জোহান চেবাষ্টিয়ান বাক

জোহান চেবাষ্টিয়ান বাখ (ইংৰাজী: Johann Sebastian Bach; ২১ মাৰ্চ, ১৬৮৫ – জুলাই ২৮, ১৭৫০) বাৰোক যুগৰ এজন জাৰ্মান ৰচয়িতা আছিল। তেওঁক পশ্চিমীয়া ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ সংগীতজ্ঞ হিচাপে গণ্য কৰা হয়। বাকে মোজাৰ্ট, বিথোভেন আৰু ব্ৰহ্মৰ দৰে সংগীতজ্ঞসকলক প্ৰভাৱিত কৰিছিল আৰু তেওঁ তেওঁৰ সময়ৰ সংগীতক এক উচ্চ স্তৰৰ উৎকৰ্ষ আৰু নিখুঁততালৈ লৈ আহিছিল। বাখ পশ্চিমীয়া ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শিল্পীসকলৰ ভিতৰত অন্যতম, আৰু তেওঁৰ সংগীত সমগ্ৰ বিশ্বতে পৰিৱেশন কৰা হয়।

জোহান চেবাষ্টিয়ান বাখ
জোহান চেবাষ্টিয়ান বাক
শিল্পীৰ তুলিকাত বাকৰ প্ৰতিকৃতি
জন্ম ২১ মাৰ্চ, ১৬৮৫ (পু.শৈ.)
৩১ মাৰ্চ, ১৬৮৫ (ন.শৈ.)
আইজেনাক
মৃত্যু ২৮ জুলাই, ১৭৫০ (৬৫ বছৰ)
লিপজিগ
স্বাক্ষৰ
জোহান চেবাষ্টিয়ান বাক

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষালুটৱিস ফান বিটহ'ফন

🔥 Trending searches on Wiki অসমীয়া:

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানপ্ৰদূষণসালোক সংশ্লেষণশ্ৰী শ্ৰী বটদ্ৰৱা থানভাৰতীয় জাতীয় কংগ্ৰেছপদুমআনন্দৰাম বৰুৱাঅসমীয়া বৰ্ণমালাবড়ো ভাষাবিশ্বনন্দনাৰীএছিয়াকীৰ্তন-ঘোষামদন কামদেৱ দেৱালয়পবিতৰা অভয়াৰণ্যঅসমীয়া অভিনেতা অভিনেত্ৰীসকলৰ তালিকাবাজেটগজেন্দ্ৰ মোক্ষহিমন্ত বিশ্ব শৰ্মাদীৰ্ঘেশ্বৰী দেৱালয়মৌৰ্য সাম্ৰাজ্যঅসমীয়া লোকসাহিত্যমুদ্ৰাস্ফীতিফণী শৰ্মাকেৰুমণিহয়গ্ৰীৱ মাধৱ মন্দিৰনেমুওজাপালিঅসম আন্দোলনমেজিবুঢ়ী আইৰ সাধুমালিনী থানতৎসমউমাচল শিলালিপিগৱেষণা পদ্ধতি সম্পৰ্কীয় অসমীয়া গ্ৰন্থৰ তালিকাআন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যানামঘোষাঅশোক ফুলজাতীয়তাবাদকাগজনগেন শইকীয়াপৰ্যটনমৃদুলা বৰুৱাদ্বিতীয় বিশ্বযুদ্ধসংগীতইংৰাজী ভাষাযাদৱ পায়েংতলাতল ঘৰপ্ৰাচীৰ পত্ৰিকাঅৰুণাচল প্ৰদেশনিৰুপমা বৰগোহাঞিপৰিৱেশ তন্ত্ৰকৃষ্ণচিলাৰায়ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলমল্লিকা ফুলএৰিষ্ট'টলমোৱামৰীয়া বিদ্ৰোহগৱেষণাইষ্ট ইণ্ডিয়া কোম্পানীচলচ্চিত্ৰচাণক্যলাচিত বৰফুকনকলহিতেশ ডেকাউৎপাদন (অৰ্থনীতি)আন্তৰ্জাতিক মাতৃভাষা দিৱসঅসম লোকসেৱা আয়োগঅসমীয়া জাতিগোলকীকৰণ🡆 More