ডাৱৰ

বতৰবিজ্ঞানৰ মতে ডাৱৰ বা মেঘ (ইংৰাজী: cloud) হৈছে কোনো গ্ৰহ বা তেনে স্থানৰ বায়ুমণ্ডলত ঘনীভূত হৈ থকা অতি ক্ষুদ্ৰ ক্ষুদ্ৰ তৰল কণিকা, বৰফৰ স্ফটিক, বা অন্য পদাৰ্থৰ সমাহাৰ। পানী নাইবা অন্য বহুধৰণৰ ৰসায়নৰ পৰা কণিকা আৰু স্ফটিক সৃষ্টি হ'ব পাৰে। পৃথিৱীত, বায়ু যেতিয়া হিমাংক পৰ্যায়লৈ ঠাণ্ডা হলে ঘনীভূত হৈ নাইবা বায়ুৰ আৰ্দ্ৰতা বৃদ্ধি পালে (সাধাৰণতে জলীয় বাষ্পৰ পৰিমাণ বৃদ্ধি পালে) এক উপযুক্ত উষ্ণতাত ঘনীভূত হৈ ডাৱৰৰ সৃষ্টি কৰে। ডাৱৰ পৃথিৱীৰ হ’মস্ফিয়াৰ (ইয়াত ট্ৰ’পস্ফিয়াৰ, ষ্ট্ৰেট’স্ফিয়াৰ আৰু মেজ’স্ফিয়াৰ অন্তৰ্ভুক্ত হৈ থাকে) অঞ্চলত দেখা পোৱা যায়।

ডাৱৰ
অষ্ট্ৰেলিয়াৰ ছুইফ্ট ক্ৰীকৰ ওপৰত ডাৱৰ।

মেঘৰ শ্ৰেণীবিভাজন

ডাৱৰক দুটা শ্ৰেণীত ভাগ কৰা হয়: স্তৰীভূত আৰু পৰিচলনশীল। এই নামবোৰে মেঘৰ আচৰণ প্ৰতিনিধিত্ব কৰে। মেঘক তাৰ অৱস্থানৰ নিম্নাংশৰ উচ্চতাৰ ভিত্তিত শ্ৰেণীবিভক্ত কৰা হয়, চূড়াৰ উচ্চতাৰ ভিত্তিত নহয়। এই ব্যৱস্থাটো ১৮০২ চনত লিউক হাওয়াৰ্ড অস্কেছিয়ান ছছাইটিয়ে প্ৰস্তাব কৰিছিল।

উচ্চ মেঘ (গোত্ৰ ক)

  • অলক-স্তুপ
  • অলক মেঘ
  • অলক-স্তৰ

মধ্য উচ্চতাৰ মেঘ (গোত্ৰ খ)

  • উচ্চ-স্তৰ
  • উচ্চ-স্তুপ

নিম্ন মেঘ (গোত্ৰ গ)

এই মেঘ ২,০০০ মি (৬,৫০০ ফুট) উচ্চতা পৰ্যন্ত পোৱা যায় আৰু এই শ্ৰেণীত আছে স্তৰ মেঘ (ঘন আৰু ধূসৰ)। স্তৰ মেঘ মাটিৰ সংস্পৰ্শলৈ আহিলে তাকে কুৱলী বোলা হয়।

গ গোত্ৰেৰ মেঘৰ ভিতৰত আছে:

  • স্তুপ (Cu)
  • স্তৰ (St)
  • স্তৰ-স্তুপ (Sc)
  • নীৰদ-স্তৰ (Ns)
  • নীৰদ-স্তুপ (Ns)

উলম্ব মেঘ (গোত্ৰ ঘ)

ডাৱৰ 
বাংলাদেশৰ আকাশত বগা মেঘ।
ডাৱৰ 
নেহাই আকৃতিৰ নীৰদ-স্তুপ মেঘ

এই মেঘ শক্তিশালী ঊৰ্ধ্ব-প্ৰবাহ লাভ কৰিব পাৰে আৰু ভিত্তিৰ সৈতে বহু উপৰলৈ উঠি নানা ধৰণৰ আকৃতি সৃষ্টি কৰিব পাৰে।

ঘ গোত্ৰৰ মেঘৰ ভিতৰত আছে:

  • নীৰদ-স্তুপ (বজ্ৰবিদ্যুৎ আৰু প্ৰবল বৰ্ষণবাহী) (Cb)
    • কিউমুলোনিম্বাছ কেলভাছ
    • কিউমুলোনিম্বাছ ইনকাছ
    • ম্যামাটাসযুক্ত কিউমুলোনিম্বাছ
  • স্তুপ (Cu)
    • Cumulus congestus
  • পাইৰোকিউমুলাছ
ডাৱৰ 
মামাটাছ মেঘৰ গঠন

তথ্য সংগ্ৰহ

Tags:

ডাৱৰ মেঘৰ শ্ৰেণীবিভাজনডাৱৰ তথ্য সংগ্ৰহডাৱৰইংৰাজী ভাষাপানীপৃথিৱী

🔥 Trending searches on Wiki অসমীয়া:

যোগাসনহাজোপাটবাউসী সত্ৰকোষ (জীৱবিজ্ঞান)চুতীয়া ৰাজ্যবৃক্ষভাৰতীয় দৰ্শনশকুন্তলাব’হাগজল সংৰক্ষণঅসমীয়া খাদ্যাভ্যাসঅসমৰ লোকবাদ্যজলসিঞ্চনকামৰূপ ৰাজ্যআজান পীৰইউটিউবঅসমীয়া প্ৰতিদিনমাটিআত্মসহায়ক গোটমহেন্দ্ৰ বৰাপুৰাণঅংকপাইক প্ৰথাগোপীনাথ বৰদলৈদশাৱতাৰঅসমীয়া ভাষাআঙঠি পিন্ধোৱাএলবাৰ্ট আইনষ্টাইনগামখাৰুযক্ষ্মাৰংঘৰচৈয়দ আব্দুল মালিকগৰু বিহুঅপৰূপামহাভাৰতনিৰ্মলপ্ৰভা বৰদলৈপদুমঅপৰিমেয় সংখ্যাহুঁচৰিপৰিমেয় সংখ্যাবগা কাঞ্চনবিহু নৃত্যসুশোভন সোনু ৰায়বৰ্মণ ৰাজবংশসালোক সংশ্লেষণগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাপৰ্যটনপাঁচালীসুবাসনা দত্তঅসমৰ ৱেবছাইটসমূহৰ তালিকাআমাৰ অসমবাণীকান্ত কাকতিবৰপেটাদৰং জিলাদুৰ্যোগনেতাই ধুবুনী ঘাটস্তন সংগমৰাতি বিহুবিষ্ণুঘৰবাঁহঅসমৰ শাক-পাচলিৰ তালিকাৰামধেনু (আলোচনী)শূন্যসাহিত্য অকাডেমি বঁটাসৌৰজগতযৌন সংগমহাগা গেন্দেৰাশিৱসাগৰ জিলাঅসমৰ সমস্যাবিষুৱ ৰেখা🡆 More