দক্ষিণ চীন সাগৰ: সাগৰ

দক্ষিণ চীন সাগৰ প্ৰশান্ত মহাসাগৰৰ অন্তৰ্গত এক সীমান্তীয় সাগৰ। ই কাৰিমাটা আৰু মালাক্কা ষ্ট্ৰেইটৰপৰা টাইৱান ষ্ট্ৰেইটলৈকে সামৰে। এই সাগৰে ৩৫,০০,০০০ বৰ্গ কিলোমিটাৰ অঞ্চল সামৰে। দক্ষিণ চীন সাগৰৰ প্ৰবল কৌশলগত মহত্ত্ব থকাৰ কথা স্বীকাৰ কৰা হয়- বিশ্বৰ এক তৃতীয়াংশ বাণিজ্যিক সামগ্ৰী এই অঞ্চলেৰে কঢ়িওৱা হয়, এই সাগৰৰ বৃহৎ মৎস্য ভাণ্ডাৰ দক্ষিণ-পূব এছিয়াৰ লক্ষ-লক্ষ লোকৰ খাদ্য-সুৰক্ষাৰ বাবে প্ৰায় অপৰিহাৰ্য আৰু অনেকৰ মতে সাগৰৰ তলিত পাব পৰা যায় বৃহৎ পৰিমাণৰ তেল আৰু গেছ।

দক্ষিণ চীন সাগৰ
(South China Sea)
দক্ষিণ চীন সাগৰ: সাগৰ
দক্ষিণ চীন সাগৰৰ চেটেলাইট ছবি
দক্ষিণ চীন সাগৰ: সাগৰ
দক্ষিণ চীন সাগৰৰ উত্তৰ-পূব ভাগ
প্ৰকাৰ সাগৰ
অংশ প্ৰশান্ত মহাসাগৰ
নদী উৎস
  • Agno
  • Jiulong
  • Mekong
  • Min
  • Pahang
  • Pampanga
  • Pasig
  • Pearl
  • Rajang
  • Red
অৱবাহিকা দেশ
কালি ৩৫,০০,০০০ বৰ্গ কি.মি. (3.5×1012 বৰ্গ মিটাৰ)
Islands List of islands in the South China Sea
Trenches
  • Galathea Depth
  • Manila Trench
  • Philippine Trench
Settlements
Major cities
  • Alaminos
  • Bà Rịa
  • Bạc Liêu
  • Bacoor
  • Balanga
  • Cẩm Phả
  • Cam Ranh
  • Candon
  • Cavite City
  • Da Nang
  • Dagupan
  • Đồng Hới
  • Hạ Long
  • Hà Tĩnh
  • Haikou
  • Haiphong
  • Ho Chi Minh
  • Hội An
  • Hong Kong
  • Kaohsiung
  • Kota Kinabalu
  • Kuala Terengganu
  • Kuching
  • Laoag
  • Las Piñas
  • Macau
  • Malolos
  • Manila
  • Miri
  • Móng Cái
  • Nakhon Si Thammarat
  • Nam Định
  • Nanwan
  • Navotas
  • Nha Trang
  • Olongapo
  • Parañaque
  • Pasay
  • Pattaya
  • Phan Rang–Tháp Chàm
  • Phan Thiết
  • Quảng Ngãi
  • Qui Nhơn
  • Sầm Sơn
  • San Fernando
  • Sanya
  • Shantou
  • Sihanoukville
  • Singapore
  • Sóc Trăng
  • Surat Thani
  • Taidong
  • Tainan
  • Tam Kỳ
  • Thái Bình
  • Thanh Hóa
  • Vigan
  • Tuy Hòa
  • Vũng Tàu
  • Xiamen
  • Zhanjiang

অৱস্থিতি

ইণ্টাৰ্ণেচনেল হাইড্ৰ'গ্ৰাফিক অৰ্গেনাইজেশ্বনৰ লিমিট্‌ছ অৱ অচেন্স, ৩য় সংস্কৰণ (১৯৫৩)ৰ মতে, দক্ষিণ চীন সাগৰৰ অৱস্থিতি:

  • চীনৰ দক্ষিণ দিশে
  • ভিয়েটনামৰ পূব দিশে;
  • ফিলিপাইনৰ পশ্চিম দিশে;
  • মালায় উপদ্বীপ আৰু সুমাত্ৰাৰ পূব দিশে, চিংগাপ'ৰ ষ্ট্ৰেইটলৈকে, আৰু
  • বাংকা বেলিটুং দ্বীপপুঞ্জ আৰু বৰ্ণিঅ'ৰ উত্তৰ দিশে।

