দক্ষিণ আমেৰিকা: মহাদেশ

দক্ষিণ আমেৰিকা বা লেটিন আমেৰিকা পৃথিৱীৰ সাত মহাদেশ মডেলৰ অন্তৰ্ভুক্ত এখন মহাদেশ। ই হৈছে চতুৰ্থ বৃহৎ মহাদেশ। মহাদেশখনৰ মাটিকালি ১,৭৮,৪০,০০০ বৰ্গকিলোমিটাৰ, যি পৃথিৱীত মুঠ স্থলভাগৰ ১২%। মাটিকালিৰ ফালৰ পৰা এছিয়া, আফ্ৰিকা আৰু উত্তৰ আমেৰিকাৰ পাছতেই ইয়াৰ স্থান। বিষুবৰেখা আৰু মকৰক্ৰান্তিৰ দুয়োফালে ইয়াৰ বিস্তৃতি। উত্তৰ আৰু দক্ষিণ আমেৰিকাক অনেকসময়ত একলগে আমেৰিকা মহাদেশও (ইংৰাজী: The Americas) বোলা হয়।

দক্ষিণ আমেৰিকা
দক্ষিণ আমেৰিকা: ৰাষ্ট্ৰসমূহ, নগৰসমূহ, তথ্যসূত্ৰ
মাটিকালি 17,840,000 km2 (6,890,000 sq mi)
জনসংখ্যা 385,742,554 (2008, পঞ্চম)
জনঘনত্ব 21.4 per km2 (56.0 per sq mi)
বাসিন্দা দক্ষিণ আমেৰিকান, আমেৰিকান
দেশসমূহ 12 (তালিকা)
অধীনস্থ অঞ্চলসমূহ 3
ভাষাসমূহ স্পেনিছ, পৰ্টুগীছ, ইংৰাজী, ফৰাচী আদি
সময় অঞ্চলসমূহ UTC-2 ৰ পৰা UTC-5 লৈ
বৃহত্তম নগৰসমূহ
তালিকা
  • ব্ৰাজিলৰ পতাকা চাও পাওলো
  • আৰ্জেণ্টিনাৰ পতাকা বুয়েনোচ আইৰেচ
  • ব্ৰাজিলৰ পতাকা ৰিয়ো দি জেনেৰিয়ো
  • পেৰুৰ পতাকা লিমা
  • কলম্বিয়াৰ পতাকা বাগোতা
  • চিলিৰ পতাকা চেণ্টিয়াগো
  • ব্ৰাজিলৰ পতাকা বেলো হৰিজণ্টে
  • ব্ৰাজিলৰ পতাকা পৰ্টো এলেগ্ৰা
  • ব্ৰাজিলৰ পতাকা ব্ৰাজিলিয়া
  • ইকুৱাডৰৰ পতাকা গুয়াকুইল
  • কলম্বিয়াৰ পতাকা মেডেলিন
  • ভেনিজুৱেলাৰ পতাকা কাৰাকাচ

ৰাষ্ট্ৰসমূহ

দক্ষিণ আমেৰিকা মহাদেশৰ অন্তৰ্গত ৰাষ্ট্ৰসমূহ হৈছে:

  • দক্ষিণ আমেৰিকা: ৰাষ্ট্ৰসমূহ, নগৰসমূহ, তথ্যসূত্ৰ  পাৰাগুৱে
  • দক্ষিণ আমেৰিকা: ৰাষ্ট্ৰসমূহ, নগৰসমূহ, তথ্যসূত্ৰ  পেৰু
  • দক্ষিণ আমেৰিকা: ৰাষ্ট্ৰসমূহ, নগৰসমূহ, তথ্যসূত্ৰ  চুৰিনাম
  • দক্ষিণ আমেৰিকা: ৰাষ্ট্ৰসমূহ, নগৰসমূহ, তথ্যসূত্ৰ  ত্ৰিনিদাদ আৰু টোবাগো
  • দক্ষিণ আমেৰিকা: ৰাষ্ট্ৰসমূহ, নগৰসমূহ, তথ্যসূত্ৰ  উৰুগুৱে
  • দক্ষিণ আমেৰিকা: ৰাষ্ট্ৰসমূহ, নগৰসমূহ, তথ্যসূত্ৰ  ভেনিজুৱেলা

দক্ষিণ আমেৰিকা মহাদেশৰ অন্তৰ্গত অ-স্বাধীন অঞ্চলসমূহ সমূহ হৈছে:

