দামোদৰ দেৱ

দামোদৰ দেৱ (১৪৮৮-১৫৯৮) ষোল্লশ শতিকাৰ এক শৰণ নামধৰ্মৰ এজন বিখ্যাত ধৰ্ম প্ৰচাৰক। ১৪৮৮ খ্ৰীষ্টাব্দত নগাঁও জিলাৰ নালচাত তেওঁৰ জন্ম হৈছিল। দামোদৰ দেৱ মহাপুৰুষ ভট্টদেৱৰ দৰে সাহিত্যিকক প্ৰেৰণা যোগাইছিল।

দামোদৰ দেৱ
জন্ম ১৪৮৮
নালচা, নগাঁও
মৃত্যু ১৫৯৮ (বয়স ১০৯–১১০)
বৈকুণ্ঠপুৰ সত্ৰ
পেচা এক শৰণ নামধৰ্ম

প্ৰাৰম্ভিক জীৱন

দামোদৰ দেৱৰ পিতৃ-মাতৃ ক্ৰমে শতানন্দ আৰু সুশীলা কামৰূপৰ হাজোৰ নিৱাসী আছিল। কালক্ৰমত তেওঁলোকৰ পৰিয়াল বৰ্তমান নগাঁৱৰ নলচাত থিতাপি লয় আৰু তাতেই দামোদৰ দেৱৰ জন্ম হয়। বৰদোৱাত তেওঁৰ দেউতাকে শ্ৰীমন্ত শংকৰদেৱৰ লগত বন্ধুত্ব স্থাপন কৰে। নৱদ্বীপৰ কল্পাভ বল্লভ ভট্টাচাৰ্যৰ ওচৰত দামোদৰ দেৱে তেওঁৰ দুই ভায়েকৰ লগত শিক্ষা গ্ৰহণ কৰিছিল। তেওঁলোকে ব্যাকৰণ, শব্দৰ অৱৰূপ আৰু ব্যৱহাৰ, চাৰি বেদ, ১৪ শাস্ত্ৰ, গীতা, ভাগৱত পূৰাণ আৰু আন আন ধৰ্ম গ্ৰন্থসমূহ অধ্যয়ন কৰিছিল।

শংকৰদেৱৰ লগত মিলন

মহাপুৰুষ দামোদৰ দেৱ আৰু শংকৰদেৱৰ মিলন হয় বৰপেটাৰ বাউসী পৰগনাত। হাজোৰ পৰা গৈ বৰপেটাৰ বাউসীত প্ৰথম সত্ৰ স্থাপন কৰি বৈদিক বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি থকা সময়তে বৰপেটাত থকা শংকৰদেৱৰ লগত দেৱদামোদৰৰ পুণৰ মিলন হয়। ইয়াৰ পূৰ্বে নগাঁওত থকাৰ সময়ত দুয়োজনাৰ মাজত ইষ্টতা আছিল। দেৱদামোদৰে বৈদিক বৈষ্ণৱ পন্থাৰ সাধক বুলি শংকৰদেৱে পূৰ্বেই অৱগত হৈছিল আৰু হাজোৰ পৰা বৰপেটা আহি ধৰ্ম প্ৰচাৰৰ সিদ্ধান্তত সন্তোষ প্ৰকাশ কৰিছিল। দামোদৰ দেৱেও পিতৃ বন্ধু শংকৰদেৱৰ সাক্ষাৎ পাই আনন্দিত হৈছিল আৰু এনেদৰেই তেওঁলোকৰ মাজত বন্ধুত্ব স্থাপন হ'ল।

তথ্য সংগ্ৰহ

Tags:

নগাঁও জিলা

🔥 Trending searches on Wiki অসমীয়া:

ৰাজনৈতিক দলপাঁচালীইজৰাইল–পেলেষ্টাইন সংঘাতৰ ইতিহাসজৈন ধৰ্মছক্ৰেটিছদিনলিপিজয়মতী কুঁৱৰী (নাটক)মোৱামৰীয়া বিদ্ৰোহইয়াণ্ডাবু সন্ধিগাঁও পঞ্চায়তইজৰাইলৰ নাৰী২৬ মাৰ্চএ পি জে আব্দুল কালামতৎসমকবিতাএংকৰ ৱাটবাসুদেৱ থানবৌদ্ধ ধৰ্মযুক্তৰাজ্যঅন্নপ্ৰাশনঅসম চুক্তিকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলৰমন্যাসবাদঅসমীয়া কবিতাআৱাহন (আলোচনী)ভাৰতীয় দৰ্শনঋতুঅসমৰ মাছ ধৰা সঁজুলিমিত্ৰদেৱ মহন্তআইনামকৃষ্ণকান্ত সন্দিকৈমহেশ্বৰ নেওগশ্ৰীকৃষ্ণকীৰ্তনকমলাবাৰী সত্ৰখ্ৰীষ্টান ধৰ্মফাকুৱাসৌৰজগতমোহিনিয়াত্তমদ্ৰৌপদী মূৰ্মুপৰিৱেশ তন্ত্ৰসাঁচিপাতশ্ৰী সূৰ্য পাহাৰঅসমৰ বাঁহ-বেতৰ শিল্পঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিসুঁৱৰিধূমকেতুআহোম ৰাজবংশবৰগীতঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকাহেম বৰুৱামাটিনিৰ্মলপ্ৰভা বৰদলৈতোলনি বিয়ানগাঁও জিলাভূমি প্ৰদূষণকেতেকেশ্বৰ দেৱালয়ভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগবলপিয়েৰ দি ফাৰ্মাটুক্ৰেশ্বৰী দেৱালয়তগৰবাৰেচহৰীয়া ভাওনা মহোৎসৱস্বৰূপ সম্পতলাল দৰ্জাদেউৰী জনগোষ্ঠীপৰ্যটনআহোম জনগোষ্ঠীঅসমৰ প্ৰসিদ্ধ ব্যক্তিসকলৰ তালিকাপাঠ পৰিকল্পনানাৰীবাদঅসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তআমইণ্টাৰনেটকছাৰী ৰাজ্যশিৱসাগৰ জিলা🡆 More