বৰাইল অভয়াৰণ্য

বৰাইল অভয়াৰণ্য (ইংৰাজী: Borail Wildlife Sanctuary) অসমৰ কাছাৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই মূলত কাছাৰ জিলাৰ দুখন সংৰক্ষিত বনাঞ্চল ক্ৰমে উত্তৰ কাছাৰ সংৰক্ষিত বনাঞ্চল আৰু বৰাইল সংৰক্ষিত বনাঞ্চল লগ হৈ গঠিত হৈছে।

বৰাইল অভয়াৰণ্য (Borail Wildlife Sanctuary)
মানচিত্ৰত বৰাইল অভয়াৰণ্য (Borail Wildlife Sanctuary)ৰ অৱস্থিতি
বৰাইল অভয়াৰণ্য
অৱস্থান কাছাৰ, অসম, ভাৰত
নিকটতম চহৰ শিলচৰ
মাটিকালি 326.24 বৰ্গ কি.মি. (32,62,40,000 বৰ্গ মিটাৰ)
কৰ্তৃপক্ষ Department of Environment & Forests, Assam

ভৌগিলিক বিৱৰণ

কাছাৰ জিলাৰ শিলচৰ মহকুমাৰ অন্তৰ্গত বৰাইল অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৩২৬.২৪ বৰ্গকিলোমিটাৰ। কৰিমগঞ্জ আৰু কাছাৰৰ বন সংমণ্ডলৰ অন্তৰ্গত এই বনাঞ্চল মূলতঃ পাৰ্বত্য অঞ্চলেৰে গঠিত। কিছু কিছু অংশ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ১৫০০ মিটাৰ উচ্চতাত অৱস্থিত। শিলচৰ আৰু কৰিমগঞ্জৰ পৰা ইয়াৰ দুৰত্ব ৪০ কিঃমিঃ। ২০০৪ চনত অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰা বৰাইল অভয়াৰণ্য অসমৰ ভিতৰত আটাইতকৈ উচ্চ অঞ্চলত অৱস্থিত অভয়াৰণ্য।

জলবায়ু

জৈৱবৈচিত্ৰ্য

  • উদ্ভিদ: মূলতঃ ক্ৰান্তীয় সেমেকা চিৰসেউজীয়া বনাঞ্চল আৰু অৰ্ধ চিৰসেউজীয়া বনাঞ্চল দেখা পোৱা যায়। তদুপৰি বিভিন্ন প্ৰজাতিৰ বাঁহ, ঘাঁহ আৰু অৰ্কিড দেখা যায়।
  • সৰীসৃপ: ফেঁটীসাপ, পাইথন, কাছ, গুইঁ ইত্যাদি।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য ইতিহাস

Tags:

বৰাইল অভয়াৰণ্য ভৌগিলিক বিৱৰণবৰাইল অভয়াৰণ্য জলবায়ুবৰাইল অভয়াৰণ্য জৈৱবৈচিত্ৰ্যবৰাইল অভয়াৰণ্য তথ্য সংগ্ৰহবৰাইল অভয়াৰণ্য বাহ্যিক সংযোগবৰাইল অভয়াৰণ্যঅসমইংৰাজী ভাষাকাছাৰ

🔥 Trending searches on Wiki অসমীয়া:

চাৰ্লছ ডাৰউইনভাৰতীয় ৰিজাৰ্ভ বেংকৰাজনীতিঢ়খোলআজান পীৰয়তথ্য জনাৰ অধিকাৰ আইন, ২০০৫শিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহঅসমৰ মুখা শিল্পমাধৱ কন্দলিনৰেন্দ্ৰ মোদীবহুভাষাবাদশ্ৰীকৃষ্ণকীৰ্তননতুন দিল্লীকুলধৰ শইকীয়াআমেৰিকা যুক্তৰাষ্ট্ৰৰুক্মিণী দেৱী অৰুণ্ডেলঅৰ্জুন ভঞ্জনযোগাত্মক বিপৰীত সংখ্যাচীনা-তিব্বতীয় ভাষাঅসমৰ চলচ্চিত্ৰশিৱ পুৰাণতেজীমলাসংখ্যাগোলাঘাট জিলাঈয়াৰুইঙ্গমসাহিত্যসংস্কৃত ভাষাডি এন এমাটিজৈৱিক কৃষিৰূপালীমপৰিৱেশ অধ্যয়নঅংগনবাদীপাঁচালীতৎসমবাণীকান্ত কাকতিসৰ্বানন্দ সোণোৱালমণিকুন্তলা ভট্টাচাৰ্যহিতেশ্বৰ শইকীয়াগৰু বিহুবিহুৰ খাদ্যশ্ৰীমদ্ভগৱতগীতাফলৰ তালিকাভট্টদেৱফণী শৰ্মাস্বৰাজশব্দপ্লেটোঅসমৰ বাঁহ-বেতৰ শিল্পসূৰ্য (দেৱতা)ঘৰজোনবিল মেলাডিব্ৰুগড়ছনেটমৰিগাঁও জিলাকাৰ্বি জনগোষ্ঠীমুদ্ৰাস্ফীতিঅশোক চক্ৰনগাঁও (লোকসভা সমষ্টি)বিশ্ব বাণিজ্য সংস্থাডিমাছা জনগোষ্ঠীকুচিয়া মাছবাইখো পূজাআহোম ভাষাসামাজিক উপভাষাপিম্পৰা গুচোৱাহেম বৰুৱামালিনী থানজলসিঞ্চনধান🡆 More