পিচে, অনুমোদিত নোহোৱা ৪ৰ্থ সংস্কৰণ (১৯৮৬)ত আই এইচ অ'ৱে নাটুনা সাগৰৰ প্ৰস্তাৱ ৰাখিছিল- দক্ষিণ চীন সাগৰৰ দক্ষিণ সীমা উত্তৰলৈ অনাৰ কথা প্ৰস্তাৱ কৰা হৈছিল, বাংকা বেলিটুং দ্বীপপুঞ্জৰ উত্তৰৰপৰা

  • উত্তৰ আৰু উত্তৰ-পূব নাটুনা দ্বীপপুঞ্জলৈ।

সাগৰৰ দ্বীপ আৰু ৰাজনৈতিক দাবী

দক্ষিণ চীন সাগৰত শ-শ ক্ষুদ্ৰাকাৰ দ্বীপ আছে। এই দ্বীপসমূহৰ প্ৰায় সকলোতে কোনোৱেই বাস নকৰে। পিচে দ্বীপসমূহৰ ওপৰত কোন দেশৰ প্ৰভুত্ব, এই কথাত কেইবাখনো দেশৰ মত পৃথক। কেইবাখনো দেশে এই দ্বীপসমূহক বা দ্বীপসমূহৰ কেইবাখনকো নিজৰ অংগ হিচাপে দাবী কৰে। গণপ্ৰজাতন্ত্ৰী চীন আৰু চীন গণৰাজ্য- উভয়েই প্ৰায় সকলো দ্বীপৰ ওপৰত নিজৰ প্ৰভুত্ব দাবী কৰে। তদুপৰি ইণ্ডোনেচিয়া, ফিলিপাইন, ভিয়েটনাম, ব্ৰুণেই, মালয়েছিয়া, কম্বোডিয়া, চিংগাপ'ৰ আদি দেশো বিভিন্ন ধৰণে জড়িত। ২০১৬ চনত এই অঞ্চলৰ ৰাজনতিক প্ৰভুত্বক লৈ ভালেমান ৰাজনৈতিক কাৰ্যকালাপ পৰিলক্ষিত হ'ল।

তথ্য সংগ্ৰহ

Tags:

প্ৰশান্ত মহাসাগৰ

🔥 Trending searches on Wiki অসমীয়া:

পি. ভি. সিন্ধুআধুনিকতাবাদস্বাস্থ্যপৰম্পৰাৰঘুনাথ চৌধাৰীকাৰ্বি জনগোষ্ঠীইছলামঅংকীয়া নাটঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাপ্ৰণৱজ্যোতি ডেকাবেণুধৰ শৰ্মাসমকামিতাপ্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্যদিহানামসংঘাতজয়মতী (১৯৩৫ চলচ্চিত্ৰ)কালিদাসকোণস্থিতি শক্তিপাচন তন্ত্ৰশকাব্দঅসমৰ পৰম্পৰাগত খেল-ধেমালিফলৰ তালিকাঅনিল শইকীয়াঅসম আৰক্ষীবাঁহী (আলোচনী)সমাৰ্থক শব্দঅম্বিকাগিৰি ৰায়চৌধুৰীবুঢ়ী আইৰ সাধুভক্তি ৰত্নাৱলীকোমল চাউলঁ (চন্দ্ৰবিন্দু)টুইটাৰমালিনী থানচৰকাৰকলিতা জাতিৰ ইতিহাসপাৰ চৰাইভীমৰাও ৰামজী আম্বেদকাৰপাইক প্ৰথাসৰ্বশিক্ষা অভিযানআমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্যসমূহচানডুবি বিলকামাখ্যা মন্দিৰনাঙলসূৰ্য গ্ৰহণব্যক্তিত্ব মনোবিজ্ঞানভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যভট্টদেৱৰ গদ্যশৈলীৰাধা কৃষ্ণআজান পীৰৰ দৰগাহহেঙুল আৰু হাইতালঢোলবিৰিঅসমৰ বাঁহ-বেতৰ শিল্পনাগৰিকত্ব (সংশোধনী) আইন, ২০১৯বঙালী চলচ্চিত্ৰলভিতাবন্দে মাতৰম্‌মোগল সাম্ৰাজ্যহয়গ্ৰীৱ মাধৱ মন্দিৰআত্মসহায়ক গোটনৱ-বৈষ্ণৱ ধৰ্মশব্দমুগা (ৰেচম)নামঘৰঅংগৰাগ মহন্তঅসমৰ কাঁহ শিল্পগণিতব্ৰহ্মপুত্ৰ নদৰামায়ণ🡆 More