ধঁপাত

ধঁপাত (ইংৰাজী: Tobacco) হৈছে ধঁপাত গছৰ পাত সংৰক্ষণ কৰি তৈয়াৰ কৰা এক প্ৰকাৰৰ দ্ৰব্য। ধঁপাত গছৰ আদি নিবাস উত্তৰ আৰু দক্ষিণ আমেৰিকা। ধঁপাত গছৰ শুকান পাতক ধঁপাত বোলা হয়। ধঁপাত গছ ১২-১৮ ইঞ্চি ওখ হয়। ধঁপাত এবিধ নিচাজাতীয় পদাৰ্থ। ধঁপাত চিগাৰেট, বিড়ি, চুৰট, হোকা, আদি বিভিন্ন পদ্ধতিৰ দ্বাৰা ধুমপান কৰা হয়। ধুমপানৰ উপৰিও ধঁপাত বিভিন্ন প্ৰকাৰে সেৱন কৰা হয়, যেনে চোবাই (জৰ্দা, ছাদা, হিচাপে পান বা তামোলৰ লগত খোৱা হয়), ওঠৰ ফাঁকত গুঁজি (যেনে খৈনি), বা নাকত ভৰাই (নসি)।

ধঁপাত
ধঁপাত খেতি

ধঁপাতৰ মূল নিচাজাতীয় উপাদান হৈছে নিক'টিন। নিক'টিন এক প্ৰকাৰৰ স্নায়ুবিষ (নিউৰ'টক্সিন), যি এক ধৰণৰ এচিটাইলক'লিন সংগ্ৰাহকৰ ওপৰত কাৰ্য কৰে। কিন্তু ধঁপাতৰ ধোৱাত নিক'টিনৰ বাদেও নানা কেঞ্চাৰসৃষ্টিকাৰী পদাৰ্থ থাকে, যেনে বেঞ্জ'পাইৰিণ ইত্যাদি বহুচক্ৰী এৰ'মেটিক যৌগ। ধঁপাত অত্যন্ত বিষাক্ত পদাৰ্থ, এটা চিগাৰেটত যিমানখিনি ধঁপাত থাকে, সেইখিনি যদি প্ৰত্যক্ষভাৱে শৰীৰত প্ৰৱেশ কৰে, তেন্তে দ্ৰুত মৃত্যু অনিবাৰ্য। ধুমপানৰ ফলত ধীৰে ধীৰে আয়ু কমি আহি থাকে। কেৱল কেঞ্চাৰৰ প্ৰৱণতাই নহয়, ইয়াক হৃদৰোগৰ কাৰক বুলি গণ্য কৰা হয়।

নামকৰণ

ধঁপাতৰ ইংৰাজী ‘Tobacco’ শব্দটো স্পেনিছ "tabaco" শব্দৰ পৰা আহৰণ কৰা হৈছে। ইয়াক, ১৪১০ চনলৈকে এক ধৰণৰ স্পেনিছ আৰু ইটালিয়ান শব্দ ঔষধি উদ্ভিদ বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ইংৰাজী ভাষাউত্তৰ আমেৰিকাতামোলদক্ষিণ আমেৰিকা

🔥 Trending searches on Wiki অসমীয়া:

কামৰূপ ৰাজ্যমহামায়া ধামউগ্ৰতাৰা দেৱালয়নগাঁওসদৌ অসম ছাত্ৰ সন্থাপ্ৰতিমা বৰুৱা পাণ্ডেপাৰিজাত হৰণ নাটৰমন্যাসবাদঅসমৰ গামোচাচেৰা-বিহুক্ষঅসম বৈভৱ বঁটাকাছসমাজউৎসৱহালধীয়া সাংবাদিকতাভাৰত ৰত্নদিল্লীভাৰতৰ প্ৰধানমন্ত্ৰীসূৰ্যসৰ্বপল্লী ৰাধাকৃষ্ণণধেমাজি জিলামাইলছ ব্ৰনছনএইচ.আই.ভি/এইড্‌ছগোলকীকৰণপ্লেটোজৈন ধৰ্মপ্ৰেমচন্দযোগাত্মক বিপৰীত সংখ্যাহিন্দু ধৰ্মইংলেণ্ডনবীনচন্দ্ৰ বৰদলৈসৰ্বশিক্ষা অভিযানবিজ্ঞানঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকাঈয়াৰুইঙ্গমঅসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকাথমাছ আলভা এডিচনইউটিউবসপ্তকাণ্ড ৰামায়ণকৰ'নাভাইৰাছ ৰোগ ২০১৯প্ৰদূষণঅসমৰ ধান খেতিৰ সঁজুলিসমূহপ্লাষ্টিকপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰৰাজনীতিঅসমৰ মন্ত্ৰ-সাহিত্যটিকেন্দ্ৰজিৎঅসমীয়া ব্যাকৰণনাৰী সবলীকৰণকৰ্ণ (অংগ)ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাবিষ্ণুমহাভাৰতউমানন্দইয়াণ্ডাবু সন্ধিঅৰুণোদইস্বাস্থ্যআন্তৰ্জাতিক শ্ৰমিক দিৱসমৌলিক সংখ্যাবৰপেটা (লোকসভা সমষ্টি)প্ৰাকৃতিক দুৰ্যোগমাছঅসমীয়া গীতি সাহিত্যআনন্দৰাম বৰুৱাঅসমৰ জিলাসমূহভাৰতীয় জনতা পাৰ্টিশেৱালি ফুলঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাবিত্তীয় ব্যৱস্থাহিমন্ত বিশ্ব শৰ্মাকোষ (জীৱবিজ্ঞান)স্তন সংগমব্ৰহ্মপুত্ৰ উপত্যকাগোপীনাথ বৰদলৈভাৰত-আৰ্য ভাষা পৰিয়াল🡆 More