বৰাক নদী: বাংলাদেশৰ নদী

বৰাক নদী (ইংৰাজী: Barak River, বঙালী: বরাক নদী) হৈছে দক্ষিণ অসমৰ মুখ্য নদী। মণিপুৰ পাৰ্বত্য অঞ্চলৰ লোকসকল বিশেষকৈ এই নদীৰ ওপৰতে নিৰ্ভৰশীল। বৰাইল শ্ৰেণীৰ মুক্ৰু (Mukru) নামৰ ঠাইৰ পৰা এই নদীখনৰ উৎপত্তি হৈছে। নদীখনৰ দৈৰ্ঘ্য হৈছে ৯০০ কিঃমিঃ (৫৬০ মাইল)।

89°41′41″E / 25.22333°N 89.69472°E / 25.22333; 89.69472

বৰাক নদী
বৰাক নদী: উপনৈ, ৰাষ্ট্ৰীয় জলপথৰ মৰ্যাদা, তথ্য সংগ্ৰহ
উৰাজাহাজৰ পৰা বৰাক নদীক অসমৰ শিলচৰৰ ওচৰেদি বৈ যোৱা দেখা গৈছে
দেশসমূহ ভাৰত, বাংলাদেশ
প্ৰদেশসমূহ অসম, মণিপুৰ
উপনৈ
 - বাঁওদিশত সোণাই নদী, ঘাগৰা নদী (Ghagra River), কাটাখাল নদী (Katakhal River), ধলেশ্বৰী নদী (Dhaleswari River)
 - সোঁদিশত জিৰি নদী (Jiri River), চিৰি নদী (Chiri River), মধুৰা নদী (Madhura River), জাতিংগা নদী ( Jatinga River)
চহৰ শিলচৰ
উৎস মুক্ৰু (Mukru)
 - অৱস্থান বৰাইল শ্ৰেণী, ভাৰত
মোহনা বংগোপসাগৰ
 - অৱস্থান গংগা ব-দ্বীপ, বাংলাদেশ
 - স্থানাঙ্ক 25°13′24″N 89°41′41″E / 25.22333°N 89.69472°E / 25.22333; 89.69472
দৈৰ্ঘ্য ৯০০ কিমি (৫৬০ মাইল)

উপনৈ

ৰাষ্ট্ৰীয় জলপথৰ মৰ্যাদা

অসমৰ বৰাক নদীক ৰাষ্ট্ৰীয় জলপথ-৬ হিচাপে স্বীকৃতি দিবলৈ ভাৰত চৰকাৰক প্ৰস্তাৱ দিয়া হৈছে। স্বীকৃতি পালে এই নদীয়েদি বাণিজ্যৰ বাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে।

তথ্য সংগ্ৰহ

Tags:

বৰাক নদী উপনৈবৰাক নদী ৰাষ্ট্ৰীয় জলপথৰ মৰ্যাদাবৰাক নদী তথ্য সংগ্ৰহবৰাক নদীইংৰাজী ভাষাবঙালী ভাষাবৰাইল পৰ্বতমণিপুৰ

🔥 Trending searches on Wiki অসমীয়া:

গণতন্ত্ৰমিচিং জনগোষ্ঠীৰ সাজপাৰযোৰহাট (লোকসভা সমষ্টি)দৌল গোবিন্দ মন্দিৰকৰমানস ৰাষ্ট্ৰীয় উদ্যানসমাৰ্থক শব্দমৰমৰ দেউতানদীআইজাক নিউটনপ্ৰদূষণআঁহতযোগেশ দাসমালতীছনেটঅসমীয়া লোক-সংস্কৃতিত ভূত-প্ৰেতভ্ৰাম্যমাণ থিয়েটাৰদৰ্শনসোণোৱাল কছাৰীজীৱনৰ বাটতভাৰতশামুকবাংলাদেশৰাজ্যসভাহিতেশ্বৰ বৰবৰুৱাব্লগবামুণী পাহাৰব্যক্তিত্বঅসমৰ পৰম্পৰাগত সাজ- পাৰপাৰিজাত হৰণ নাটঅসম সাহিত্য সভাআহোম ভাষাকনকলতা বৰুৱাবিত্তীয় ব্যৱস্থাভাৰতীয় দৰ্শনমাদাৰ টেৰেছাডেণ্ড্ৰ'বিয়ামপালি ভাষাবুৰঞ্জী সাহিত্যশৰাইঘাট দলংভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাবড়ো চুক্তি ২০২০আন্তৰ্জাতিক শ্ৰমিক দিৱসজিকিৰভঠেলিবিজ্ঞানগঙ্গা নদীঅন্নপ্ৰাশনকৃষ্ণ ভূঞাপায়ু সংগমভাৰতীয় ৰেলপথেৰ পাঁচালীযৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা প্ৰদান আইনছক্ৰেটিছৰাজহুৱা ক্ষেত্ৰমহেশ্বৰ নেওগমানুহডিব্ৰুগড় (বিধানসভা সমষ্টি)জলসিঞ্চনঅসমীয়া লোক-সংস্কৃতিৰাজিয়া চুলতানাবৰ্মণ ৰাজবংশউদ্ভিদনিচুকনি গীতঊৰুমৈথুনসৰস্বতী পূজাবৰাক নদীভাৰতৰ সংৰক্ষণ ব্যৱস্থাকমলাকান্ত ভট্টাচাৰ্য্যশিৱভাস্কৰাব্দশ্ৰী শ্ৰী বটদ্ৰৱা থানবিহু নৃত্যবিনন্দ চন্দ্ৰ বৰুৱা🡆 More