পনীৰ

পনীৰ (ইংৰাজী: Cheese) হৈছে এবিধ দুগ্ধজাত সামগ্ৰী। গাখীৰৰ পৰা আহৰণ কৰা প্ৰ'টিনত বিভিন্ন ধৰণৰ সুগন্ধি যোগ কৰি পনীৰ উৎপাদন কৰা হয়। ইয়াত গাখীৰত পোৱা প্ৰ'টিন আৰু চৰ্বি থাকে। পনীৰ প্ৰস্তুত কৰিবলৈ সাধাৰণতে গৰু, ম'হ, ছাগলী বা ভেড়াৰ গাখীৰ ব্যৱহাৰ কৰা হয়। উৎপাদনৰ সময়ত, সাধাৰণতে গাখীৰৰ আম্লিকতা বৃদ্ধি কৰা হয় আৰু ৰেনেটৰ এনজাইম (বা একে ধৰণৰ কাৰ্যকলাপ থকা বেক্টেৰিয়াৰ এনজাইম) যোগ দিয়া হয় যাৰ ফলত গাখীৰৰ প্ৰ'টিন (কেচিন) জমা হয়। এই জমাহোৱা প্ৰ'টিনবোৰ (দৈ) তৰলৰ পৰা পৃথক কৰা হয় আৰু চাপ প্ৰয়োগ কৰি পনীৰ তৈয়াৰ কৰা হয়। আকৰ্ষণীয় হ'বৰ বাবে কিছুমান পনীৰত সুগন্ধি তথা ৰং যোগ কৰা হয়। বেছিভাগ পনীৰ সাধাৰণ ৰন্ধন উষ্ণতাত গলে।

পনীৰ
পনীৰ

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

ইংলেণ্ডঅসমীয়া উপন্যাসশিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯নবীনচন্দ্ৰ বৰদলৈমহেশ্বৰ নেওগমিত্ৰদেৱ মহন্তঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদহিতেশ ডেকাপোলেণ্ডচলচ্চিত্ৰদৰিদ্ৰতাঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাফুলনামচিংকোষ (জীৱবিজ্ঞান)গুৱাহাটীকাউণ্টি কিউলেনঅয়নান্ত (গ্ৰন্থ)অসমীয়া যুক্তাক্ষৰমাদাৰ টেৰেছাবুলু ফিল্মতেজপুৰ (লোকসভা সমষ্টি)কেৰুমণিকৃষিশিৱসাগৰমাইলছ ব্ৰনছনভট্টদেৱভূমিকম্পপাঁচালীভাৰতৰ প্ৰধানমন্ত্ৰীপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰকাছঅসমীয়া জাতিহাইদাংঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাআন্তৰ্জাতিক শ্ৰমিক দিৱসউদাৰনৈতিকতাবাদঅসমীয়া লোক-সংস্কৃতিওজাপালিগান্ধীবাদনামঘোষাকৰম পূজাক্ষঅসম আৰক্ষীইয়াত এখন অৰণ্য আছিলবিহুৰ খাদ্যমোৰো এটা সপোন আছেসালোক সংশ্লেষণমাজুলীজোঙাল বলহুবগেজাৰী গীতঅসম লোকসেৱা আয়োগসাহিত্যভাৰতৰ সংবিধানঅংকঅসমৰ চলচ্চিত্ৰপুথিভঁৰালঅন্নপ্ৰাশনঅভ্যাসগৱেষণাঘড়ীপথৰুঘাটৰ ৰণইষ্ট ইণ্ডিয়া কোম্পানীঅৰ্থনীতিঅব্যয় পদব্ৰজাৱলী ভাষাকৃষ্ণআহোম-মোগলৰ সংঘৰ্ষকালিদাসপৃথিৱীআকবৰমহামায়া ধাম🡆 More