প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন (ইংৰাজী: Defence Research and Development Organisation চমুকৈ DRDO, হিন্দী: रक्षा अनुसंधान एवं विकास संघठन) হ'ল ভাৰতৰ ৰক্ষা সম্বন্ধীয় গৱেষণাৰ কাৰ্যকলাপৰ লগত জড়িত এটি সংস্থা। নতুন দিল্লীত এই সংস্থাৰ কাৰ্যালয় অৱস্থিত। ১৯৫৮ চনত প্ৰযুক্তি উন্নয়ন প্ৰতিষ্ঠান (Technical Development Establishment), প্ৰযুক্তি উন্নয়ন তথা উৎপাদন সঞ্চালকালয় (Directorate of Technical Development and Production) আৰু প্ৰতিৰক্ষা বিজ্ঞান সংগঠন (Defence Science Organisation)ৰ সংযুক্তিৰ মাধ্যমত এই সংস্থা প্ৰতিষ্ঠিত হয়।

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন रक्षा अनुसंधान एवं विकास संगठन
সংস্থাৰ ৰূপৰেখা
গঠন 1958
মুখ্য কাৰ্যালয় ডি.আৰ.ডি.ও. ভৱন, নতুন দিল্লী
কৰ্মচাৰী 30,000 (প্ৰায় 5,000 বিজ্ঞানী)
বাৰ্ষিক বাজেট ₹14,818.74 কৌটি
দায়বদ্ধ মন্ত্ৰী নিৰ্মলা সীতাৰমণ, প্ৰতিৰক্ষা মন্ত্ৰণালয়, ভাৰত চৰকাৰ
সংস্থাৰ কাৰ্যবাহী ডঃ এছ. ক্ৰীষ্টোফাৰ, Secretary, Department of Defence R&D & Director General DRDO
ৱেবছাইট www.drdo.org
প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন
DRDO Bhawan, New Delhi, The Headquarters of DRDO

ইতিহাস

তথ্য সংগ্ৰহ

বহিঃসংযোগ

ভিডিঅ'

Tags:

প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন ইতিহাসপ্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন তথ্য সংগ্ৰহপ্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন বহিঃসংযোগপ্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন ভিডিঅপ্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠন

🔥 Trending searches on Wiki অসমীয়া:

স্বৰাজজৈন ধৰ্মঅসম মাধ্যমিক শিক্ষা পৰিষদযাদুৰাম ডেকা বৰুৱাবাঁহীবিহুৰ সাজ-পোচাক আৰু অলংকাৰবিষ্ণুপ্ৰসাদ ৰাভাঅসমৰ পৰম্পৰাগত সাজ-পাৰমৌৰ্য সাম্ৰাজ্যশৈলপুত্ৰীকাল সংহতিশ্ৰীমন্ত শংকৰদেৱ বঁটাঅসমৰ লোকসভা সমষ্টিসমূহৰ তালিকাঅখিল গগৈপঞ্চায়তী ৰাজযৌন উদ্যোগ সম্পৰ্কে নাৰীবাদী দৃষ্টিভংগীশিৱসাগৰ জিলাগুৱাহাটীকছাৰী ৰাজ্যচুতীয়া ৰাজ্যওদালগুৰিমুদ্ৰাস্ফীতিকৃষ্ণচূড়াজিকিৰওজাপালিগেইম্‌ল'ফ্টডিমা হাছাও জিলাচীনমোহনদাস কৰমচান্দ গান্ধীকোচ ৰাজবংশীফলকীৰ্তন ঘোষা সংকলনযোৰহাটৱিক্স্যনেৰীপ্ৰাগজ্যোতিষপুৰআমেৰিকা যুক্তৰাষ্ট্ৰবৰগীতবিজ্ঞাপনমেকুৰীঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকামাধৱ কন্দলিআহোম ৰাজ্যঅসমীয়া কবিতাহৰ্ণবিল উৎসৱঅসম সাহিত্য সভাপায়ু সংগমঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাপটলমে ডাম মে ফিঅয়নান্ত (গ্ৰন্থ)সাত বিহুপাতি শগুণঅসম বিধানসভামুদ্ৰা বজাৰচন্দ্ৰধৰ বৰুৱাবিশেষ্য পদঅসম আৰক্ষীঅসমীয়া ব্যাকৰণকম্পিউটাৰনাটকবগেজাৰী গীতবৈচাগুসোণোৱাল কছাৰীকনকলতা বৰুৱাদুৰ্গা পূজাপৰ্বতঅসমৰ সমস্যাআন্তৰ্জাতিক শ্ৰমিক দিৱসকামৰূপ জিলামাঘ বিহুমূলা গাভৰুসমকামিতা🡆 More