জিংক

জিংক (ইংৰাজী: Zinc) হৈছে এবিধ ৰাসায়নিক মৌল। ইয়াৰ সংকেত আৰু আনৱিক সংখ্যা ৩০। ই পৰ্যাবৃত্ত তালিকাৰ ১২ নং বৰ্গৰ প্ৰথম মৌল। ৰাসায়নিকভাৱে মেগনেছিয়ামৰ লগত ইয়াৰ কিছু সাদৃশ্য আছে: দুয়োৰে মাত্ৰ এটা জাৰণ অৱস্থা আছে (+২), আৰু Zn২+ আৰু Mg২+ আয়ন দুটাৰ আকাৰ সমান। ই হৈছে পৃথিৱী পৃষ্ঠৰ ২৪তম সৰ্বাধিক প্ৰকাৰভেদ থকা মৌল আৰু ইয়াৰ পাঁচটা সুস্থিৰ আইছ'টপ আছে। ইয়াৰ প্ৰধান আকৰিক হৈছে ষ্ফালেৰাইট (জিংক ব্লেণ্ড), এক প্ৰকাৰৰ জিংক ছালফাইড লৱণ।

জিংক,  30Zn
জিংক
সাধাৰণ ধৰ্মসমূহ
নাম, সংকেত জিংক, Zn
Appearance ৰূপালী-ধূসৰ
উচ্চাৰণ /ˈzɪŋk/
zingk
পৰ্যাবৃত্ত তালিকাত জিংক
.
হাইড্ৰ'জেন (দ্বিঅনুবিশিষ্ট অধাতু)
হিলিয়াম (সম্ভ্ৰান্ত গেছ)
Lithium (ক্ষাৰ ধাতু)
Beryllium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Boron (ধাতুকল্প)
Carbon (বহুআনৱিক অধাতু)
Nitrogen (দ্বিঅনুবিশিষ্ট অধাতু)
Oxygen (দ্বিঅনুবিশিষ্ট অধাতু)
Fluorine (দ্বিঅনুবিশিষ্ট অধাতু)
Neon (সম্ভ্ৰান্ত গেছ)
Sodium (ক্ষাৰ ধাতু)
Magnesium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Aluminium (post-transition metal)
Silicon (ধাতুকল্প)
Phosphorus (বহুআনৱিক অধাতু)
Sulfur (বহুআনৱিক অধাতু)
Chlorine (দ্বিঅনুবিশিষ্ট অধাতু)
Argon (সম্ভ্ৰান্ত গেছ)
Potassium (ক্ষাৰ ধাতু)
Calcium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Scandium (transition metal)
Titanium (transition metal)
Vanadium (transition metal)
Chromium (transition metal)
Manganese (transition metal)
Iron (transition metal)
Cobalt (transition metal)
Nickel (transition metal)
Copper (transition metal)
Zinc (transition metal)
Gallium (post-transition metal)
Germanium (ধাতুকল্প)
Arsenic (ধাতুকল্প)
Selenium (বহুআনৱিক অধাতু)
Bromine (দ্বিঅনুবিশিষ্ট অধাতু)
Krypton (সম্ভ্ৰান্ত গেছ)
Rubidium (ক্ষাৰ ধাতু)
Strontium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Yttrium (transition metal)
Zirconium (transition metal)
Niobium (transition metal)
Molybdenum (transition metal)
Technetium (transition metal)
Ruthenium (transition metal)
Rhodium (transition metal)
Palladium (transition metal)
Silver (transition metal)
Cadmium (transition metal)
Indium (post-transition metal)
Tin (post-transition metal)
Antimony (ধাতুকল্প)
Tellurium (ধাতুকল্প)
Iodine (দ্বিঅনুবিশিষ্ট অধাতু)
Xenon (সম্ভ্ৰান্ত গেছ)
Caesium (ক্ষাৰ ধাতু)
Barium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Lanthanum (লেণ্ঠানাইড)
Cerium (লেণ্ঠানাইড)
Praseodymium (লেণ্ঠানাইড)
Neodymium (লেণ্ঠানাইড)
Promethium (লেণ্ঠানাইড)
Samarium (লেণ্ঠানাইড)
Europium (লেণ্ঠানাইড)
Gadolinium (লেণ্ঠানাইড)
Terbium (লেণ্ঠানাইড)
Dysprosium (লেণ্ঠানাইড)
Holmium (লেণ্ঠানাইড)
Erbium (লেণ্ঠানাইড)
Thulium (লেণ্ঠানাইড)
Ytterbium (লেণ্ঠানাইড)
Lutetium (লেণ্ঠানাইড)
Hafnium (transition metal)
Tantalum (transition metal)
Tungsten (transition metal)
Rhenium (transition metal)
Osmium (transition metal)
Iridium (transition metal)
Platinum (transition metal)
Gold (transition metal)
Mercury (transition metal)
Thallium (post-transition metal)
Lead (post-transition metal)
Bismuth (post-transition metal)
Polonium (post-transition metal)
Astatine (ধাতুকল্প)
Radon (সম্ভ্ৰান্ত গেছ)
Francium (ক্ষাৰ ধাতু)
Radium (ক্ষাৰকীয় মৃত্তিকা ধাতু)
Actinium (এক্টিনাইড)
Thorium (এক্টিনাইড)
Protactinium (এক্টিনাইড)
Uranium (এক্টিনাইড)
Neptunium (এক্টিনাইড)
Plutonium (এক্টিনাইড)
Americium (এক্টিনাইড)
Curium (এক্টিনাইড)
Berkelium (এক্টিনাইড)
Californium (এক্টিনাইড)
Einsteinium (এক্টিনাইড)
Fermium (এক্টিনাইড)
Mendelevium (এক্টিনাইড)
Nobelium (এক্টিনাইড)
Lawrencium (এক্টিনাইড)
Rutherfordium (transition metal)
Dubnium (transition metal)
Seaborgium (transition metal)
Bohrium (transition metal)
Hassium (transition metal)
Meitnerium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Darmstadtium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Roentgenium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Copernicium (transition metal)
Ununtrium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Flerovium (post-transition metal)
Ununpentium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Livermorium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Ununseptium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)
Ununoctium (অজ্ঞাত ৰাসায়নিক ধৰ্ম)


