বুলু ফিল্ম: অসমীয়া পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ

বুলু ফিল্ম (ইংৰাজী: Bulu Film) ২০২২ চনত মুক্তি পোৱা, গুৱেৰ্নিকা ক্ৰিয়েটোভিষ্টাৰ বেনাৰত নিৰ্মিত এখন অসমীয়া হাস্য-ব্যংগ কথাছবি। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী হিমাংশু প্ৰসাদ দাসে পৰিচালনা কৰা এইখন চতুৰ্থ ছবি। পৰিচালকগৰাকীয়ে ছবিখনৰ এটা মুখ্য ভূমিকাতো অভিনয় কৰিছে।

বুলু ফিল্ম
বুলু ফিল্ম: অসমীয়া পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ
পৰিচালক হিমাংশু প্ৰসাদ দাস
অভিনয়ত হিমাংশু প্ৰসাদ দাস
প্ৰণামিকা বৰা
মুক্তি
৯ ছেপ্তেম্বৰ, ২০২২
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

কাহিনীৰ সাৰাংশ

কৰ’না ৰোগ সংক্ৰমণত বাধা দিবলৈ চৰকাৰে ঘোষণা কৰা লকডাউনে সমগ্ৰ দেশৰ লগতে নামনি অসমৰ এখন সাধাৰণ গাঁৱকো বিপৰ্যস্ত কৰি পেলাইছিল। সেইখন গাঁৱৰে তিনিজন যুৱকেও হেৰুৱাবলগীয়া হৈছিল সংস্থাপন। সময় যোৱাৰ লগে লগে তিনিওৰে ঘৰত অভাৱে ভয়ংকৰ ৰূপ ধাৰণ কৰাত তেওঁলোকে উপাৰ্জনৰ বিকল্প বিচাৰি বিচাৰি অৱশেষত গাঁৱতে 'ব্লু-ফিল্ম' নিৰ্মাণৰ পৰিকল্পনা কৰে। সেই ছবি ইণ্টাৰনেটত আপলোড কৰি অজস্ৰ ধন ঘটাৰ সপোন দেখা তিনিওজন যুৱকে অৱশেষত মুখামুখি হয় এক অভাৱনীয় বাস্তৱৰ। মূলতঃ এই বিষয়েৰে নিৰ্মাণ কৰা হৈছে 'বুলু ফিল্ম' নামৰ ছবিখন।

অভিনয় শিল্পী

তথ্যউৎস

Tags:

en:National School of Dramaইংৰাজী ভাষাহিমাংশু প্ৰসাদ দাস

🔥 Trending searches on Wiki অসমীয়া:

দলগত কামবিহু নৃত্যটকা (বাদ্য)ব'হাগ বিহুঅসমীয়া ভাষা উন্নতি সাধিনী সভাচাৰ্বাক দৰ্শনগগনাপলাশীৰ যুদ্ধইন্দিৰা গান্ধীবহল ব্যাকৰণনাঙলঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকানগাঁও জিলাজননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সীএৰিষ্ট'টলঈয়াৰুইঙ্গমপ্ৰাকৃতিক সম্পদস্বদেশী আন্দোলনৰাধা কৃষ্ণকুঁহিয়াৰপুৰুষোত্তম দাসবাগ্‌ধ্বনিলোকাচাৰকলাদ্ৰৌপদীয়উমাচল শিলালিপিবজালী জিলাছক্ৰেটিছৰাধাগোবিন্দ বৰুৱাঅসমত দেখা পোৱা সাপবোৰশোণিতপুৰ জিলাৰ পৰ্যটনস্থলসমূহৰ তালিকাৰিহাপ্ৰাক-ইতিহাসআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডসপ্তকাণ্ড ৰামায়ণকোচ ৰাজবংশীনেপালী জনগোষ্ঠীঅসমীয়া ভাষাপৰম্পৰামিয়া খলিফাফেইচবুকভাষাবিজ্ঞানমণিপুৰআহোম ৰাজ্যগুপ্ত সাম্ৰাজ্যহাই নান্নাতগৰঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাহীৰেন ভট্টাচাৰ্যমালিতাবকুল ফুলৰ দৰে (গ্ৰন্থ)ডাকৰ বচনযোৰানামInternational Standard Book Numberঅসমৰ জনগোষ্ঠীঅসমীয়া গীতি সাহিত্যশদিয়াশালস্তম্ভ ৰাজবংশভাৰতৰ শাস্ত্ৰীয় নৃত্যভাৰতৰ নিৰ্বাচন আয়োগহেপাটাইটিছ বিপঞ্চায়তী ৰাজঅন্নপ্ৰাশনজেং বিহুযোৰহাটহিন্দু ধৰ্মবিষ্ণুপ্ৰসাদ ৰাভাইন্দিৰা মিৰিগুগলভূটানমৌলিক সংখ্যামুদ্ৰা বজাৰআয়তক্ষেত্ৰ🡆 More