নিউম'নিয়া

নিউম'নিয়া (ইংৰাজী: Pneumonia) হৈছে একপ্ৰকাৰৰ অস্বাস্থ্যকৰ শাৰীৰিক অৱস্থা। প্ৰাথমিকভাৱে হাঁওফাঁওৰ আনুবীক্ষণিক বায়ুকোষবোৰৰ ক্ষতিসাধনৰ ফলত নিউম'নিয়া হয়। ভাইৰাছ বা বেক্টেৰিয়া আৰু অন্য কিছুমান বীজাণুৰ সংক্ৰমণ, কিছুমান দৰৱ, আৰু অন্য কিছুমান ৰোগৰ ফলত উদ্ভৱহোৱা পৰিস্থিতিৰ বাবে নিউম'নিয়া দেখা দিয়ে। নিউম'নিয়াৰ সাধাৰণ লক্ষণবোৰ হৈছে, কাহ, বুকু বিষ, জ্বৰ আৰু শ্বাস-প্ৰশ্বাসৰ কঠিনতা।ৰঞ্জন ৰশ্মি আৰু খেকাৰ পৰীক্ষাৰ দ্বাৰা ৰোগ নিৰ্ণয় কৰা হয়। কিছুমান নিউম'নিয়াৰ বাবে প্ৰতিষেধক ছিটাও উপলব্ধ। ৰোগৰ কাৰকৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসা পদ্ধতিও ভিন্ন হয়। বেক্টেৰিয়াজনিত নিউম'নিয়াৰ বাবে বেক্টেৰিয়া প্ৰতিৰোধী ঔষধ ব্যৱহাৰ কৰা হয়। সমগ্ৰ বিশ্বত প্ৰতি বছৰে প্ৰায় ৪৫০ নিযুত লোক (জনসংখ্যাৰ ৭%) নিউম'নিয়াত আক্ৰান্ত হয় আৰু প্ৰায় ৪ নিযুত লোকৰ মৃত্যু হয়।

নিউম'নিয়া
শ্ৰেণীবিভাজন আৰু বাহ্যিক সমল
A black and white X-ray picture showing a triangular white area on the left side. A circle highlights the area.
এখন বুকুৰ এক্স-ৰেত নিউম'নিয়াৰ লক্ষণ দেখা গৈছে
আই.চি.ডি.-10 J12, J13, J14, J15, J16, J17, J18, P23
আই.চি.ডি.-9 480-486, 770.0
ডিজিজেছ ডে'টাবে'ছ 10166
মেডলাইন প্লাছ 000145
ইমেডিচিন topic list
MeSH D011014

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

বৰ্গীকৰণ
বাহ্যিক সমল

Tags:

ইংৰাজী ভাষাঔষধবেক্টেৰিয়াভাইৰাছহাঁওফাঁওৰঞ্জন ৰশ্মি

🔥 Trending searches on Wiki অসমীয়া:

জাতিসংঘনলিনীবালা দেৱীগাখীৰপৰিৱেশ অধ্যয়নব্ৰিটিছ ৰাজবিশ্ব পৰিৱেশ দিৱসবনঘোষাভাস্কৰাব্দবৈচাগুপ্ৰাকৃতিক সম্পদঅসমৰ মাছ ধৰা সঁজুলিমামৰে ধৰা তৰোৱালবড়ো জনগোষ্ঠীমোৰো এটা সপোন আছেস্বাভাৱিক সংখ্যাচেৰা-বিহুইন্দিৰা গান্ধীসাঁচিপাতচৰিত পুথিসাধুকথাঅৰুণোদয় আঁচনিজৱাহৰলাল নেহৰুশোণিতপুৰ জিলাকাছঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫অৰ্জুনঅসমৰ জিলাসমূহঅসমৰ চাহ জনগোষ্ঠী১৬ এপ্ৰিলকথা-ভাগৱতব্ৰজাৱলী ভাষাশিশু সাহিত্যঅসমৰ সাহিত্যিকসকলৰ তালিকাহেম বৰুৱাফাট বিহুকাতি বিহুবসন্ত ৰোগবৰহমথুৰিজোনাকী (আলোচনী)সাঁজ পানীসৰ্বশিক্ষা অভিযানকালিৰাম মেধিবিশ্ববিদ্যালয় অনুদান আয়োগসত্যেন্দ্ৰনাথ বসুঅগ্ন্যাশয়গুৱাহাটী (লোকসভা সমষ্টি)অৰ্থব্যৱস্থাযতি-চিনমাখিয়তীঋতুজাতীয়তাবাদৰামপিঠাঅসমৰ কাঁহ শিল্পপৰিয়ালপাৰ চৰাইস্বদেশী আন্দোলনহাঁচতিভাৰতীয় জাতীয় কংগ্ৰেছবন্দে মাতৰম্‌চুটিগল্পভাৰতীয় দণ্ড বিধিপ্লেটোস্বামী বিবেকানন্দঅৰুণোদইতাল (বাদ্যযন্ত্ৰ)ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাকলীয়াভোমোৰা সেতুপৰিসংখ্যাচ্যু-কা-ফাআমাৰ সোনাৰ বাংলামানচিত্ৰলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীপদ্মনাথ গোহাঞি বৰুৱা🡆 More