নগৰসমূহ

জনসংখ্যা অনুসৰি দক্ষিণ আমেৰিকাৰ বৃহত্তম নগৰসমূহ:

  1. চাও পাওলো (ব্ৰাজিল)
  2. বুয়েনোচ আইৰেচ (আৰ্জেণ্টিনা)
  3. ৰিয়ো দি জেৰ্নেৰিয়ো (ব্ৰাজিল)
  4. লিমা (পেৰু)
  5. বাগোতা (কলম্বিয়া)
  6. চেণ্টিয়াগো (চিলি)
  7. বেলো হৰিজণ্টে (ব্ৰাজিল)
  8. পৰ্টো এলেগ্ৰা (ব্ৰাজিল)
  9. ব্ৰাজিলিয়া (ব্ৰাজিল)
  10. গুয়াকুইল (ইকুৱাডৰ)
  11. মেডেলিন (কলম্বিয়া)
  12. কাৰাকাচ (ভেনিজুৱেলা)


তথ্যসূত্ৰ

বহিঃসংযোগ


Tags:

দক্ষিণ আমেৰিকা ৰাষ্ট্ৰসমূহদক্ষিণ আমেৰিকা নগৰসমূহদক্ষিণ আমেৰিকা তথ্যসূত্ৰদক্ষিণ আমেৰিকা বহিঃসংযোগদক্ষিণ আমেৰিকাআফ্ৰিকাআমেৰিকা (মহাদেশ)ইংৰাজী ভাষাউত্তৰ আমেৰিকাএছিয়াপৃথিৱীবিষুবৰেখামকৰক্ৰান্তিমহাদেশ

🔥 Trending searches on Wiki অসমীয়া:

হালধীয়া সাংবাদিকতাবিৰিঞ্চি কুমাৰ বৰুৱাস্বামী বিবেকানন্দঅসমীয়া সাহিত্যএৰিষ্ট'টলবড়ো ভাষাভৌগোলিক স্বীকৃতিঅসমত দেখা পোৱা মাছৰ তালিকাসত্যনাথ বৰানৱবিধা ভক্তিব'হাগ বিহুদ্বিতীয় বিশ্বযুদ্ধবিজ্ঞানকৰতল কমল কমল দল নয়নলোকসভাঅশোক ফুলউপভাষাঅসমৰ গামোচাবিল্বেশ্বৰ দেৱালয়ভাষাসমাৰ্থক শব্দশকুন্তলাঅসমীয়া ৰাজ্যপালসকলৰ তালিকাআহোম জনগোষ্ঠীলোক-সংগীতকাৰ্বি আংলং জিলাৰজনীকান্ত বৰদলৈভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানভাস্কৰাব্দএচিদ বৰষুণচৰাইবগেজাৰী গীতকানাই বৰশী বোৱা শিলালিপিপায়ু সংগমভাৰত ত্যাগ আন্দোলনঅসমৰ পৰম্পৰাগত সাজ-পাৰকীৰ্তন-ঘোষাগোৱালপৰীয়া লোকগীতগোলকীয় উষ্ণতা বৃদ্ধিঅসম ইতিহাসৰ আদিযুগৰ তাম্ৰ আৰু শিলালিপিৰ তালিকাশ্ৰী সূৰ্য পাহাৰঅন্তৰীপ (উপন্যাস)অৰ্জুন ভঞ্জনআঁহতমিচিং জনগোষ্ঠীকাৰেংঘৰআনন্দৰাম ঢেকিয়াল ফুকনউপন্যাসলাভলীনা বৰগোহাঁইঅসমৰ মাছ ধৰা সঁজুলিশীতল যুদ্ধলেছবিয়ানচন্দ্ৰকুমাৰ আগৰৱালাসৌৰ শক্তিশদিয়াবিপৰীতাৰ্থক শব্দঅসমীয়া ভাষা আন্দোলনপূৰবী বৰমুদৈমাটিঅসমৰ শাক-পাচলিৰ তালিকাভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাপীযুষ হাজৰিকাসংগীতভাৰতীয় ভাষা২০২৪ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনবিহুৰ বাদ্যযন্ত্ৰতেজপুৰ (লোকসভা সমষ্টি)কাৰ্ল মাৰ্ক্সবীণাপাণি নাট্য সমাজকোচ ৰাজবংশীমৰুভূমিকাগজফলৰ তালিকাদিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানহাড়🡆 More