ভলিবল

ভলিবল (ইংৰাজী: Volleyball) অলিম্পিক খেলত দুই দলেৰেই ছয়জন কৰি খেলুৱৈ থাকে। নেট দি বিভক্ত কৰা কোৰ্টৰ দুই প্ৰান্তত খেলুৱৈসকল থাকে আৰু সিহঁতৰ উদ্দেশ্য থাকে প্ৰতিপক্ষ দলৰ সীমাৰ মাজত বলক ভূমিত স্পৰ্শ কৰাৰ মাধ্যমেৰে পয়ণ্ট অৰ্জন কৰা।

ভলিবল
ভলিবল
ভলিবল খেলৰ এটা দৃশ্য
সৰ্বোচ্চ পৰিচালনা সংস্থা FIVB
প্ৰথমবাৰ খেলা হয় ১৮৯৫, হলিউক, মেছাচুছেটচ্, আমেৰিকা যুক্তৰাষ্ট্ৰ
বৈশিষ্ট্য
সংস্পৰ্শ No Contact
দলৰ সদস্য
মিশ্ৰিত লিঙ্গৰ খেল একক
বৰ্গীকৰণ ইনডোৰ, বীচ, ঘাঁহ
উপকৰণ ভলিবল
অলিম্পিক ১৯৬৪

খেলৰ নিয়ম-কানুন

ভলিবল 
ভলিবল কোৰ্ট

ভলিবল ১৮ মিটাৰ (৫৯ ফুট) দীঘল আৰু ৯ মিটাৰ (২৯.৫ ফুট) ওখ কোৰ্টত খেলা হয়, যিটো এটা নেটৰ দ্বাৰা দুটা ৯মিঃ×৯মিঃত বিভক্ত। নেটটোৰ উচ্চতা ১ মিটাৰ আৰু ইয়াৰ শীৰ্ষ প্ৰান্ত কোৰ্টৰ কেন্দ্ৰৰ ভূমিৰ পৰা ২.৪৩ মিঃ (পুৰুষৰ বাবে) আৰু ২.২৪ মিঃ (নাৰীৰ বাবে) উচ্চতাত অৱস্থিত। যদিও শিশু-কিশোৰ আৰু বয়স্কসকলৰ বাবে উচ্চতাৰ প্ৰয়োজনমতে পৰিৱৰ্তন ঘটে।

নিয়ন্ত্ৰক সংস্থা

আন্তৰ্জাতিক ভলিবল সংস্থা বা এফআইভিবি বীচ ভলিবলসহ ইনডোৰ ভলিবল আৰু ঘাহঁ পূৰ্ণ পথাৰত ভলিবল খেলাৰ আন্তৰ্জাতিক নিয়ন্ত্ৰণকাৰী ক্ৰীড়া পৰিচালনাকাৰী সংস্থা হিচাপে পৰিচিত। ইয়াৰ সদৰ দফতৰ চুইজাৰলেণ্ডৰ লৌজানত অৱস্থিত। বৰ্তমানত ইয়াৰ সভাপতি হিচাপে আছে চীনৰ উই জিঝং।

তথ্য সূত্ৰ

বহিঃসংযোগ

Tags:

ভলিবল খেলৰ নিয়ম-কানুনভলিবল নিয়ন্ত্ৰক সংস্থাভলিবল তথ্য সূত্ৰভলিবল বহিঃসংযোগভলিবল

🔥 Trending searches on Wiki অসমীয়া:

বিবাহলক্ষ্মীনাথ বেজবৰুৱাৰ সাহিত্যিক অৱদানবিত্তীয় ব্যৱস্থাযুগ্ম সংখ্যাভট্টদেৱৰ গদ্যশৈলীঅসমৰ কুঁহিলা শিল্পঅসমীয়া যুক্তাক্ষৰধানতৰল পদাৰ্থবৰদৈচিলাভাৰতৰ প্ৰধানমন্ত্ৰীঅসমৰ জাতীয় গীতজিএছটিজ্ঞানপীঠ বঁটাপঞ্চায়তী ৰাজযনিকমলা মিৰিমোহনদাস কৰমচান্দ গান্ধীবক ফুলভিটামিনএডৱাৰ্ড জেনাৰমুগা (ৰেচম)পৰিৱেশ তন্ত্ৰমানচিত্ৰকোচ ৰাজবংশীখগেন মহন্তমামণি ৰয়ছম গোস্বামীশ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘজৱাহৰলাল নেহৰুভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যবিষুৱ ৰেখাজাপানআঁহতআউনীআটী সত্ৰপূৰবী বৰমুদৈপ্ৰাকৃতিক দুৰ্যোগবড়ো ভাষাআমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাগদ্যস্তন সংগমফকৰা যোজনাসাত বিহুসপ্তকাণ্ড ৰামায়ণগোৱালপাৰা জিলাঅসমীয়া প্ৰতিদিনপীতাম্বৰ কবিকম্পিউটাৰ হাৰ্ডৱেৰভাৰতৰ ইতিহাসৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসৰাজিয়া চুলতানামনোমতীপৰিয়ালসাপপৰিৱেশ বিজ্ঞানজ্যোতি সংগীতহাঁওফাঁওবুঢ়ী আইৰ সাধুটকা (বাদ্য)ডিমাছা জনগোষ্ঠীমোৰো এটা সপোন আছেভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা২০২৩ জি-২০ নতুন দিল্লী সন্মিলনকুমাৰ ভাস্কৰ বৰ্মালোকভাষাৰামধেনু (আলোচনী)মহাসাগৰঘৰ শালিকাধনশিৰি নদীডিব্ৰুগড় জিলাহনুমান জয়ন্তীচন্দ্ৰকুমাৰ আগৰৱালাপলাশীৰ যুদ্ধআনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন-চৰিত্ৰঅসমৰ সাধুকথাহাজো🡆 More