নানাজী দেশমুখ: ভাৰতীয় সমাজকৰ্মী

চণ্ডীকাদাস অমৃতৰাও দেশমুখ বা নানাজী দেশমুখ (মাৰাঠী: नानाजी देशमुख; ১১ অক্টোবৰ ১৯১৬ – ২৭ ফেব্ৰুৱাৰী ২০১০) এগৰাকী ভাৰতীয় সমাজকৰ্মী। তেওঁ শিক্ষা, স্বাস্থ্য গ্ৰাম্য অঞ্চলৰ আত্মনিৰ্ভৰশীলতাৰ বাবে কাম কৰিছিল। তেওঁ এজন ভাৰতীয় জনতা পাৰ্টিৰ নেতা আছিল। নানাজী দেশমুখ ১৯৭৭ চনত লোকসভালৈ নিৰ্বাচিত আৰু ১৯৯৯ চনত ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত হৈছিল। ভাৰত চৰকাৰে তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ১৯৯৯ চনত পদ্মবিভূষণ আৰু ২০১৯ চনত মৰণোত্তৰ ভাবে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰে।

ৰাষ্ট্ৰ ঋষি

নানাজী দেশমুখ
নানাজী দেশমুখ: ভাৰতীয় সমাজকৰ্মী
ভাৰতীয় ডাক টিকটত নানাজী দেশমুখ
লোকসভাৰ সাংসদ (বলৰামপুৰ লোকসভা সমষ্টি)
কাৰ্যকাল
১৯৭৭ – ১৯৭৯
পূৰ্বসূৰী চন্দ্ৰ ভাল মণি তিৱাৰী
উত্তৰসূৰী চন্দ্ৰ ভাল মণি তিৱাৰী
ৰাজ্যসভাৰ সাংসদ
কাৰ্যকাল
১৯৯৯ – ২০০৫
সমষ্টি মনোনীত সাংসদ
ব্যক্তিগত তথ্য
জন্ম
চণ্ডীকাদাস অমৃতৰাও দেশমুখ

১১ অক্টোবৰ, ১৯১৬
কাদলি, হিংগলী জিলা, মহাৰাষ্ট্ৰ
মৃত্যু ২৭ ফেব্ৰুৱাৰী, ২০১০ (৯৩ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
শিক্ষানুষ্ঠান বিৰলা কলেজ
পুৰস্কাৰ ভাৰত ৰত্ন, ২০১৯
পদ্মবিভূষণ, ১৯৯৯

তথ্য উৎস

বাহ্যিক সংযোগ

Tags:

পদ্মবিভূষণভাৰত চৰকাৰভাৰত ৰত্নভাৰতীয় জনতা পাৰ্টিমাৰাঠী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

হোমেন বৰগোহাঞিশ্ৰীমন্ত শংকৰদেৱঅসমৰ পৰম্পৰাগত সাজ- পাৰকথা-ভাগৱতচ্যু-লিক-ফামিয়া খলিফাভাৰতৰ উচ্চতম ন্যায়ালয়ৱিকিমিডিয়া ফাউণ্ডেশ্যনহেমকোষবাথৌ পূজাজোনাকী (আলোচনী)শিৱ পুৰাণয়সৰস্বতীসংক্ৰমণসূৰ্যচিলাৰায়সংখ্যাভগ্নাংশ (গণিত)অন্নপ্ৰাশনশৰীৰস্থানমৰমৰ দেউতা২৫ এপ্ৰিলৰাতি বিহুব্লগভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাভাৰতীয় সাহিত্যপূৰবী বৰমুদৈভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকাঅশোক স্তম্ভয়েছে দৰজে ঠংচিবিশ্বনাথ ঘাটঋণাত্মক অখণ্ড সংখ্যাপদাৰ্থৰ অৱস্থাপ্ৰাক-ইতিহাসঅসম বিধানসভাঅংকীয়া নাটভাৰত ৰত্নকাৰেঙৰ লিগিৰীঅসমৰ নৃ-প্ৰজাতীয় গাঁথনিআত্মজীৱনীবহল ব্যাকৰণঅনাভেদী যৌনক্ৰিয়াৰোমাণ্টিক কবিতাজাতনামসাহিত্য সমালোচনাঈয়াৰুইঙ্গমকৃষিমৌন ওঁঠ মুখৰ হৃদয়চাৰি কুমাৰঅসমৰ পৰম্পৰাগত সাজ-পাৰঅসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকাওজাপালিবৰপেটা সত্ৰউইলিয়াম শ্বেইকছপীয়েৰঅসমত দেখা পোৱা মাছৰ তালিকালক্ষ্মীনন্দন বৰামাৰ্চশ্ৰীমন্ত শংকৰদেৱ বঁটাচিপাহী বিদ্ৰোহ ১৮৫৭জুৰী বৰা বৰগোহাঞিকৃষ্ণচূড়াগুৱাহাটী (লোকসভা সমষ্টি)নৱকান্ত বৰুৱাঅসমত দেখা চৰাইবোৰনিমাতী কইনাপদ্মনাথ গোহাঞি বৰুৱাঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাসৰস্বতী পূজাকৰতল কমল কমল দল নয়নভাৰতঅৰ্থনীতিফুটবলৱিকিপিডিয়াচ'মাংকানমনোবিজ্ঞানকবিতাহিন্দুত্ববাণীকান্ত ৰচনাৱলী🡆 More