বুৰঞ্জী সাহিত্য

বুৰঞ্জী সাহিত্য হৈছে অসম সাহিত্য সভাৰ মৰিগাঁও বাৰ্ষিক অধিবেশনৰ সভাপতি ড॰ লীলা গগৈৰ দ্বাৰা ৰচিত এখন গ্ৰন্থ। প্ৰথম প্ৰকাশ হয় ১৯৮৮ চনত। গ্ৰন্থখনত আহোম ৰাজত্বৰ সময়ৰ পৰা অসমত প্ৰচলিত বুৰঞ্জী ৰচনাৰ পৰম্পৰাৰ পৰা আৰম্ভ কৰি ভাৰতীয় পটভূমিত অসমীয়া বুৰঞ্জী সাহিত্যৰ মূল্যায়নলৈকে সামৰা হৈছে। গ্ৰন্থখনৰ দ্বিতীয় সংস্কৰণত মুঠ ১১টা অধ্যায় আছে। দ্বিতীয় সংস্কৰণটো প্ৰকাশ কৰিছে বনলতা প্ৰকাশনে। গ্ৰন্থখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা ১৪৬।

বুৰঞ্জী সাহিত্য  
লেখক লীলা গগৈ
ভাষা অসমীয়া
বিষয় বুৰঞ্জী
প্ৰকাশক বনলতা
প্ৰকাশ ১৯৮৮
পৃষ্ঠা সংখ্যা ১৪৬

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

বিষুৱ ৰেখাবৰহমথুৰিঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলবেটুপাতআৱাহন (আলোচনী)প্ৰাঞ্জল শইকীয়াঅংকীয়া নাটভট্টদেৱভাষাবিজ্ঞানহেমকোষমননাগৰিকত্বটিকেন্দ্ৰজিৎভাৰত ত্যাগ আন্দোলনআলি আঃয়ে লৃগাংলখিমপুৰ জিলাবাগ্‌ধ্বনিশিক্ষাপ্ৰাকৃতিক দুৰ্যোগঅতুল চন্দ্ৰ হাজৰিকাপ্ৰতিমা বৰুৱা পাণ্ডেগাৰো জনগোষ্ঠীভাৰতীয় জাতীয় কংগ্ৰেছআনন্দ চন্দ্ৰ আগৰৱালাঅপৰিমেয় সংখ্যাআহোম ৰাজবংশপূৰবী বৰমুদৈভূমি প্ৰদূষণপদিনাআজান পীৰৰ দৰগাহজৱাহৰলাল নেহৰুপীযুষ হাজৰিকাঢোলবিৰিজয়মতী (১৯৩৫ চলচ্চিত্ৰ)ৰামধেনু (আলোচনী)ডিব্ৰুগড় (লোকসভা সমষ্টি)মিয়া খলিফাপুতলা নাচস্বাস্থ্যচাণক্যকীৰ্তন-ঘোষাশৰ্কৰাভৌগোলিক স্বীকৃতিসৰ্বানন্দ সোণোৱালভাৰতত মহিলাৰ ভোটাধিকাৰ আন্দোলন২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনবাজেটহেম বৰুৱাদঁতাল হাতীৰ উঁয়ে খোৱা হাওদানিৰ্মলপ্ৰভা বৰদলৈসুতুলীমৌলানা আব্দুল হামিদ খান ভাসানীসৌৰ শক্তিআকবৰমৰুভূমিঅসমীয়া জলপানএলবাৰ্ট আইনষ্টাইনঅসমৰ চাহ জনগোষ্ঠীইউটিউবমাটিৰ হিচাপযোৰহাট জিলাৰ ইতিহাসদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানভাৰতৰ স্বাধীনতা আন্দোলনযৌন সংগমকোষ (জীৱবিজ্ঞান)অসমীয়া লোকসাহিত্যমোৰো এটা সপোন আছেঅসমীয়া খাদ্যাভ্যাসঅসমৰ চলচ্চিত্ৰমল্লিকা ফুলভাষাশংকৰী সংস্কৃতিওজাপালিঅসমীয়া সাহিত্য🡆 More