বন্দে উৎকল জননী

বন্দে উৎকল জননী ভাৰতৰ উৰিষ্যা ৰাজ্যৰ জাতীয় সংগীত। এই গীত কান্ত কবি লক্সমিকান্ত মহাপাত্ৰৰ দ্বাৰা ৰচিত। ১৯৩৬ চনত উৰিষ্যা স্বতন্ত্ৰ হোৱাৰ পিছত এই গীতক জাতীয় সংগীতৰ স্বীকৃতি দিয়া হ'ল।

এই গীতত উৎকল বা উৰিষ্যা গৌৰৱময়ী কৰাৰ পৰিকল্পনা প্ৰকাশ পাইছে। এই গীতে পৃথক উড়িশ্যাৰ আন্দোলনক তীব্ৰতৰ কৰি তুলিলে।

শব্দ

ওড়িয়া লিপিত অসমীয়া লিপিত অসমীয়া ভাষাত অৰ্থ

ବନ୍ଦେ ଉତ୍କଳ ଜନନୀ, ଚାରୁ ହାସମୟୀ ଚାରୁ ଭାଷମୟୀ, ଜନନୀ, ଜନନୀ, ଜନନୀ॥

ପୂତ-ପୟୋଧି-ବିଧୌତ-ଶରୀରା, ତାଳତମାଳ-ସୁଶୋଭିତ-ତୀରା, ଶୁଭ୍ର ତଟିନୀକୂଳ-ଶୀକର-ସମୀରା, ଜନନୀ, ଜନନୀ, ଜନନୀ॥

ଘନ ଘନ ବନଭୂମି ରାଜିତ ଅଙ୍ଗେ, ନୀଳ ଭୂଧରମାଳା ସାଜେ ତରଙ୍ଗେ, କଳ କଳ ମୁଖରିତ ଚାରୁ ବିହଙ୍ଗେ, ଜନନୀ, ଜନନୀ, ଜନନୀ॥

ସୁନ୍ଦର ଶାଳୀ-ସୁଶୋଭିତ-କ୍ଷେତ୍ରା, ଜ୍ଞାନବିଜ୍ଞାନ-ପ୍ରଦର୍ଶିତ-ନେତ୍ରା, ଯୋଗୀଋଷିଗଣ-ଊଟଜ-ପବିତ୍ରା, ଜନନୀ, ଜନନୀ, ଜନନୀ॥

ସୁନ୍ଦର ମନ୍ଦିର ମଣ୍ଡିତ-ଦେଶା, ଚାରୁକଳାବଳୀ-ଶୋଭିତ-ବେଶା, ପୁଣ୍ୟ ତୀର୍ଥାଚୟ-ପୂର୍ଣ୍ଣ-ପ୍ରଦେଶା, ଜନନୀ, ଜନନୀ, ଜନନୀ॥

ଉତ୍କଳ ଶୂରବର-ଦର୍ପିତ-ଗେହା, ଅରିକୁଳ-ଶୋଣିତ-ଚର୍ଚ୍ଚିତ-ଦେହା, ବିଶ୍ବଭୂମଣ୍ଡଳ-କୃତବର-ସ୍ନେହା, ଜନନୀ, ଜନନୀ, ଜନନୀ॥

କବିକୁଳମୌଳି ସୁନନ୍ଦନ-ବନ୍ଦ୍ୟା, ଭୁବନ ବିଘୋଷିତ-କୀର୍ତ୍ତି ଅନିନ୍ଦ୍ୟା, ଧନ୍ୟେ, ପୁଣ୍ୟେ, ଚିରଶରଣ୍ୟେ, ଜନନୀ, ଜନନୀ, ଜନନୀ॥

বন্দে উৎকল জননী, চাৰু হাস্যময়ী চাৰু ভাছময়ী, জননী! জননী! জননী।।

পুত-পয়'ধি-বিধৌত-ছৰীৰা, তালতমাল-ছুছ'ভিত-তীৰা, ছুভ্ৰ টটিনিকুল-ছীকৰ-ছমীৰা, জননী! জননী! জননী।।

ঘন ঘন বনভূমি ৰাজিত অংগে, নীল ভূধৰমালা ছাজে তৰংগে, কল কল মুখৰিত চাৰু বিহংগে, জননী! জননী! জননী।।

ছুন্দৰ ছালী-ছুছ'ভিত-ক্সেত্ৰ, জ্ঞানবিজ্ঞান-প্ৰদৰ্ছিত-নেত্ৰা, য়'গিঋছিগণ-ঊটজ-পবিত্ৰা, জননী! জননী! জননী।।॥

ছুন্দৰ মন্দিৰ মণ্ডিত-দেছা, চাৰুকলাবলী-ছ'ভিত-বেছা, পুণ্য তীৰ্থাচয়-পুণ্য-প্ৰদেছাपु, জননী! জননী! জননী।।

উৎকল ছুৰবৰ-দৰ্পিত-গেহাउ, অৰিকুল-ছ'নিত-চৰ্চ্চিত-দেহা, বিশ্বভূমণ্ডল-কূতবৰ-স্নেহা, জননী! জননী! জননী।।

খবিকুলমৌলি ছুনন্দন-বন্দ্যা, ভুবন বিঘ'ছিত-কীৰ্ত্তি অনিন্দ্যা, ধন্যে, পুণ্যে, চিৰছৰণ্যে, জননী! জননী! জননী।।

I adore Thee, O! Mother Utkal How loving are thy smile and voice! O! Mother! Mother! Mother!

Bath’d art Thou by the sacred Sea, Thy shores adorned with trees tall and green, Balmy breeze blowing by beauteous streams, O! Mother! Mother! Mother!

Thy body bedeck’d with dense woodlands, Arrayed with verdant hills plaited like waves, Thy sky ringing with choirs of singing birds, O! Mother! Mother! Mother!

How charming are Thy rich fields of corn ! Thou art Eye to Erudition enow, Sacred Abode to saints and seers, O! Mother! Mother! Mother!

Thy land bejewelled with splendid shrines, Richly dress'd art Thou in varied arts, Thy limbs studded with sacred sites, O! Mother! Mother! Mother!

Thou Home to the valiant heroes of Utkal, Thy frame crimsoned with enemies' blood, Prime Darling of the whole universe, O! Mother! Mother! Mother!

Greeted by Thy great sons, the crowning bards, Thy untarnished glory proclaimed all around, Blessed art Thou, the Holy, the Unfalling Abode, I adore Thee, O! Mother! Mother! Mother!

তথ্য সংগ্ৰহ

Tags:

উৰিষ্যাভাৰত

🔥 Trending searches on Wiki অসমীয়া:

কবিতাপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰআনন্দ চন্দ্ৰ আগৰৱালাপদাৰ্থৰ অৱস্থাশাল গছগণিতনৱকান্ত বৰুৱাস্বদেশী আন্দোলনভাৰতীয় ভাষাজল প্ৰদূষণমহাকাব্যঅসমীয়া পুৰণি সাহিত্যঅনুৰাধা শৰ্মা পূজাৰীঅসমীয়া লোক-সংস্কৃতিকমলা মিৰিমৰাণ জনগোষ্ঠীওজাপালিবামুণী পাহাৰফুলযোগ দৰ্শনখোলউত্তৰ গুৱাহাটীউচ্চ ৰক্তচাপভাৰত-আৰ্য ভাষা পৰিয়ালদেউলজুৰী বৰা বৰগোহাঞিপোহৰপাৰিজাত হৰণ নাটআনন্দৰাম বৰুৱাভীমৰাও ৰামজী আম্বেদকাৰমানচিত্ৰঅসমৰ জিলাসমূহনলিনীবালা দেৱীহাজোসমাসএৰিষ্ট'টলতামোলশূন্যবন্দে মাতৰম্‌অসমত দেখা পোৱা সাপবোৰৰাজস্থানশৰীৰস্থানবৃক্ষদুৰ্গা পূজাপৰ্যাবৃত্ত তালিকাহেমচন্দ্ৰ গোস্বামীযোৰানামফাট বিহুযোগেশ দাসটিকেন্দ্ৰজিৎশিখ ধৰ্মকৃষিবিশ্বনাথ চাৰিআলিবৰপেটাৰজনীকান্ত বৰদলৈঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকাভাৰতৰ নিৰ্বাচন আয়োগচীনঅৰ্জুন ভঞ্জনঅপৰিমেয় সংখ্যাসত্যেন্দ্ৰনাথ শৰ্মামহেঞ্জোদাৰোঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিগোলকীয় উষ্ণতা বৃদ্ধিঔপনিৱেশিক অসমএছ এছ ৰাজামৌলীছনেটপানীকাৰ্ল মাৰ্ক্সমুদ্ৰাস্ফীতিঅৰূপা পটংগীয়া কলিতাহাড়অসহযোগ আন্দোলনযৌন নিৰ্যাতনইন্দ্ৰএলবাৰ্ট আইনষ্টাইননামচিংঅখণ্ড সংখ্যা🡆 More