Zn

Cd
কপাৰজিংক → গেলিয়াম
আনৱিক সংখ্যা (Z) ৩০
গ্ৰুপ, ব্লক ১২, d-ব্লক
পৰ্যায় period 4
মান আনৱিক ভৰ (±) (Ar) 65.38(2)
ইলেক্ট্ৰনৰ বিন্যাস [Ar] ৩d১০ ৪s
প্ৰতি কক্ষত
২, ৮, ১৮, ২
ভৌতিক ধৰ্মসমূহ
দশা কঠিন
গলনাংক 692.68 কে ​(419.53 °ছে, ​787.15 °ফা)
উতলাংক 1180 কে ​(907 °ছে, ​1665 °ফা)
ঘনত্ব কক্ষ তাপমানৰ ওচৰত 7.14 g/cm3
জলীয় অৱস্থাত, m.p. 6.57 g/cm3
Heat of fusion 7.32 kJ/mol
মৌলৰ তাপ 115 কি.জুল/ম'ল
Molar heat capacity 25.470 J/(mol·K)
বাস্পীয় চাপ
P (Pa) 1 10 100 1 k 10 k 100 k
at T (K) 610 670 750 852 990 1179
আনৱিক ধৰ্মসমূহ
জাৰণ অৱস্থা -২, ০, +১, +২ ​(এক এম্ফ'টেৰিক অক্সাইড)
বিদ্যুৎঋণাত্মকতা Pauling scale: 1.65
আয়নিভৱন শক্তি 1st: 906.4 kJ/mol
2nd: 1733.3 kJ/mol
3rd: 3833 kJ/mol
(more)
Atomic radius empirical: 134 pm
Covalent radius 122±4 pm
Van der Waals radius 139 pm

প্ৰায় ১২শ শতিকালৈকে ভাৰতত প্ৰচুৰ পৰিমাণে জিংকৰ উৎপাদন কৰা হোৱা নাছিল আৰু প্ৰায় ১৬শ শতিকাৰ শেষ ভাগলৈকে ইয়াৰ বিষয়ে ইউৰোপীয় দেশসমূহে জনা নাছিল। খ্ৰীষ্টপূৰ্ব প্ৰায় ৬শ শতিকাতেই ৰাজস্থানৰ খনিৰ পৰা জিংক আহৰণ কৰাৰ প্ৰমাণ পোৱা গৈছে। বৰ্তমান, আটাইতকৈ পুৰণি প্ৰায় ৯শ শতিকাত বিশুদ্ধকৰণ প্ৰক্ৰিয়া ব্যৱহাৰ কৰি বিশুদ্ধ জিংক ৰাজস্থানৰ জাৱাৰৰ পৰা আহৰণ কৰাৰ প্ৰমাণ আছে। আলকেমিষ্টসকলে "ফিল'ছফাৰছ ঊল" (দাৰ্শনিকৰ ঊণ) বা "হোৱাইট স্ন'" (শুকুলা বৰফ) প্ৰস্তুত কৰিবলৈ জিংকক বায়ুত দহন ঘটায়।


উন্নয়নশীল দেশত জিংকহীনতাই প্ৰায় দুই নিযুত লোকক প্ৰভাৱিত কৰিছে আৰু বহু ৰোগৰ সৃষ্টি কৰিছে। জিংকৰ অভাৱত শিশুৰ বৃদ্ধি বাধাগ্ৰস্থ, প্ৰজনন বয়স্কতা মন্থৰ কৰে আৰু ডায়েৰিয়াৰ দৰে সংক্ৰমন হয়। অত্যধিক জিংক সেৱনৰ ফলত এটাক্সিয়া, লেথাৰ্জি আৰু কপাৰহীনতা হ'ব পাৰে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

ইংৰাজী ভাষাপৰ্যাবৃত্ত তালিকাৰাসায়নিক মৌল

🔥 Trending searches on Wiki অসমীয়া:

ঘিলাখেলভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্যক্ৰিকেটনলিনীবালা দেৱীকাউণ্টি কিউলেনমণিