নামদাঙৰ শিলৰ সাঁকো

নামদাঙৰ শিলৰ সাঁকো (ইংৰাজী: Namdang Stone Bridge) অসমৰ এখন বুৰঞ্জীপ্ৰসিদ্ধ দলং। এই দলংখন শিৱসাগৰ জিলাত অৱস্থিত।

নামদাঙৰ শিলৰ সাঁকো
নামদাঙৰ শিলৰ সাঁকো

নামদাঙৰ শিলৰ সাঁকোখন নামদাং নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে
স্থানীয় শিৱসাগৰ, অসম
তদাৰক সংস্থা অসম চৰকাৰ
ডিজাইনাৰ বংগদেশৰ কাৰিকৰ
ডিজাইন Arch bridge
পদাৰ্থ শিল
মুঠ দৈৰ্ঘ্য ৬০ মিটাৰ
প্ৰস্থ ৬.৫ মিটাৰ
উচ্চতা ১.৭ মিটাৰ
নিৰ্মাণ শেষ হয় ১৭০৩

ইতিহাস

এই দলংখন ১৭০৩ চনত আহোম ৰজা ৰুদ্ৰসিংহৰ দিনত বংগদেশৰ কাৰিকৰৰ হতুৱাই সজোৱা হৈছিল। পিছত তাৰপৰা এইখন কঢ়িয়াই ইয়ালৈ আনি স্থাপন কৰা হৈছিল।

অৱস্থিতি

দলংখন শিৱসাগৰ জিলাদিখৌনৈৰ উপনৈ নামদাঙৰ ওপৰত অৱস্থিত।

বিশেষত্ব

দলংখন ৬০ মিটাৰ দীঘল, ৬.৫ মিটাৰ বহল আৰু ১.৭ মিটাৰ ওখ। ইয়াৰ প্ৰধান বিশেষত্ব হ’ল – দলংখন এটা মাথো শিলকেই কাটি কাটি তৈয়াৰ কৰা হৈছিল। বৰ্তমানৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ইয়াৰ ওপৰেৰে গৈছে। আহোম ৰজাৰ দিনত তৈয়াৰ কৰা বিভিন্ন স্থাপত্য-ভাস্কৰ্য্যৰ ভিতৰত এই সাঁকো উল্লেখযোগ্য।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

নামদাঙৰ শিলৰ সাঁকো ইতিহাসনামদাঙৰ শিলৰ সাঁকো অৱস্থিতিনামদাঙৰ শিলৰ সাঁকো বিশেষত্বনামদাঙৰ শিলৰ সাঁকো তথ্য সংগ্ৰহনামদাঙৰ শিলৰ সাঁকো বাহ্যিক সংযোগনামদাঙৰ শিলৰ সাঁকোঅসমইংৰাজী ভাষাশিৱসাগৰ জিলা

🔥 Trending searches on Wiki অসমীয়া:

মহেন্দ্ৰ বৰাকীৰ্তন-ঘোষাপৰ্যটনভঠেলিপৰিৱেশ অধ্যয়নআবেগৰামধেনুশ্ৰীমন্ত শংকৰদেৱলিংগ বৈষম্য আৰু ভাৰতীয় নাৰীযৌন সংক্ৰামক ৰোগভবেন্দ্ৰ নাথ শইকীয়াঅসমৰ পুৰণি স্থাপত্যসালোক সংশ্লেষণসংস্কৃত ভাষাঅসমীয়া ভাষাৰ শব্দসম্ভাৰবানপানীকমলাকান্ত ভট্টাচাৰ্য্যঢ়দঁতাল হাতীৰ উঁয়ে খোৱা হাওদাপাঁচালীকুশল কোঁৱৰপিঠাঅসমীয়া উপন্যাসভূপেন হাজৰিকাবিঘাবীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যভাৰতৰ ৰাজনৈতিক দলসমূহৰ তালিকাখেৰাইসংস্কৃত সাহিত্যযোৰহাটজামুগুৰিহাটমেলেৰিয়াভাৰতৰ প্ৰধানমন্ত্ৰীবৃত্তনৱবিধা ভক্তিপায়ু সংগমবায়ু প্ৰদূষণচোৰধৰাঅসমৰ ৰাজ্যপালসকলৰ তালিকাতলাতল ঘৰকৃষ্ণ ভূঞাজিকিৰভাৰতৰ ইতিহাসচীনডিম্বেশ্বৰ নেওগসত্যনাথ বৰাহস্তমৈথুনসৌৰ শক্তিঅসমৰ বনৌষধিব্ৰিটিছ ৰাজঘৰচিৰিকাব্লগঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাঅসম আৰক্ষীমুদ্ৰাআৰ্নেষ্ট ৰাডাৰফ'ৰ্ডসাঁচিপাতবিয়া নামবিষ্ণুৰাম মেধিঅসহযোগ আন্দোলননেপালী জনগোষ্ঠীঅসমৰ জনগোষ্ঠীআৰ্যভট্টসৰস্বতীকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলগৌতম বুদ্ধমহামায়া ধামজৱাহৰলাল নেহৰুলোক-সংগীতমানৱ ভূগোলসাহিত্য অকাডেমি বঁটাইণ্টাৰনেটবিহুগীতযৌন সংগমভাৰত-ইউৰোপীয় ভাষা পৰিয়ালমোৰ জীৱন সোঁৱৰণপুৰুষ🡆 More