ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা

ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা বুলিলে সংবিধানখনৰ চমু ভূমিকা অংশক বুজায় য'ত এই নথিৰ লক্ষ্য আৰু নীতিৰ কথা আছে। সংবিধানৰ ক্ষমতাৰ উৎস হিচাপে ইয়ত জণগণৰ কথা উল্লেখ কৰা হৈছে। ভাৰতীয় জনতাৰ আশা আৰু দেশৰ আদৰ্শৰ কথাও প্ৰস্তাৱনাত স্পষ্টকৈ উল্লেখ কৰা আছে। ভাৰতৰ গণপৰিষদে ১৯৪৯ চনৰ ২৬ নৱেম্বৰত এই সংবিধানত সন্মতি জনায় আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰীত ই গৃহীত হয়।

ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা
ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাৰ মূল পাঠ্য, (৪২তম সংশোধনৰ পূৰ্বে)

প্ৰস্তাৱনাৰ পাঠ্য

আমি, ভাৰতবৰ্ষৰ জনসাধাৰণে, ভাৰতবৰ্ষক এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্ম নিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য ৰূপে গঠন কৰিবলৈ আৰু ইয়াৰ সকলো জনসাধাৰণৰ বাবে

সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, মতপ্ৰকাশ, বিশ্বাস, আস্থা আৰু উপাসনাৰ স্বাধীনতা, মৰ্যাদা আৰু সুযোগৰ সমতা নিশ্চিত কৰিবলৈ আৰু তেওঁলোক সকলোৰে মাজত ভাতৃত্ববোধ, ব্যক্তিসন্মান আৰু ৰাষ্ট্ৰীয় ঐক্য আৰু অখণ্ডতাৰ প্ৰসাৰ কৰাৰ অৰ্থে পবিত্ৰ অন্তঃকৰণেৰে সংকল্পবদ্ধ হৈ,

আমাৰ ভাৰতীয় গণপৰিষদত আজি ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে ইয়াৰ দ্বাৰা আমি গ্ৰহণ আৰু বিধিবদ্ধ কৰি নিজৰ প্ৰতি এই সংবিধান উছৰ্গা কৰিলোঁ।

তথ্য সংগ্ৰহ

আৰু চাওক

Tags:

ভাৰতৰ সংবিধান

🔥 Trending searches on Wiki অসমীয়া:

চৰ্যাপদব'হাগ বিহুবিশ্বনাথ চাৰিআলিযতীন্দ্ৰ নাথ দুৱৰাজলবিদ্যুৎঘনত্বৰামমোহন ৰায়মিচিং জনগোষ্ঠীধৰিত্ৰী দিৱসতিৱা জনগোষ্ঠীদেউৰী জনগোষ্ঠীপুৰন্দৰ সিংহগৱেষণাইজৰাইল–পেলেষ্টাইন সংঘাতৰ ইতিহাসপাইক প্ৰথাজুবিন গাৰ্গঅসহযোগ আন্দোলননাগাৰা নামসূৰ্যভাৰতৰ স্বাধীনতা আন্দোলনঅংগৰাগ মহন্তপ্ৰব্ৰজনদঁতাল হাতীৰ উঁয়ে খোৱা হাওদালোককথাজৈৱ বৈচিত্ৰ্যদেৱব্ৰত দাসএলবাৰ্ট আইনষ্টাইনঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাক্ৰিষ্টোফাৰ কলম্বাছবচন (ব্যাকৰণ)অৰ্থনীতিমৌলিক সংখ্যাঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতমাৰ্কাছ ৰাছফৰ্ডঢোলএছিয়াভিটামিনসংক্ৰমণপাচন নলীহুঁচৰিকনকলতা বৰুৱাকাৰ্বি আংলং জিলাকোচ ৰাজবংশআহোম-মোগলৰ সংঘৰ্ষব্লগঅসমৰ পৰম্পৰাগত খেল-ধেমালিঈয়াৰুইঙ্গমবহনক্ষম উন্নয়নৰ লক্ষ্যকামাখ্যা দেৱীআলি আঃয়ে লৃগাংফুলপায়ু সংগমঅসমীয়া লোক-সংস্কৃতিবিৰিঞ্চি কুমাৰ বৰুৱাপ্ৰণৱজ্যোতি ডেকাভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫ৰামঅসমৰ সাধুকথালিংগ স্তম্ভনঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলভাৰতৰ প্ৰধানমন্ত্ৰীপাঠ্যক্ৰমগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাউদ্ভিদগুৱাহাটী তেল শোধনাগাৰগোলকীকৰণহেপাটাইটিছ বিব্ৰহ্মপুত্ৰ নদযোৰহাট জিলাকেশৱ মহন্তজ্বৰলোকবিশ্বাসৰজনীকান্ত বৰদলৈদৰ্শনভাৰতীয় ভাষাবগেজাৰী গীতমালিতাশ্ৰীমন্ত শংকৰদেৱ বঁটা🡆 More