পানীটুকি চৰাই

পানীটুকি চৰাই (Marsh babbler, Pellorneum palustre) ঘন বনেৰে ভৰা জলাহ বা পিতনি অঞ্চলত বাস কৰা এবিধ অতিকৈ বিৰল প্ৰজাতিৰ চৰাই৷ এই চৰাইবিধ কেৱল অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাতহে দেখিবলৈ পোৱা যায় (endemic)৷

{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/{{taxonomy/সাঁচ:Taxonomy/Pellorneum|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}} |machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}|machine code=parent}}

Pellorneum palustre
পানীটুকি চৰাই
সংৰক্ষণ স্থিতি
পানীটুকি চৰাই
অসুৰক্ষিত  (IUCN 3.1)
বৈজ্ঞানিক শ্ৰেণীবিভাজন e
Unrecognized taxon (ঠিক কৰক): Pellorneum
প্ৰজাতি: P. palustre
দ্বৈৰাশিক নামকৰণ
Pellorneum palustre
Gould, 1872

বিস্তৃতি

শেহতীয়া জৰীপত এই চৰাইবিধ অসমৰ শদিয়া, কাচাৰ, ডিমা হাচাও, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান,নামেৰী ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, আৰু পানী দিহিং বনাঞ্চলত দেখা পোৱা গৈছে৷

বিৱৰণ

পানীটুকি চৰাইৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১৫ ছেমি৷ ইয়াৰ গাৰ বৰণ মুগা আৰু পেটত ঘনকৈ ক’লা আঁচ থাকে৷ চৰাইবিধৰ চকুৰ চেলাউৰি আৰু ডিঙিটো চকুত পৰাকৈ বগা৷

আচৰণ

পানীটুকি চৰায়ে কীট-পতংগ খাই জীয়াই থাকে৷ ই ঘাইকৈ যোৰ পাতি বা কেতিয়াবা সৰু দলত ওখ বনৰে আবৃত জলাহ অঞ্চলত চৰে৷ এই চৰাইবধে বাৰিষা কালত প্ৰজনন কৰে৷ ইয়াৰ মাতটো ডাঙৰ আৰু সংগীতময়৷

সংৰক্ষণ

আই ইউ চি এনৰ ৰঙা তালিকাত পানীটুকি চৰাইক অসুৰক্ষিত (Vulnerable, VU) বুলি আখ্যা দিয়া হৈছে৷ ওখ বনেৰে পূৰ্ণ জলাশয় অঞ্চলৰ ধ্বংসপ্ৰাপ্তি এই চৰাইৰ বাবে প্ৰধান ভাবুকি বুলি জনা যায়৷

তথ্যউৎস

Tags:

পানীটুকি চৰাই বিস্তৃতিপানীটুকি চৰাই বিৱৰণপানীটুকি চৰাই আচৰণপানীটুকি চৰাই সংৰক্ষণপানীটুকি চৰাই তথ্যউৎসপানীটুকি চৰাইঅসমব্ৰহ্মপুত্ৰ উপত্যকা

🔥 Trending searches on Wiki অসমীয়া:

জিকিৰমাধৱদেৱফেইচবুকগান্ধীবাদসত্যেন্দ্ৰনাথ শৰ্মাঅসমৰ মহকুমাসমূহৰ তালিকাছ'ভিয়েট সংঘভাৰতৰ স্বাধীনতা আন্দোলনপাচন নলীযুগ্ম সংখ্যানামঘৰকীৰ্তন-ঘোষাব্যাকৰণবিশ্ব বাণিজ্য সংস্থাগৱেষণাক্ষভাৰতীয় চলচ্চিত্ৰঅসমৰ ইতিহাসজুৰি দত্তঅসমৰ ৰেচম শিল্পনৰেন্দ্ৰ মোদীভাৰতীয় জাতীয় কংগ্ৰেছলোদৌল গোবিন্দ মন্দিৰচ্যু-কা-ফাচাৰ্লছ ডাৰউইনভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাঅসমৰ মাছ ধৰা সঁজুলিমৌখিক পৰম্পৰালভিতাদীপলিনা ডেকাআত্মজীৱনীস্তন সংগমমিজানুৰ ৰহমান আজহাৰীবনফুলজোনাকী (আলোচনী)কাকৈজানা সংৰক্ষিত বনাঞ্চলমিয়া খলিফাভাৰত চৰকাৰভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫বাগ্‌ধ্বনিদেৱদাসীছুনামিযোগাসনভ্ৰাম্যমাণ থিয়েটাৰসন্ধিযোৰহাট (লোকসভা সমষ্টি)মোৱামৰীয়া বিদ্ৰোহগণিতৰামশৰাইঘাটৰ যুদ্ধজৈন ধৰ্মভাৰতীয় নাগৰিকত্ব আইনবুৰঞ্জীজামুগুৰিহাটসীতাঅসমীয়া ভাষাআজান পীৰভাৰতৰ উচ্চতম ন্যায়ালয়ৱিকিঅসমীয়া যুক্তাক্ষৰবিহুৰ সাজ-পোচাক আৰু অলংকাৰনীতি আয়োগকালিদাসশিশু সাহিত্যজীৱনৰ বাটতভবেন্দ্ৰ নাথ শইকীয়াবাণীকান্ত ৰচনাৱলীৰবীন্দ্ৰনাথ ঠাকুৰঅন্নপ্ৰাশনসামাজিক উপভাষাধৰ্মপিঠাবিৰিঞ্চি কুমাৰ বৰুৱাকুচিপুড়িঢোলমালিতাচুতীয়া ৰাজ্য🡆 More