বহনক্ষম উন্নয়নৰ লক্ষ্য

বহনক্ষম উন্নয়নৰ লক্ষ্য (ইংৰাজী: Sustainable Development Goals চমুকৈ SDGs) বা গোলকীয় লক্ষ্য হৈছে সকলোৰে বাবে এক উন্নত আৰু অধিক বহনক্ষম ভৱিষ্যত প্ৰাপ্ত কৰাৰ বাবে প্ৰস্তুত কৰা ১৭ টা আন্তঃসংযোজিত লক্ষ্যৰ এক সংগ্ৰহ। ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সিদ্ধান্ত লৈ ১৭টা নতুন বহনক্ষম উন্নয়নৰ বিশ্বজোৰা লক্ষ্য বান্ধি দিছিল যিকেইটা ২০৩০ চনৰ ভিতৰত সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে। এই সিদ্ধান্ত মূলতে আছিল দৰিদ্ৰতা শেষ কৰিবলৈ, পৃথিৱীখন সুৰক্ষিত কৰিবলৈ আৰু ২০৩০ চনৰ ভিতৰত সকলো লোকে শান্তি আৰু সমৃদ্ধি উপভোগ কৰাটো নিশ্চিত কৰাৰ বাবে এক সৰ্বজনীন আহ্বান। ভাৰতত বহনক্ষম উন্নয়নৰ লক্ষ্যত সন্নিৱিষ্ট সমৃদ্ধ থকা জাতীয় সূচকসমূহৰ বিকাশৰ ভূমিকা, মন্ত্ৰালয়ৰ দ্বাৰা পৰিকল্পনাসমূহৰ ৰূপায়ণৰ তত্ত্বাৱধায়ন কৰা, উন্নয়নৰ লক্ষ্য সাৰ্থক কৰাৰ বাবে ৰাজ্যসমূহৰ লগত সমন্বয় স্থাপন কৰাৰ বাবে নিটি আয়োগক নিয়োগ কৰা হৈছে।

বহনক্ষম উন্নয়নৰ লক্ষ্য
বহনক্ষম উন্নয়নৰ লক্ষ্য
মিচন বিবৃতি "২০৩০ চনৰ ভিতৰত সকলোৰে বাবে এক উন্নত আৰু অধিক বহনক্ষম ভৱিষ্যত প্ৰাপ্ত কৰাৰ বাবে এক ব্লু- প্ৰিণ্ট"
প্ৰকল্পৰ প্ৰকাৰ অ-লাভজনক
অৱস্থান বিশ্বব্যাপী
মালিকীস্বত্ব ৰাষ্ট্ৰসংঘৰ দ্বাৰা সমৰ্থিত আৰু সমাজৰ মালিকানাধীন
প্ৰতিষ্ঠাপক ৰাষ্ট্ৰসংঘ
প্ৰতিষ্ঠা ২০১৫
ৱেবছাইট sdgs.un.org

লক্ষ্যসমূহ

১৭টা বহনক্ষম উন্নয়নৰ লক্ষ্য হৈছে:

  1. দৰিদ্ৰতা নিৰ্মূল
  2. ক্ষুধা নিবাৰণ
  3. সুস্বাস্থ্যৰ জৰিয়তে পৰয়ালৰ কল্যাণ সাধন
  4. গুণগত শিক্ষা
  5. লিংগ সমতা ৰক্ষা
  6. বিশুদ্ধ খোৱাপানী আৰু অনাময় ব্যৱস্থা
  7. সুলভ আৰু স্বচ্ছ শক্তি
  8. ভাল কাৰ্যৰ জৰিয়তে অৰ্থনৈতিক বিকাশ সাধন
  9. উদ্যোগ, নতুনত্ব আৰু অভিনৱত্ব
  10. বহনক্ষম চহৰ আৰু সম্প্ৰদায়
  11. অসমানতা হ্ৰাস কৰা
  12. দায়িত্বশীল সেৱন আৰু উৎপাদন
  13. জলবায়ু নিয়ন্ত্ৰণ
  14. সাগৰীয় জীৱকূল
  15. জীৱন আৰু ভূমি
  16. শান্তি, ন্যায় আৰু শক্তিশালী সংস্থা
  17. সমেত অংশীদাৰিত্ব আৰু বহনক্ষম লক্ষ্য

তথ্য সূত্ৰ

Tags:

ইংৰাজী ভাষাৰাষ্ট্ৰসংঘ

🔥 Trending searches on Wiki অসমীয়া:

চ্যু-লিক-ফানাগাৰা নামলোকচিকিৎসাবাগৰুম্বাৰুক্মিণী দেৱী অৰুণ্ডেলমদন কামদেৱ দেৱালয়মহাভৈৰৱ মন্দিৰঅসমঅসমৰ চাহ জনগোষ্ঠীৰাতি বিহুদুৰ্যোগমই আৰু নেফাৰাজ্যসভামোৱামৰীয়া বিদ্ৰোহঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাউইলিয়াম শ্বেইকছপীয়েৰভট্টদেৱআহোম জনগোষ্ঠীচিংফৌ জনগোষ্ঠীভাৰতীয় চলচ্চিত্ৰসূৰ্য (দেৱতা)স্তন সংগম২৩ এপ্ৰিলহনুমানব্ৰজাৱলী ভাষাঅসমৰ বিদ্যুৎ প্ৰকল্পসমূহৰ তালিকাঅসমীয়া খবৰবিহুৰ বাদ্যযন্ত্ৰপৰিৱেশ বিজ্ঞানভাৰতৰ উপৰাষ্ট্ৰপতিছুনামিবৰাক নদীৰম্বাছলোঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগশ্ৰী শ্ৰী বটদ্ৰৱা থানআধুনিকতাবাদবাণীকান্ত কাকতিকল্প (সময়)জাপিটিকেন্দ্ৰজিৎয়েছে দৰজে ঠংচিজ্যোতিপ্ৰসাদ আগৰৱালাঅসমৰ সাধুকথামৌন ওঁঠ মুখৰ হৃদয়মৰুভূমিপূৰবী বৰমুদৈকৃষ্ণ ভূঞাবৌদ্ধ ধৰ্মসংখ্যাচ'মাংকানবিশ্ব গ্ৰন্থ দিৱসফাকুৱানগাঁও জিলাঅসমৰ ধান খেতিৰ সঁজুলিসমূহবানপানীফণী শৰ্মাপৰিমেয় সংখ্যাজোৰোণঅসমীয়া ভাষাজ্বৰমহেঞ্জোদাৰোব্যক্তিত্বঅসমীয়া ব্যাকৰণবিজ্ঞানশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯বন্দে মাতৰম্‌চিপকো আন্দোলনজাতীয়তাবাদনলিনীবালা দেৱীঅশোক চক্ৰদুৰ্গা পূজাকৃষ্ণকান্ত সন্দিকৈকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলতোলনি বিয়াঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকা🡆 More