অলংকাৰ জোনবিৰি: পৰম্পৰাগত অসমীয়া অলংকাৰ

জোনবিৰি এবিধ অসমীয়া অলংকাৰ। সাধাৰণতে কেঁচা সোণেৰে এই অলংকাৰ বিধ অসমৰ থলুৱা সোণাৰিয়ে তৈয়াৰ কৰে। ই দেখিবলৈ কাঁচি জোনটোৰ দৰে বা ক'ব পাৰি ইয়াৰ আকাৰ অৰ্ধ-চন্দ্ৰৰ দৰে। উৎসৱ-পাৰ্বন, বিয়া-সবাহ আৰু বিভিন্ন মাংগলিক অনুষ্ঠানত অসমীয়া মহিলাই এই অলংকাৰ পৰিধান কৰে। ৰঙালী বিহুত বিহু নাচোতেও নাচনীয়ে ডিঙিত জোনবিৰি পিন্ধে।

অলংকাৰ জোনবিৰি: পৰম্পৰাগত অসমীয়া অলংকাৰ
জোনবিৰি

অলংকাৰ তৈয়াৰ কৰা পদ্ধতি

অসমীয়া গহনা তৈয়াৰ কৰা পদ্ধতিটো দক্ষিণ-পূৱ এছিয়াৰ পাৰম্পৰিক পদ্ধতিৰ সৈতে সাদৃশ্য থকা। বিভিন্ন সঁজুলি সমূহ যেনে:হাঁতুৰী, ভাটী, নিয়াৰি, ডাইচ, ফলি, কৰ্ষণী, কাঁটি, নোৱনি, লেপ, থিনা/ঠিনা, বাখৰ আদিৰ সহায়ত হাতেৰে এই গহনা বিশেষ তৈয়াৰ কৰা হয়। সাধাৰণতে গহনাৰ জঁকাটো ৰূপ ধাতুৰ সহায়ত তৈয়াৰ কৰি তাৰ ওপৰত সোণৰ পাতল আৱৰণ দিয়া হয়। ইয়াৰ বাবে সোণ গলাই 'স্প্ৰে' যন্ত্ৰৰ দ্বাৰা গহনাৰ ওপৰত এটা নিৰ্দিষ্ট অনুপাতত প্ৰলেপ দিয়া হয়। এই পদ্ধতিটোক সোণপানী চৰোৱা বুলিও কোৱা হয়। সাধাৰণতে অসমীয়া গহনাৰ আকাৰ-আকৃতি বা ৰূপাংকৰণ জৈৱিক বৈচিত্ৰ্য আৰু অসমীয়া বাদ্যযন্ত্ৰৰ আকৃতিৰ দ্বাৰা অনুপ্ৰাণিত। এই পদ্ধতিতে জোনবিৰিও প্ৰস্তুত কৰা হয়।

তথ্যসূত্ৰ

বাহ্যিক সংযোগ

Tags:

অসমচন্দ্ৰসবাহৰঙালী বিহু

🔥 Trending searches on Wiki অসমীয়া:

কামাখ্যা মন্দিৰধৰিত্ৰী দিৱসঅংগৰাগ মহন্তগঙ্গা নদীজামুগুৰিহাটসাঁথৰকৃষ্ণকান্ত সন্দিকৈকামৰূপ জিলাবৌদ্ধ ধৰ্মকোচ ৰাজবংশীপ্ৰাকৃতিক পৰিৱেশপাঠ্যক্ৰমকৰ্কট ক্ৰান্তিপাঁচালীমোৱামৰীয়া বিদ্ৰোহপ্ৰেমচন্দকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদআন্তৰ্জাতিক শ্ৰমিক দিৱসদৰং জিলামৰাণ জনগোষ্ঠীৰুক্মিণী হৰণ নাটবাঁহী (আলোচনী)আনন্দৰাম ঢেকিয়াল ফুকনবিষ্ণুপ্ৰসাদ ৰাভাভাৰতৰ জাতীয় পতাকাশকুন্তলা (চলচ্চিত্ৰ)অসমীয়া যুক্তাক্ষৰবক ফুলসাহিত্য সমালোচনাকাঠনিবাৰী ঘাটযৌন সংক্ৰামক ৰোগলক্ষ্মীনাথ বেজবৰুৱাজৈৱিক কৃষিআজান পীৰতগৰৰাধাগোবিন্দ বৰুৱাপথৰুঘাটৰ ৰণছট পূজাৰাভা ভাষাসৰ্বশিক্ষা অভিযাননাগৰিকত্ব (সংশোধনী) আইন, ২০১৯জোনবিল মেলাঅসমত দেখা পোৱা উদ্ভিদসমূহৰ তালিকামহামায়া ধামভূমি প্ৰদূষণৰূপালীমনীলমণি ফুকন (কনিষ্ঠ)আহোম-মোগলৰ সংঘৰ্ষঅসমীয়া ভাষা আন্দোলনতৰল পদাৰ্থউইলিয়াম শ্বেইকছপীয়েৰআউনীআটী সত্ৰসাক্ষৰতাচোৰধৰাএহাত ডাবাপদাৰ্থ বিজ্ঞানআকবৰগুৱাহাটীম'হৰ শিঙৰ পেঁপাৰাজিয়া চুলতানাহিন্দু ধৰ্মঅসমৰ শাক-পাচলিৰ তালিকাতেজআবেগমণিপুৰপূৰবী বৰমুদৈপদ (ব্যাকৰণ)মাহমহাভৈৰৱ মন্দিৰইছলামহীৰেন ভট্টাচাৰ্যকেঁচুঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল🡆 More