বিপৰীতাৰ্থক শব্দ

একোটা ভাষা শব্দ ভাণ্ডাৰত কোনো শব্দৰ বিপৰীত অৰ্থবোধক শব্দও থাকে। অসমীয়া ভাষাৰ শব্দ-সম্ভাৰত থকা এনে বিপৰীত অৰ্থবোধক শব্দই ভাষাটোৰ বৰ্ণাঢ্য ৰূপৰেই কথা আমাক জনায়।

কিছুমান বিপৰীত শব্দ

তলত কিছুমান বিপৰীত শব্দ উল্লেখ কৰা হ’লঃ-

মূূলশব্দ:বিপৰীত শব্দ

  • অণু:বৃহৎ
  • অনুগ্ৰহ:নিগ্ৰহ
  • অভ্যাস:অনভ্যাস
  • অসভ্য:সভ্য
  • অভাৱ:উভৈনদী
  • আদান:প্ৰদান
  • আদি : অন্ত
  • ইহকাল :পৰকাল
  • অনুৰাগ :বিৰাগ
  • আপোন :পৰ
  • কেতিয়া :যেতিয়া
  • আৰম্ভ :শেষ
  • আচামী :ফৰিয়াদী
  • আপদ :নিৰাপদ(সম্পদ)
  • আদৰ :অনাদৰ
  • আশা :নিৰাশা
  • ইষ্ট :অনিষ্ট
  • ইচ্ছা  : অনিচ্ছা
  • ইহলোক :পৰলোক
  • ইতি :আৰম্ভণি
  • উচ্চ :নীচ
  • উন্নতি  : অধোন্নতি,অৱনতি
  • উন্নত  : অনুন্নত
  • ওখ :চাপৰ
  • ভয় :অভয় ,নিৰ্ভয়,সাহ
  • জয়  : পৰাজয়
  • জন্ম  : মৃত্যু
  • জাৰ  : জহ
  • আনন্দ :নিৰানন্দ
  • টান:ঢিলা
  • মিঠা:তিতা
  • ওপৰ:তল
  • যশ:অপযশ
  • বাদী:বিবাদী
  • প্ৰচুৰ:অলপ
  • হৰণ:পূৰণ
  • সোঁ:বাঁও
  • নগদ:বাকী
  • ৰজা:প্ৰজা
  • দীঘল:চুটি
  • আকাশ:পাতাল
  • পাপ:পুণ্য
  • গাঁও:নগৰ
  • গভীৰ:তৰাং
  • আয়তী:বিধৱা

বিপৰীতাৰ্থক শব্দ

একোটা ভাষা শব্দ ভাণ্ডাৰত কোনো শব্দৰ বিপৰীত অৰ্থবোধক শব্দও থাকে। অসমীয়া ভাষাৰ শব্দ-সম্ভাৰত থকা এনে বিপৰীত অৰ্থবোধক শব্দই ভাষাটোৰ বৰ্ণাঢ্য ৰূপৰেই কথা আমাক জনায়।

Tags:

🔥 Trending searches on Wiki অসমীয়া:

বৰ্মণ ৰাজবংশহেপাটাইটিছ বিসদৌ অসম ছাত্ৰ সন্থাজলসিঞ্চনবেদপৰিমেয় সংখ্যাজাতীয়তাবাদপাঠ পৰিকল্পনাঅসমৰ ভূগোলদেৱব্ৰত দাসঅসমীয়া প্ৰতিদিনমুগা (ৰেচম)অসমীয়া শিশু আলোচনীসমূহৰ তালিকাঅসমীয়া জাতিগোৱালপৰীয়া লোকগীতসুতুলীসূৰ্যতৎসমঅসমীয়া গীতি সাহিত্যৱিকিপিডিয়াজল প্ৰদূষণবাজেটবাইখো পূজামহেশ্বৰ নেওগশ্ৰীমদ্ভগৱতগীতাডিজিটেল অবজেক্ট আইডেণ্টিফায়াৰপ্লাষ্টিকআপেক্ষিকতাবাদ তত্ত্বভাৰতৰ সংবিধানৰ প্ৰস্তাৱনামণিকৰ্ণেশ্বৰ দেৱালয়মণিৰাম দেৱানকুকুৰাবৰপেটা (লোকসভা সমষ্টি)বুলু ফিল্মশিৱসাগৰৰ শিৱদৌলমদন কামদেৱ দেৱালয়অসমৰ সমস্যাশব্দৰাসোৎসৱফুলগুৰি ধেৱানৃত্যমৰুভূমিসুশোভন সোনু ৰায়অৰূপা পটংগীয়া কলিতাকৌটিল্যৰ অৰ্থশাস্ত্ৰজেতুকাঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগচিলাৰায়শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯কালিচৰণ ব্ৰহ্মজল সংৰক্ষণইবাঁকু বিচুপদ্মনাথ গোহাঞি বৰুৱামাঘ বিহুঅসমৰ সত্ৰসমূহৰ তালিকাভাৰতৰ সংসদ ভৱনঠেঙ্গাল কছাৰী জনগোষ্ঠীঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাঅশোক ফুলমুঠিখাৰুআৱাহন (আলোচনী)ওৰাং ৰাষ্ট্ৰীয় উদ্যানবুৰঞ্জীনলবাৰী জিলাবগেজাৰী গীতভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাহীৰেন ভট্টাচাৰ্যবট গছমোৰ জীৱন সোঁৱৰণঅনিৰুদ্ধৰাছিয়াকোচ ৰাজবংশীআঙুলি সঞ্চালনমুখমৈথুনকুটিল লিপি🡆 More