তুষাৰ

মৰুভূমি

তুষাৰ
তুষাৰ
তুষাৰৰ মাজেৰে ৰেল চলাৰ দৃশ্য
ভৌতিক ধৰ্ম
ঘনত্ব (ρ) ০.১–০.৮ গ্ৰা/চেমি
যান্ত্ৰিক ধৰ্ম
Tensile strength (σt) 1.5–3.5 kPa
Compressive strength (σc) 3–7 MPa
তাপীয় ধৰ্ম
গলনাংক (Tm) ০ °ছে
Thermal conductivity (k) ঘণত্ব ০.১ ৰ পৰা ০.৫ গ্ৰা/চেমি 0.05–0.7 W/(K·m)
বৈদ্যুতিক ধৰ্ম
Dielectric constant (εr) শুকান তুষাৰৰ ঘণত্ব ০.১ ৰ পৰা ০.৯ গ্ৰা/চেমি 1–3.2
তুষাৰৰ ভৌতিক লক্ষণসমূহ স্থান, কাল, পাত্ৰভেদে পৃথক হোৱা পৰিলক্ষিত হয়।
তুষাৰ
জাৰ্মানীৰ তুষাৰপাতৰ ফলত গছৰ ওপৰত পৰা তুষাৰৰ স্তৰ।

হল বৰষুণৰ কঠিন ৰূপ যি পৃথিৱীৰ বায়ুমণ্ডলত ক্ষুদ্ৰ ক্ষুদ্ৰ স্ফটিক আকাৰে বিৰাজ কৰে। ই প্ৰকৃতপক্ষে পানীৰ কঠিন ৰূপ বা বৰফ। শীতকালত যেতিয়া তাপমাত্ৰা শূন্য ডিগ্ৰী ছেলছিয়াছৰ তললৈ নামি যায় তেতিয়া মেঘৰ পৰা তুষাৰ পতিত হয়, ইয়াকে তুষাৰপাত বোলে। মেঘৰ পৰা নিঃসৰিত পানী বায়ুমণ্ডলৰ উপৰৰ স্তৰৰ নিম্ন তাপমাত্ৰাত গোট মাৰি বৰফত পৰিণত হয় আৰু প়থিৱীপৃষ্ঠলৈ তুষাৰ হিচাপে নামি আহে।

প্ৰধান তুষাৰ পতিত অঞ্চলসমূহ হৈছে মেৰু অঞ্চল, উত্তৰ গোলাৰ্ধৰ উচ্চ অৰ্ধাংশ আৰু পৰ্যাপ্ত আৰ্দ্ৰতা আৰু নিম্ন উষ্ণতা বিশিষ্ট পৃথিৱীৰ পাৰ্বত্য অঞ্চলসমূহ। এণ্টাৰ্কটিকাৰ পৰা সুদুৰত অৱস্থিত দক্ষিণ গোলাৰ্ধৰ কেৱল পাৰ্বত্য অঞ্চলতহে প্ৰাথমিকভাৱে তুষাৰপাত দেখা পোৱা যায়।

তথ্য সংগ্ৰহ

Tags:

🔥 Trending searches on Wiki অসমীয়া:

বিষ্ণুপ্ৰসাদ ৰাভাকলবিশেষ্য পদমৰমৰ দেউতাগণিতপুৰন্দৰ সিংহলং ৱাক টু ফ্ৰীডমমিৰি জীয়ৰীকথা কবিতাহয়গ্ৰীৱ মাধৱ মন্দিৰস্তনআহোম ভাষাভূমি প্ৰদূষণঅসমৰ ভূগোলকাৰেংঘৰৰামধেনু (আলোচনী)নিৰ্মলপ্ৰভা বৰদলৈহাড়কালিদাসসেউজ গৃহ প্ৰভাৱম'হৰ শিঙৰ পেঁপাৰাম সৰস্বতীদুৰ্গা পূজাআমেৰিকা যুক্তৰাষ্ট্ৰঅসমৰ শাক-পাচলিৰ তালিকাশ্ৰীনিবাস ৰামানুজনশব্দ (অভিধান)কুমাৰীত্বঅসমৰ পুৰণি স্থাপত্যঅশ্বক্ৰান্ত মন্দিৰচৰাইমাটিপতঞ্জলিৰ যোগসূত্ৰবৰ্ষা উচগাওকাৰকুকুৰা যুঁজকাঞ্চন (উপন্যাস)বিহু নৃত্যভাষাবিজ্ঞানপূৰবী বৰমুদৈঅসমৰ লোকগীতজোনবিল মেলাপৰা আমলখিযতীন্দ্ৰ নাথ দুৱৰাদৰ্শনঅনন্ত কন্দলিডিম্পু বৰুৱা২০২২নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯চামেলি মেমচা'বকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানশুচিব্ৰতা ৰায়্চৌধুৰীঅসমীয়া পুৰণি সাহিত্যনেপালফাট বিহুঅসম চুক্তিনৰসিংহ (উদ্ভিদ)হেমচন্দ্ৰ বৰুৱামৌলানা আব্দুল হামিদ খান ভাসানীআনন্দৰাম ঢেকিয়াল ফুকনভাৰতীয় দৰ্শনসংবিধান দিৱস (ভাৰত)তলাতল ঘৰশীতল যুদ্ধঅসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকাকাজিৰঙা জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানঅসম বিধানসভাসীতানাথ ব্ৰহ্মচৌধুৰীঅলিম্পিকঅসমৰ জিলাসমূহজণ্ডিছস্বৰূপ সম্পতইউৰোপিয়ান ইউনিয়নপ্ৰহ্লাদ🡆 More