মহেন্দ্ৰ বৰা

মহেন্দ্ৰ বৰা (ইংৰাজী: Mahendra Bora) এজন অসমীয়া কবি-সাহিত্যিক, প্ৰবন্ধকাৰ, শিক্ষাবিদ আৰু সমালোচক। ১৯৮৭ চনত তেখেতে অসম সাহিত্য সভাৰ পাঠশালা অধিবেশনৰ সভাপতিৰ আসন অলঙ্কৃত কৰিছিল।

মহেন্দ্ৰ বৰা
জন্ম ২২ আগষ্ট, ১৯২৯
মৃত্যু ৯ এপ্ৰিল, ১৯৯৬
পেচা লেখক, কবি, সমালোচক, শিক্ষাবিদ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়

জন্ম

১৯২৯ চনৰ ২২ আগষ্টত ডিব্ৰুগড় জিলাৰ টিংখাংত মহেন্দ্ৰ বৰাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল ইন্দ্ৰেশ্বৰ বৰা আৰু মাতৃৰ নাম আছিল লীলাৱতী বৰা

শিক্ষা

মহেন্দ্ৰ বৰাই প্ৰাথমিক শিক্ষা চৈখোৱা, মাকুম আৰু লাহোৱালত গ্ৰহণ কৰে। ডিব্ৰুগড়ৰ জৰ্জ ইন্সটিউটৰ পৰা তেওঁ হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰে। তাৰ পিছত ১৯৪৭ চনত শিৱসাগৰৰ হাইস্কুলৰ পৰা মেট্ৰিকুলেচন পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৯ চনত কটন মহাবিদ্যালয়ৰ পৰা তৃতীয় স্থানত আই এ উত্তীৰ্ণ হয়। ১৯৫১ চনত তাৰ পৰাই স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৫৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰৰ পৰা ইংৰাজী বিষয়ত দ্বিতীয় শ্ৰেণীৰ উচ্চস্থান লাভ কৰি স্নাতকোত্তৰ সন্মান লাভ কৰে। ইয়াৰ পিছত তেওঁ১৯৭১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

অধ্যাপনা: কটন মহাবিদ্যালয়, ডিব্ৰুগড় মহাবিদ্যালয়। অধ্যক্ষ গোৱালপাৰা মহাবিদ্যালয় আৰু বিলাসীপাৰা মহাবিদ্যালয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰৰ বেজবৰুৱা আসনৰ অধ্যাপক। বিশ্ববিদ্যালয় অনুদান আয়োগৰ জাতীয় অধ্যাপক।

সাহিত্য সম্ভাৰ

কবিতা সংকলন: জাতিষ্মৰ(১৯৬১), এই নদীয়েদি(১৯৭৩), ৰূপৰ টিলিঙাৰ মাত(১৯৮৩), আলি দোমোজাৰ ক্ৰছৰ পৰা(১৯৮৭), নীলা ধতুৰাৰ ফুল(১৯৮৭) আৰু জীৱন এক আস্তাৱল (১৯৯৫)

প্ৰবন্ধ: ফুল তৰা গান, অসমীয়া কবিতাৰ ছন্দৰ শিল্পতত্ত্ব, ৰমন্যাসবাদ, সাহিত্য উপক্ৰমণিকা, সমাজবাদৰ কথা

অনুবাদ: মহাভাৰত ১ম খণ্ড মহাভাৰত ২য় খণ্ড, গীতা, ডন কুইকচোট, নীল সাগৰৰ সাধু, য়াৰ্লিং, আফকেজ টে’ন পিটাৰপান, দেশে দেশে গল্প। ,"ৰবাৰ্ট ব্ৰাউনিং"

সম্পাদনা: নতুন কবিতা, আনন্দ চন্দ্ৰ আগৰৱালা আৰু দুৰ্গেশ্বৰ শৰ্মা জীৱনাৱলী, মণিদীপ, অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদন (১৯৭৪-৭৫), 1957 In Assam, Fundamentals Of Assamese Metre, The Evalution Of Assamese Scrip আৰু Wessalisa। আত্মজীৱনী: "উপলা নদীৰ দৰে"

