পদ্মশ্ৰী

পদ্মশ্ৰী ভাৰত চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান। শিল্পকলা, শিক্ষা, বাণিজ্য, সাহিত্য, বিজ্ঞান, ক্ৰীড়া, সমাজ সেৱা আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে ভাৰত চৰকাৰে এই সম্মান প্ৰদান কৰি আহিছে। এই সম্মান সাধাৰণতে ভাৰতীয় নাগৰিকসকলকেই প্ৰদান কৰা হয়।

পদ্মশ্ৰী
পদ্মশ্ৰী
বঁটাৰ তথ্য
প্ৰকাৰ অসামৰিক
শ্ৰেণী ৰাষ্ট্ৰীয়
প্ৰতিষ্ঠা ১৯৫৪
প্ৰথমবাৰ প্ৰদান ১৯৫৪
অন্তিমবাৰ প্ৰদান ২০২৩
প্ৰদানকৰ্তা ভাৰত চৰকাৰ
বঁটাৰ মৰ্যদা
পদ্মভূষণপদ্মশ্ৰীনাই

বঁটাৰ গঠন

ইয়াৰ স্মাৰকটোও পদ্মবিভূষণ আৰু পদ্মভূষণ থকা স্মাৰকটোৰ দৰেই। ইয়াৰ ট্ৰফিটোৰ মাজত সোণৰ বগা পাত চৰোৱা, পাঁচটা পাহিৰ সৈতে এপাহ পদুম ফুলৰ প্ৰতীক খোদিত কৰা হয়। আনটো ফালে ৰাষ্ট্ৰীয় প্ৰতীকটো অংকন কৰা থাকে। পদকটোৰ উপৰ আৰু তলত 'পদ্ম' আৰু 'শ্ৰী' শব্দ দূটা লিপিবদ্ধ কৰা আছে। ওপৰৰ দিশত বিভিন্ন জ্যামিতিক আকাৰৰ ছবিও আছে।

২০২১ বৰ্ষলৈকে ৩২২৫ গৰাকী ব্যক্তিক এই সন্মান দিয়া হৈছে। ২০২২ বৰ্ষত ১০৭ গৰাকী ব্যক্তিয়ে পদ্মশ্ৰী সন্মান লাভ কৰিছে।

পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা

  • পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (১৯৫৪–১৯৫৯)
  • পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (১৯৬০–১৯৬৯)
  • পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (১৯৭০–১৯৭৯)
  • পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (১৯৮০–১৯৮৯)
  • পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (১৯৯০–১৯৯৯)
  • পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (২০০০–২০০৯)
  • পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা (২০১০–২০১৯)

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

পদ্মশ্ৰী বঁটাৰ গঠনপদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকাপদ্মশ্ৰী তথ্য সংগ্ৰহপদ্মশ্ৰী বাহ্যিক সংযোগপদ্মশ্ৰীবাণিজ্যবিজ্ঞানভাৰতভাৰত চৰকাৰশিক্ষাসাহিত্য

🔥 Trending searches on Wiki অসমীয়া:

পৰিৱেশ বিজ্ঞানঅসমীয়া সাহিত্যনগাঁও (লোকসভা সমষ্টি)হুঁচৰিতৎসমঅসমৰ ভূগোলফুলগুৰি ধেৱাঅব্যয় পদভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাযতি-চিনবড়ো ভাষাহাঁচতিভাৰতৰ সংবিধানঅসমৰ সত্ৰসমূহৰ তালিকামেজিযোৰহাট (লোকসভা সমষ্টি)ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাকাৰ্বি জনগোষ্ঠীমহেন্দ্ৰ বৰাকাছবৰপেটা (লোকসভা সমষ্টি)মাটিঅখণ্ড সংখ্যাঅৰ্থনীতিগোপীনাথ বৰদলৈফাকে জনগোষ্ঠীজল সংৰক্ষণহিউৱেন-চাংদ্বিতীয় বিশ্বযুদ্ধফণী শৰ্মাগোৱালপাৰালক্ষ্মীনাথ বেজবৰুৱাভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰাজহুৱা ক্ষেত্ৰবনঘোষাপাঠ্যক্ৰমশেৱালি ফুলঅম্বিকাগিৰি ৰায়চৌধুৰীপালি ভাষাআহোম-মোগলৰ সংঘৰ্ষবেদবিহুনামচিংকেতেকী ফুলগাৰো জনগোষ্ঠীপাঠ পৰিকল্পনাঅসমৰ বয়ন শিল্পফাকুৱাবাণীকান্ত কাকতিজোঙাল বলহুমুখমৈথুননিকি তাম্বোলিভবেন্দ্ৰ নাথ শইকীয়াঅসমচেঙেলী মাছঅসমৰ কাঁহ শিল্পবতাহনামঘৰঅসমীয়া লোক-সংস্কৃতিপীযুষ হাজৰিকালোকসভাইষ্ট ইণ্ডিয়া কোম্পানীসৰ্পগন্ধামৃদুলা বৰুৱাতেজপুৰবিহুৰ বাদ্যযন্ত্ৰখোলকীৰ্তন ঘোষা সংকলনঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলআধুনিকতাবাদআজান পীৰতিৱা জনগোষ্ঠীমৰাণ জনগোষ্ঠীনাগৰিকত্বদ্য টেল অফ গেঞ্জিল'ৰা🡆 More