পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা

পদ্মশ্ৰী হৈছে ভাৰত চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান। এই সন্মান লাভ কৰা অসমীয়া ব্যক্তিসকলৰ নাম তলৰ তালিকাত উল্লেখ কৰা হ'ল।

তালিকা

# চন ব্যক্তিৰ নাম আলোকচিত্ৰ অৱদানৰ ক্ষেত্ৰ
১৯৫৪ ডা° মথুৰা দাস চিকিৎসা বিজ্ঞান
১৯৫৪ অমলপ্ৰভা দাস জননীতি
১৯৫৫ কৃষ্ণকান্ত সন্দিকৈ
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
সাহিত্য আৰু শিক্ষা
১৯৫৬ সূৰ্য্যকুমাৰ ভূঞা
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
সাহিত্য আৰু শিক্ষা
১৯৫৭ নলিনীবালা দেৱী
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
সাহিত্য আৰু শিক্ষা
১৯৬৩ ডা° ননী চন্দ্ৰ বৰদলৈ চিকিৎসা বিজ্ঞান
১৯৭০ আনন্দ চন্দ্ৰ বৰুৱা
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
সাহিত্য আৰু শিক্ষা
১৯৭১ অতুল চন্দ্ৰ হাজৰিকা
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
সাহিত্য আৰু শিক্ষা
১৯৭১ ডা° ৰবীন বেনাৰ্জী সমাজসেৱা
১০ ১৯৭২ চন্দ্ৰপ্ৰভা শইকীয়ানী সমাজসেৱা
১১ ১৯৭৫ মালতী বৰুৱা সমাজসেৱা
১২ ১৯৭৬ পাৰবীন চুলতানা
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
কলা
১৩ ১৯৭৭ ইন্দিৰা মিৰি
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
সাহিত্য আৰু শিক্ষা
১৪ ১৯৭৭ ভূপেন হাজৰিকা
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
কলা
১৫ ১৯৮২ ঘনশ্যাম দাস সমাজসেৱা
১৬ ১৯৮৩ নেকিবুজ জামান চিকিৎসা বিজ্ঞান
১৭ ১৯৮৪ মুক্তি প্ৰসাদ গগৈ চিকিৎসা বিজ্ঞান
১৮ ১৯৮৪ চৈয়দ আব্দুল মালিক
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
সাহিত্য আৰু শিক্ষা
১৯ ১৯৮৭ আব্দুছ ছাত্তাৰ সাহিত্য আৰু শিক্ষা
২০ ১৯৮৮ মদৰাম ব্ৰহ্ম সাহিত্য আৰু শিক্ষা
২১ ১৯৮৯ ৰংবং তেৰাং সাহিত্য আৰু শিক্ষা
২২ ১৯৯০ নীলমণি ফুকন
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
সাহিত্য আৰু শিক্ষা
২৩ ১৯৯১ সতীশ চন্দ্ৰ কাকতি সাহিত্য আৰু শিক্ষা
২৪ ১৯৯১ প্ৰতিমা পাণ্ডে বৰুৱা কলা
২৫ ১৯৯২ মথুৰা নাথ ভট্টাচাৰ্য্য চিকিৎসা বিজ্ঞান
২৬ ১৯৯৮ দিপালী বৰঠাকুৰ
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
কলা
২৭ ২০০০ ৰবীন্দ্ৰনাথ উপাধ্যায় সমাজসেৱা
২৮ ২০০১ ভবেন্দ্ৰনাথ শইকীয়া
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
সাহিত্য আৰু শিক্ষা
২৯ ২০০২ পুষ্পা ভূঞা কলা
৩০ ২০০৩ জাহ্নু বৰুৱা
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
সাহিত্য আৰু শিক্ষা
৩১ ২০০৫ হেম ভৰালী সমাজসেৱা
৩২ ২০০৭ টেমচুলা আও সাহিত্য আৰু শিক্ষা
৩৩ ২০০৮ সূৰ্য্যকান্ত হাজৰিকা সাহিত্য আৰু শিক্ষা
৩৪ ২০০৮ যতীন গোস্বামী কলা
৩৫ ২০০৮ শীলা বৰঠাকুৰ সমাজসেৱা
৩৬ ২০০৯ তফজ্জুল আলি কলা
৩৭ ২০০৯ বীৰেন্দ্ৰনাথ দত্ত
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
সাহিত্য আৰু শিক্ষা
৩৮ ২০১০ অৰুণ শৰ্মা
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
সাহিত্য আৰু শিক্ষা
৩৯ ২০১১ মহিম বৰা সাহিত্য আৰু শিক্ষা
৪০ ২০১৩ ঘনকান্ত বৰা বৰবায়ন কলা
৪১ ২০১৩ হেমেন্দ্ৰ প্ৰসাদ বৰুৱা বাণিজ্য আৰু উদ্যোগ
৪২ ২০১৪ মুকুলচন্দ্ৰ গোস্বামী ডাঃ সৰ্বেশ্বৰ চহৰীয়া সমাজসেৱা
৪৩ ২০১৫ যাদৱ পায়েং
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
অন্য
৪৪ ২০১৫ লক্ষ্মীনন্দন বৰা
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
সাহিত্য আৰু শিক্ষা
৪৫ ২০১৬ ধীৰেন্দ্ৰ নাথ বেজবৰুৱা সাহিত্য আৰু শিক্ষা
৪৬ ২০১৬ প্ৰহ্লাদ চন্দ্ৰ তাছা সাহিত্য আৰু শিক্ষা
৪৭ ২০১৬ কামেশ্বৰ ব্ৰহ্ম সাহিত্য আৰু শিক্ষা
৪৮ ২০১৬ অজয় কুমাৰ দত্ত সমাজসেৱা
৪৯ ২০১৭ ড॰ জিতেন্দ্ৰনাথ গোস্বামী বিজ্ঞান আৰু অভিযান্ত্ৰিক
৫০ ২০১৭ এলি আহমেদ সাহিত্য আৰু শিক্ষা
৫১ ২০১৮ অৰূপ কুমাৰ দত্ত সাহিত্য আৰু শিক্ষা
৫২ ২০১৮ প্ৰফুল্ল গোবিন্দ বৰুৱা সাংবাদিকতা
৫৩ ২০১৮ জয়শ্ৰী গোস্বামী মহন্ত
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
সাহিত্য আৰু শিক্ষা
৫৪ ২০১৯ উদ্ধৱ ভৰালী
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
বিজ্ঞান আৰু প্ৰযুক্তি
৫৫ ২০১৯ ইলিয়াছ আলি
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
চিকিৎসা
৫৬ ২০২০ ইন্দিৰা পি পি বৰা
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
কলা
৫৭ ২০২০ ৰবি কান্নান আৰ
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
চিকিৎসা
৫৮ ২০২০ কুশল কোঁৱৰ শৰ্মা
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
চিকিৎসা
৫৯ ২০২০ লীল বাহাদুৰ চেত্ৰী
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
সাহিত্য আৰু শিক্ষা
৬০ ২০২০ যোগেন্দ্ৰ নাথ ফুকন সাহিত্য আৰু শিক্ষা
৬১ ২০২১ লখিমী বৰুৱা সমাজসেৱা
৬২ ২০২১ গোপীৰাম বৰগায়ন বুঢ়াভকত কলা
৬৩ ২০২১ বিজয়া চক্ৰৱৰ্তী
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
প্ৰশাসনিক সেৱা
৬৪ ২০২১ মংগলসিং হাজোৱাৰী সাহিত্য আৰু শিক্ষা
৬৫ ২০২১ দুলাল মানকি কলা
৬৬ ২০২১ বিৰুবালা ৰাভা
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
সমাজসেৱা
৬৭ ২০২১ ৰোমান শৰ্মা সাহিত্য আৰু শিক্ষা
৬৮ ২০২১ ইমৰান শ্বাহ
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
সাহিত্য আৰু শিক্ষা
৬৯ ২০২২ শকুন্তলা চৌধুৰী সমাজ সেৱা
৭০ ২০২২ ধনেশ্বৰ ইংতি সাহিত্য আৰু শিক্ষা
৭১ ২০২৩ হেম চন্দ্ৰ গোস্বামী
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
কলা
৭২ ২০২৩ হেমপ্ৰভা চুতীয়া
পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা 
কলা
৭৩ ২০২৩ ৰামকুইৱাংবে জেমে নিউমে সমাজ সেৱা
৭৪ ২০২৪ পাৰ্বতী বৰুৱা সমাজ সেৱা
৭৫ ২০২৪ সৰ্বেশ্বৰ বসুমতাৰী অন্যান্য - কৃষি
৭৬ ২০২৪ দ্ৰোণ ভূঞা কলা

