বাগৰুম্বা

বাগৰুম্বা (বড়ো: बागुरुम्बा) হৈছে বড়োসকলৰ বসন্তকালীন লোক-নৃত্য বিশেষ। মূলতঃ লোক-নৃত্য যদিও ইয়াত লাস্যময়ী নৃত্যৰ বহু উপাদান পৰিলক্ষিত হয়। 'বগ্ৰুম বাগ্ৰুম মৌছাদে' বাক্যাংশৰ অৰ্থ হ'ল দেও দি নাচা। লগ-সমনীয়াৰ লগত নৈসৰ্গিক পৰিৱেশত নিৰিবিলি ঠাইত গৈ চৰাই-চিৰিকতি বা পখিলা আদি উৰি ফুৰাৰ অংগী-ভংগীক অনুকৰণ কৰি নচা হয় বাবে এই নৃত্য-গীত বাগ্ৰুম্বা > বাগৰুম্বা নামেৰে জনাজাত।

বাগৰুম্বা নৃত্য
বাগৰুম্বা
শৈলী লোক-নৃত্য

গীতৰ ভাৱ-ভাষা

বাগৰুম্বা নৃত্যৰ লগত জড়িত গীতৰ ভাৱ-ভাষা অতি সৰল-

"জিৰ্‌ জিৰ্‌কৈ বৈ যোৱা পানী যুঁৱলিত (দৈ জিৰি জিৰি) লানি নিছিগা শিকলি সদৃশ (ছোনানি জিঞ্জিৰি) নেগুৰীয়া শামুকৰ (ছাবো খিংখিৰি) দৰে আহা সমনীয়া আমিও উলাহতে নাচোহঁক। আমাৰ নৃত্য দেখি উলুৱনিত থকা সৰু চৰাইটি (থুৰি বাৰীনি দাওছেন) তুমিও ভয় নাখাবা। তুমি আমাৰ একে জাত-কুলৰ (প্ৰজাতিৰ) নহ'লা; নহ'লে তোমাকো বুকুত সাৱটি লৈ, সমনীয়া (লৌগৌ) আমিও প্ৰাণ খুলি নাচিলোঁহেতেন। "

বৰ্তমানৰ বাগৰুম্বা

বাগৰুম্বা নৃত্য নাৰীকেন্দ্ৰিক যদিও বৰ্তমান মঞ্চত পৰিৱেশনৰ সময়ত কেইবাজনো পুৰুষ বাদকে খান, ছিফুং, জথা, ছেৰজা আদি লোকবাদ্যৰে গীতৰ সুৰ তুলি বাদ্য সংগত কৰে।

তথ্যসূত্ৰ

Tags:

বড়োবড়ো ভাষা

🔥 Trending searches on Wiki অসমীয়া:

সুভাষ চন্দ্ৰ বসুগুৱাহাটী উচ্চ ন্যায়ালয়শিৱসাগৰৰ শিৱদৌলনৱবিধা ভক্তিপঞ্চায়তী ৰাজগৌতম বুদ্ধৰজনীকান্ত বৰদলৈকছাৰী ৰাজ্যৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘভটা-গুটিঅসমীয়া বৰ্ণমালাতামজাৰাআহোম ৰাজ্যভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানৰ তালিকাকলিমাবিষ্ণুপ্ৰসাদ ৰাভাৰাম বিজয়অৰুণোদয় আঁচনিনৱগ্ৰহ মন্দিৰ, গুৱাহাটীতেজীমলাউজনি অসমঅসমৰ পৰম্পৰাগত খেল-ধেমালিকৃষ্ণকান্ত সন্দিকৈঅসম গণ পৰিষদশ্ৰীনিবাস ৰামানুজনবহনক্ষম উন্নয়নৰ লক্ষ্যঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলকামৰূপ জিলাবিবাহপৰিৱেশ অধ্যয়নভাৰতৰ উপৰাষ্ট্ৰপতিআলি আঃয়ে লৃগাংনাৰীজল প্ৰদূষণদিনলিপিভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকাশকুন্তলাকুলিমহাভৈৰৱ মন্দিৰএংকৰ ৱাটবিহুঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তলোকসভাৰ অধ্যক্ষলখিমপুৰ (লোকসভা সমষ্টি)গণেশ গগৈবাজেটআভাল পাৱমপুঁজিবাদযৌন সংগমশ্ৰীমন্ত শংকৰদেৱমৌখিক লোকসাহিত্যতাম্ৰেশ্বৰী মন্দিৰপ্ৰকৃতিব্ৰাহ্ম সমাজৰঘুনাথ চৌধাৰীনগাঁও জিলাসুতুলীমৰমৰ দেউতামৰাণ জনগোষ্ঠীকৰম পূজাচীনা-তিব্বতীয় ভাষাচুটিগল্পসৌৰভ কুমাৰ চলিহাঅসমৰ ৰাজ্যিক প্ৰতীকসমূহকপৌ ফুললুৰিন জ্যোতি গগৈপুৰাণঁ (চন্দ্ৰবিন্দু)কুচিয়া মাছডালিমীজন গণ মনবহুভাষাবাদপ্ৰফুল্ল দত্ত গোস্বামীনামঘৰকাঞ্চন (উপন্যাস)ভবেন্দ্ৰ নাথ শইকীয়া🡆 More