometrical Survey of India’ ই পোনপ্ৰথমবাৰৰ বাবে মাউণ্ট এভাৰেষ্টৰ উচ্চতা 29,002 ফুট (8,840 মিটাৰ) বুলি মাপ কৰি উলিয়ায়। বৰ্তমান চৰকাৰীভাৱে ইয়াৰ উচ্চতা 8,848 মিটাৰ (29,029 ফুট) বুলি স্বীকৃতি দিয়া হৈছে। এই মাপ ১৯৫৫ চনত এক ভাৰতীয় চাৰ্ভেই নিৰ্ণয় কৰিছিল। পৰৱৰ্ত্তী কালত অৰ্থাৎ ১৯৭৫ চনত চীনে পৃথক চাৰ্ভেৰ দ্বাৰা এই মাপকে নিশ্চিত কৰে। ১৮৬৫ চনত ব্ৰিটিছ চাৰ্ভেয়ৰ জেনেৰেল (Surveyor General of India) এণ্ড্ৰিউ ৱাগ (Andrew Waugh) ৰ পৰামৰ্শ ক্ৰমে ৰ’য়েল জিঅ’গ্ৰাফিকেল চ’ছাইটি (Royal Geographical Society) য়ে এভাৰেষ্ট নামটো প্ৰদান কৰে। তাৰ আগলৈকে এই শৃংগক Peak XV নামেৰে জনা গৈছিল। ৱাগে তেওঁৰ পূৰ্বৰ জেনৰেল ছাৰ জৰ্জ এভাৰেষ্ট (Sir George Everest) ৰ নামেৰে এই নাম দিয়ে।

পৰ্বতাৰোহণ

মাউণ্ট এভাৰেষ্টলৈ বহুতো অভিজ্ঞতাপুষ্ট আৰোহণকাৰী আৰু দু:সাহসিক অভিযানকাৰীৰ আগমণ ঘটে। এই শৃংগত আৰোহণ কৰিবলৈ দুটা মূল পথ আছে-এটা নেপালৰ দক্ষিণ-পূবৰ পৰা আৰু আনটো তীব্বতৰ উত্তৰেদি। এভাৰেষ্টত আৰোহণকাৰীয়ে বহুতো বাধা-বিঘনিৰ সন্মুখীন হ’ব লগাত পৰে। ইয়াৰ ভিতৰত altitude sickness, ৰুক্ষ জলবায়ু, বতাহ, বৰফৰ স্খলন (avalanches) ইত্যাদি প্ৰধান।

এভাৰেষ্টৰ শিখৰত আৰোহণৰ প্ৰথম চেষ্টা ব্ৰিটিছ আৰোহণকাৰীসকলে কৰিছিল বুলি জনা যায়। সেই সময়ছোৱাত নেপালে বিদেশী পৰ্বতাৰোহণকাৰীক প্ৰবেশৰ বাবে অনুমতি নিদিয়াৰ বাবে ব্ৰিটিছ আৰোহণকাৰীসকলে তীব্বতৰ দিশৰ পৰা আৰোহণৰ চেষ্টা কৰিছিল। ১৯২১ চনত এটা দলে উত্তৰ ক’ল ( 7,000 মিটাৰ (22,970 ফুট) উচ্চতালৈকে আৰোহণত সফল হয়। ১৯২২ চনৰ অভিযানত মানুহে তেতিয়ালৈকে আৰোহণ কৰা সৰ্বোচ্চ উচ্চতা 8,320 মিটাৰ (27,300 ফুট) পাবলৈ সক্ষম হয়। কিন্তু ওভতাৰ পথত বৰফৰ স্খলন (avalanche) ৰ মুখামুখি হৈ সাতজন পৰ্টাৰ মৃত্যুমুখত পৰে। ১৯২৪ চনৰ অভিযানত দুজন পৰ্বতাৰোহণকাৰী George Mallory আৰু Andrew Irvine সন্ধানহীন হয়। পৰৱৰ্ত্তী সময়ত ১৯৯৯ চনত মেল’ৰিৰ মৃতদেহ 8,155 মিটাৰ (26,755 ফুট) উচ্চতাত উদ্ধাৰ হয়। ১৯৫৩ চনত টেনজিং নৰ্গে (Tenzing Norgay) আৰু এডমাণ্ড হিলাৰী (Edmund Hillary) য়ে পোনপ্ৰথমে এভাৰেষ্টৰ শিখৰত আৰোহণ কৰাৰ সফলতা লাভ কৰে।

তথ্যসূত্ৰ

Tags:

চীননেপালপৃথিৱীপৰ্বতহিমালয়

🔥 Trending searches on Wiki অসমীয়া:

যৌন সংগমঅসমৰ লোকগীতচিপাহী বিদ্ৰোহ ১৮৫৭শব্দভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাঅসমীয়া ভাষা আন্দোলনলুই পেষ্ট'ৰঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলহনুমান জয়ন্তীবিহুৰ খাদ্যতৰল পদাৰ্থঅসমীয়া খাদ্যাভ্যাসবাল্য বিবাহব্যাকৰণসাহিত্যভট্টদেৱগৰু বিহুঅসমীয়া খবৰপদুমঅলিম্পিকওড়িয়া ভাষাসমাজতত্ত্বভাৰতত বনাঞ্চল ধ্বংসঅসমীয়া যুক্তাক্ষৰৰাষ্ট্ৰসংঘ দিৱসশকুন্তলাব্ৰহ্মপুত্ৰ উপত্যকাআত্মাঅংকঅসমৰ ধান খেতিৰ সঁজুলিসমূহউদ্ভিদহস্তীবিদ্যাৰ্ণৱবড়ো চুক্তি ২০২০ৱিকিগৌতম বুদ্ধকৰতল কমল কমল দল নয়নঅখণ্ড সংখ্যাবাংলাদেশমাটিৰ হিচাপমনোমতীকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানমালিনী থানজাতনামগোপাল কৃষ্ণ গোখলেবংগ বিভাজন (১৯০৫)ৰাভা জনগোষ্ঠীৰাতি বিহুৰাষ্ট্ৰসংঘজ্যামিতিহাজোঅযোধ্যা (পৌৰাণিক নগৰ)নাটকনৱবিধা ভক্তিএলুমিনিয়ামকৰ্কট ক্ৰান্তিহিমালয়ইউক্লিডকৃষিঅসীমত যাৰ হেৰাল সীমাঅসমৰ কুঁহিলা শিল্পজাপিচিকিৎসা বিজ্ঞানপ্ৰাকৃতিক সম্পদৰাৱণলোকাচাৰঅসমীয়া ভাষাৰ শব্দসম্ভাৰকম্পিউটাৰফেইচবুকআগ্নেয়গিৰিগুৰু আসনমোৱামৰীয়া বিদ্ৰোহমহাকাব্যভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাহাবুংপীযুষ হাজৰিকাসাক্ষৰতাপাঁচালী২৬ এপ্ৰিল🡆 More