তিল

তিল (pron.: /ˈsɛsəmiː/; বৈজ্ঞানিক নাম Sesamum indicum) এবিধ Sesamum গোত্ৰৰ ফুলৰ গছ। ইয়াৰ ওচৰ সম্বন্ধীয় উদ্ভিদ আফ্ৰিকাত যথেষ্ট পোৱা যায়। ভাৰততো ইয়াৰ কিছু জাতিত দেখা যায়। খোৱা বীজ হিচাপে ব্যৱহাৰ হোৱা তিল বিষুৱ অঞ্চলত যথেষ্ট পৰিমাণে খেতি হয়। সাধাৰণেত ইয়াৰ ফুল ৰং হালধীয়া হয় যদিও কিছু কিছু জাতৰ নীলা অথবা বেঙুনীয়াও দেখা যায়।

তিল
Sesame
তিল
তিল
Sesame plants
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Asterids
বৰ্গ: Lamiales
পৰিয়াল: Pedaliaceae
গণ: Sesamum
প্ৰজাতি: S. indicum
বৈজ্ঞানিক নাম
Sesamum indicum
L.

ইয়াৰ গছৰ উচ্চতা ৫০ ছে.মি. ৰ পৰা ১০০ ছে.মি.ৰ ভিতৰত হয়। পাত বিলাক গছডালৰ পৰস্পৰৰ বিপৰীত দিশত থাকে আৰু প্ৰায় ৪ ৰ পৰা ১৪ ছে.মি. দীঘল হয়। গছ জোপা গুৰি অংশই প্ৰায় ৫ ছে.মি. অঞ্চল অধিকাৰ কিৰ থাকে। ওপৰ দিশত ই ক্ৰমান্বেয় পাতল হৈ গৈ থাকে আৰু ফুল ফুলা অঞ্চলটো প্ৰায় ১ ছে.মি. বহল হয়ৈগ। ফুলবোৰ বগাৰ পৰা বেঙুনীয়া বৰণৰ হয়। ই টিলিঙা আকাৰৰ, প্ৰায় ৩ ৰ পৰা ৫ ছে.মি. দীঘল আৰু মুখত চাৰিটা ধেনুভিৰীয়া অংশ থাকে।

তথ্য সংগ্ৰহ

  • Bedigian, Dorothea (2010). Sesame: The Genus Sesamum. প্ৰকাশক St. Louis: Missouri Botanical Garden. ISBN 978-0-8493-3538-9. 

বাহ্যিক সংযোগ

Tags:

en:Help:IPA for Englishভাৰতৱিকিপিডিয়া:IPA for English

🔥 Trending searches on Wiki অসমীয়া:

ৰুদ্ৰৰাম বড়দলৈদিনপঞ্জীৰাছিয়ামিৰি জীয়ৰীভাৰতৰ সংৰক্ষণ ব্যৱস্থাআহোম ৰাজবংশনামঘোষাচলচ্চিত্ৰযোৰহাট জিমখানা ক্লাবৰাজিয়া চুলতানাবড়ো জনগোষ্ঠীদমন আৰু দিউঅসমীয়া জলপানচেঙেলী মাছদৰিদ্ৰতাঅসমত দেখা চৰাইবোৰহয়গ্ৰীৱ মাধৱ মন্দিৰগৱেষণামাৰিয়া মণ্টেছৰীপূৰ্ণ প্ৰতিযোগিতাৰ বজাৰযৌন সংগমমল্লিকা ফুলখেতৰঅনাভেদী যৌনক্ৰিয়াঅসমৰ পৰম্পৰাগত সাজ-পাৰৰাধিকামোহন ভাগৱতীস্বামী বিবেকানন্দকানাই বৰশী বোৱা শিলালিপিঅসম সাহিত্য সভাপৰিৱেশ বিজ্ঞানচীনঅসমীয়া ভাষা আন্দোলনগুৱাহাটী (লোকসভা সমষ্টি)গোমচেঙৰ চোলাআকবৰঅনুবাদডিব্ৰুগড় (বিধানসভা সমষ্টি)যোৰহাট (লোকসভা সমষ্টি)ফকৰা যোজনালখিমপুৰ (লোকসভা সমষ্টি)বাত বিষমেখেলা চাদৰঝুমুৰছুনামিকোৰআনহাইদাংনামদাঙৰ শিলৰ সাঁকোভগ্নাংশ (গণিত)নাহৰকৰতালবিশ্বনাথ চাৰিআলিহেম বৰুৱাবৰ্মণ ৰাজবংশগোলকীয় উষ্ণতা বৃদ্ধিপাৰ্বতীলালবাহাদুৰ শাস্ত্ৰীযোগিনী তন্ত্ৰআৱাহন (আলোচনী)ভাৰতীয় দণ্ড বিধিঅসমৰ লোকবাদ্যমালতীঅসমৰ জনগোষ্ঠীফ্ৰান্সঅনিৰুদ্ধদেৱব’হাগকামৰূপ জিলাকাৱৈ মাছআৰ্যভট্টনাৰীনীলিম কুমাৰতাঁতশালমানৱ উন্নয়ন সূচকভঠেলিশাল গছঅসমীয়া সাহিত্যৰ অৰুণোদয় যুগ🡆 More