তথ্য সংগ্ৰহ

Tags:

অসমীয়াভাৰত

🔥 Trending searches on Wiki অসমীয়া:

মাধৱদেৱকাছবিজ্ঞানপ্ৰাঞ্জল শইকীয়াসদৌ অসম ছাত্ৰ সন্থাচুটিগল্পৰামায়ণবচন (ব্যাকৰণ)বাগৰুম্বাযোৰহাট (লোকসভা সমষ্টি)অসমৰ চলচ্চিত্ৰগুগলউমানন্দদীৰ্ঘেশ্বৰী দেৱালয়জীৱনৰ বাটতপ্ৰেমচন্দনাৰীবাদতোলনি বিয়ামিচিং জনগোষ্ঠীবাঁহতৎসমঅন্নপ্ৰাশনকামৰূপ ৰাজ্যআত্মজীৱনীঅসহযোগ আন্দোলনএজাৰনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯পদাৰ্থ বিজ্ঞানসমাৰ্থক শব্দৰাম মন্দিৰ, অযোধ্যালিংগ বৈষম্য আৰু ভাৰতীয় নাৰীসংক্ৰমণইতিহাসফাকুৱাভাৰতৰ সংসদ ভৱনমানস ৰাষ্ট্ৰীয় উদ্যানপঞ্চায়তী ৰাজগজেন্দ্ৰ মোক্ষচৰিত পুথিবিহুৰ খাদ্যজাতীয়তাবাদভাৰতৰ উচ্চতম ন্যায়ালয়অসমীয়া বৰ্ণমালাকৰ'নাভাইৰাছ ৰোগ ২০১৯অসমীয়া জাতিভানুমতীশিশুঈয়াৰুইঙ্গমবৃক্ষচিৰ চেনেহী মোৰ ভাষা জননীআলি আঃয়ে লৃগাংসালোক সংশ্লেষণসাহিত্যমোগল সাম্ৰাজ্যনামচিংপৰিৱেশ তন্ত্ৰগোলকীকৰণফেডেৰিক’ গাৰ্ছিয়া ল’ৰ্কাত্ৰিপুৰাভাৰতৰ উপৰাষ্ট্ৰপতিমৰুভূমিকণী যুঁজৰামকৃষ্ণ পৰমহংসপথেৰ পাঁচালীনৰনাৰায়ণ সেতুদুৰ্গা পূজাৰবীন্দ্ৰনাথ ঠাকুৰঅসমৰ মাছ ধৰা সঁজুলিপালি ভাষাৱিকিপিডিয়া🡆 More