পৰুৱা

পৰুৱা ফৰ্মিচিডে পৰিয়ালৰ এটি পতংগ যিয়ে গোট বনাই থাকে। মতা পৰুৱাৰ পাখি থাকে।

পৰুৱা
জীৱাশ্ম কাল: 100–0Ma
প্ৰিকে
কেম
ছি
ডে
কা
পা
ট্ৰি
জু
ক্ৰি
পে
নি
এলবিয়ান – শেহতীয়া
পৰুৱা
ৰঙা পৰুৱা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Arthropoda
শ্ৰেণী: Insecta
বৰ্গ: Hymenoptera
উপবৰ্গ: Apocrita
মহাপৰিয়াল: Vespoidea
পৰিয়াল: Formicidae
Latreille, 1809
Type genus
ফৰ্মিকা
উপপৰিয়াল
  • Agroecomyrmecinae
  • Amblyoponinae (incl. "Apomyrminae")
  • Aneuretinae
  • Armaniinae
  • Brownimeciinae
  • Dolichoderinae
  • Dorylinae
  • Ectatomminae
  • Formiciinae
  • Formicinae
  • Heteroponerinae
  • Leptanillinae
  • Martialinae
  • Myrmeciinae (incl. "Nothomyrmeciinae")
  • Myrmicinae
  • Paraponerinae
  • Ponerinae
  • Proceratiinae
  • Pseudomyrmecinae
  • Sphecomyrminae

জীৱন আৰু প্ৰজনন

পৰুৱাৰ জীৱন এটি কণীৰ পৰা আৰম্ভ হয়। যদি কণীটো নিষেচিত হয়, পৰুৱা মাইকী হ'ব, নহ'লে মতা। পৰুৱাৰ জীৱনত ৪টা ভাগ থাকে। পৰুৱা সম্পূৰ্ণ ৰূপে ৰূপান্তৰ হয়। ভাগ কেইটা পলু, লেটা আদি। পৰুৱাটোৰ বৰ্গ পলু অৱস্থাতেই নিৰ্ণয় হয়। মাথোঁ ৰাণী আৰু প্ৰজননক্ষম মাইকীয়েহে যৌন সম্পৰ্ক কৰিব পাৰে। কিছু বাহত এজনীতকৈ অধিক ৰাণী থাকে।

খাদ্য

বেলেগ বেলেগ প্ৰজাতিৰ খাদ্য অভ্যাস বেলেগ বেলেগ। পৰুৱা মাংসভোজী, তৃণভোজী বা সৰ্বভোজী হ'ব পাৰে। সাধাৰণতে পৰুৱাই ফুলৰ ৰস, কীট-পতংগ আদি খায়। কিছু পৰুৱাই গোটি খায়, কিছুৱে ভেকুৰ আদি খায়।

তথ্য সংগ্ৰহ

Tags:

পতংগপাখিপৰিয়াল (জীৱবিদ্যা)

🔥 Trending searches on Wiki অসমীয়া:

বঙালী ভাষাএলবাৰ্ট আইনষ্টাইনহিতেশ ডেকালিংগ বৈষম্য আৰু ভাৰতীয় নাৰীজোঙাল বলহুনেতাই ধুবুনী ঘাটহয়গ্ৰীৱ মাধৱ মন্দিৰবৰগীতপ্ৰতিমা বৰুৱা পাণ্ডেবিৰিঞ্চি কুমাৰ বৰুৱামৌখিক ইতিহাসআমাৰ অসমআবেগগাৰো জনগোষ্ঠীবট গছদশাৱতাৰনাগালেণ্ডভঠেলিদেউৰী জনগোষ্ঠীস্বাস্থ্যশোণিতপুৰ (লোকসভা সমষ্টি)গৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাইউটিউবপালি ভাষাউজনি অসমঅসমীয়া শিশু আলোচনীসমূহৰ তালিকামানৰ অসম আক্ৰমণকীৰ্তন-ঘোষাঅংকীয়া নাটগগনামাছপিয়লী ফুকন (চলচ্চিত্ৰ)ভাৰতৰ প্ৰধানমন্ত্ৰীশালস্তম্ভ ৰাজবংশবিষ্ণুপ্ৰসাদ ৰাভাসুবাসনা দত্তচ্যু-কা-ফানগেন শইকীয়াৰাজনৈতিক দলবাংলাদেশৰ মুক্তিযুদ্ধকেৰুমণিমোৰ জীৱন সোঁৱৰণধ্বনিতত্ত্বসংক্ৰমণপায়ু সংগমমৈদামঅনুবাদকুকুৰাঅসমত দেখা চৰাইবোৰকপৌ ফুলবৰহমথুৰিমিৰি জীয়ৰীপুৰাণকুমাৰীত্ববিশ্বনাথ চাৰিআলি১৮ এপ্ৰিলহাড়লভিতাঋতুশ্ৰীমদ্ভগৱতগীতাযজ্ঞপৃথিৱীধুবুৰী (লোকসভা সমষ্টি)জোৰোণলুৰিন জ্যোতি গগৈভাষাবিজ্ঞানবৰপেটাকাঠৰ জোখ মাপনেপোলিয়ন বোনাপাৰ্টদীপলিনা ডেকাহেপাটাইটিছ বিশেৱালি ফুলঅসমীয়া বৰ্ণমালাঅসমৰ মন্ত্ৰ-সাহিত্য🡆 More