জীৱনৰ বাটত

জীৱনৰ বাটত উপন্যাসখনৰ লেখক হৈছে বীণা বৰুৱা। বীণা বৰুৱাৰ প্ৰকৃত নামটো হৈছে বিৰিঞ্চি কুমাৰ বৰুৱা৷ জীৱনৰ বাটত উপন্যাসখনক অসমীয়া সাহিত্যৰ প্ৰথমখন সৰ্বাংগ সুন্দৰ উপন্যাস হিচাপে স্বীকৃতি দিয়া হয়। উপন্যাসখনৰ প্ৰথম প্ৰকাশ হৈছিল ১৯৪৪ চনত৷

জীৱনৰ বাটত  
লেখক বীণা বৰুৱা (বিৰিঞ্চি কুমাৰ বৰুৱা)
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ সামাজিক উপন্যাস
প্ৰকাশ ১৯৪৪
মিডিয়া প্ৰকাৰ মুদ্ৰণ

কাহিনীৰ সাৰাংশ

এদিন মৌজাদাৰৰ পুতেকৰ সৈতে কমলাকান্ত নামৰ এজন কলেজীয়া ল'ৰা মৌজাদাৰৰ ঘৰৰ বিয়ালৈ আহিছিল। সেই দিনাই তেওঁ তগৰ নামৰ এজনী ছোৱালীৰ লগত পৰিচয় ঘটে। সেই সময়তে দুয়োজনৰ মনত ভাল পোৱা ভাৱ গঢ়ি উঠে। পিছে কমলাকান্ত পুনৰ চহৰলৈ উভতি যায়। চহৰত এখন উচ্চ পদত চাকৰি পোৱাত তেওঁ চহৰৰ সম্ভ্ৰান্ত পৰিয়ালৰ ছোৱালী সুপ্ৰভাক বিয়া কৰায় আঙঠি পিন্ধাই অহা তগৰক উপেক্ষা কৰিছে। আনহাতে তগৰকো তেওঁৰ দেউতাকে গাঁৱৰে ধৰণী নামৰ এজন শিক্ষকৰ লগত জোৰকৈ একেৰাতিৰ ভিতৰতে বন্দোবস্ত কৰি বিয়া দিয়ে। এহাতে ৰোগত ধৰণীৰ মৃত্যু হৈছে আনহাতে কমলাকান্তৰ জীৱনলৈ চৰম দুৰ্দশা নামি আহিছে। এনে চৰম দুৰ্দশাৰ সময়তে কমলাকান্ত আৰু তগৰৰ পুনৰ চহৰত দেখা দেখি হৈছে |

চৰিত্ৰসমূহ

তগৰ,কমলাকান্ত,ধৰণী,সুপ্ৰভা,মহীকান্ত,আহিনী, ভোগদত্ত মৌজাদাৰ, ৰায়বাহাদুৰ মাণিক হাজৰিকা, বাপুৰাম বৰা, দাৰোগা মাধৱ মহন্ত, গোলাপ ডাক্টৰ, সুনদ, নাদুকী ইত্যাদি। ইয়াৰ প্ৰধান তিনিটা চৰিত্ৰ - তগৰ, কমলাকান্ত আৰু ধৰণী। উপন্যাসখনৰ কাহিনী গঠিত হৈছে তগৰৰ জীৱনৰ কাহিনীক লৈ আৰু তগৰক কেন্দ্ৰ কৰিয়ে কাহিনীৰ প্ৰয়োজনত আন আন চৰিত্ৰসমূহ সৃষ্টি কৰা হৈছে।

তথ্য সংগ্ৰহ

Tags:

বিৰিঞ্চি কুমাৰ বৰুৱা

🔥 Trending searches on Wiki অসমীয়া:

উপভাষাপৰ্যটনকিংখাপফ্ৰান্সসাঁচিগছঝুমুৰওৰাং ৰাষ্ট্ৰীয় উদ্যানআদাজীৱনৰ বাটতসংখ্যাকালিৰাম মেধিমধুপুৰ বহুদূৰব্যক্তিত্বভ্ৰাম্যমাণ থিয়েটাৰহিমন্ত বিশ্ব শৰ্মামিৰি জীয়ৰীঢেঁকীতেজপুৰশিৱসাগৰৰ শিৱদৌলফলৰ তালিকাফাট বিহুবিশেষ্য পদহাঁচতিফেইচবুকভাৰতীয় নাগৰিকত্ব আইনআনন্দৰাম বৰুৱাআয়তক্ষেত্ৰকলিমাঅসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকাপৰিয়ালবিহু নৃত্যআলোচনীভাৰতীয় ৰেলজ্যোতিপ্ৰসাদ আগৰৱালাদুৰ্যোগমালিতাৰাসোৎসৱদিখৌ নদীহাবুংঅসমীয়া বৰ্ণমালাটঙালিবনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনলিমাৰিক (কবিতা)প্ৰযুক্তিসংগীতনেপালী জনগোষ্ঠীমানৱ শৰীৰবসন্ত ঋতুমৌলিক সংখ্যাঈদ-উল-জুহাপ্ৰাগজ্যোতিষপুৰপৰিৱেশ অধ্যয়নকৃষ্ণচন্দ্ৰ নেপালী পোখৰেলকৰম পূজাবৃত্তবৈচাগুৰঘুনাথ চৌধাৰীঅসমৰ মাছঅনুসূচীত জাতি আৰু অনুসূচীত জনজাতিঅম্বুবাচীপঞ্চায়তী ৰাজমাইলছ ব্ৰনছনভগ্নাংশ (গণিত)পৰ্যাবৃত্ত তালিকাঅসমৰ পৰম্পৰাগত সাজ-পাৰৰাজনৈতিক দলগোলকীয় উষ্ণতা বৃদ্ধিসাহিত্য অকাডেমি বঁটামাটিবিজ্ঞানঅসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদবংগ বিভাজন (১৯০৫)🡆 More