ইয়াৰোপৰি তেওঁ পাঠ্যপুথি সংকলন আৰু লিমাৰিকো ৰচনা কৰিছিল।

সন্মান আৰু স্বীকৃতি

বৰ্ষ বঁটা সংস্থা
১৯৬৮ ৰাষ্ট্ৰীয় কবি সন্মান আকাশবাণী
১৯৪৯ দুখুৰাম স্মাৰক বঁটা গুৱাহাটী বিশ্ববিদ্যালয়
১৯৮৩ কেৰালাৰ মহাকবিৰ আসন স্মাৰক বঁটা
১৯৮৩ মোহনৰাম শৰ্মা স্মাৰক বঁটা
১৯৮৩ ৰঘুনাথ চৌধাৰী স্মাৰক বঁটা
১৯৯৪ শংকৰদেৱ বঁটা

বিভিন্ন পদত

মৃত্যু

১৯৯৬ চনৰ ৯ এপ্ৰিলত মহেন্দ্ৰ বৰাৰ মৃত্যু হয়।

তথ্য সংগ্ৰহ

Tags:

মহেন্দ্ৰ বৰা জন্মমহেন্দ্ৰ বৰা শিক্ষামহেন্দ্ৰ বৰা কৰ্মজীৱনমহেন্দ্ৰ বৰা সাহিত্য সম্ভাৰমহেন্দ্ৰ বৰা সন্মান আৰু স্বীকৃতিমহেন্দ্ৰ বৰা মৃত্যুমহেন্দ্ৰ বৰা তথ্য সংগ্ৰহমহেন্দ্ৰ বৰাঅসম সাহিত্য সভাঅসমীয়া ভাষাইংৰাজী ভাষাপাঠশালা

🔥 Trending searches on Wiki অসমীয়া:

নৱৰাত্ৰিঅখণ্ড সংখ্যাৰাজিয়া চুলতানাব্ৰিটিছ ৰাজবিয়া নামপাঠ পৰিকল্পনাঅসমৰ পিতল শিল্পদিলীপ কুমাৰ দত্তঔ টেঙাজৈৱ বৈচিত্ৰ্যবড়ো জনগোষ্ঠীঅসমীয়া গালি-গালাজচকৰি ফেঁটী বুৰঞ্জীচেঙেলী মাছমালিতাভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাআত্মজীৱনীপলাশীৰ যুদ্ধকৰ্কট ক্ৰান্তিঅসমীয়া লিপিৰ বুৰঞ্জীৰঘুনাথ চৌধাৰীপ্ৰশান্ত মহাসাগৰকপিলীপৰীয়া সাধুআজান পীৰঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকাসেউজ গৃহ প্ৰভাৱম’বাইল ফোনসৌৰভ কুমাৰ চলিহাতলাতল ঘৰঅসমৰ পৰম্পৰাগত খেল-ধেমালিঅণুবীক্ষণ যন্ত্ৰনৱবিধা ভক্তিপ্ৰহ্লাদপ্ৰাকৃতিক পৰিৱেশবৰষুণইণ্টাৰনেটসিন্ধু সভ্যতামদন কামদেৱ দেৱালয়শকুন্তলাকালিৰাম মেধিউৎসৱভাৰতীয় দৰ্শনশীতল যুদ্ধপৰ্যটনইণ্ডোনেছিয়াঅম্বুবাচীনাৰীবাদভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাশ্ৰীমন্ত শংকৰদেৱনাট্য শাস্ত্ৰযুক্তৰাজ্যবিশেষ শিক্ষাদিহানামমুদ্ৰাএহাত ডাবাৰংঘৰকুশল কোঁৱৰটকা (বাদ্য)ৰাধাগোবিন্দ বৰুৱামিৰি জীয়ৰীমূলা গাভৰুখেৰাইশিশুসুতুলীকলিমাভাৰতীয় ৰেলতেজপুৰপৰিৱেশ অধ্যয়নহিন্দু জ্যোতিষবিদ্যাহেমচন্দ্ৰ বৰুৱামৃদুলা বৰুৱাঅৰুণ শৰ্মাভাৰতীয় সাহিত্য🡆 More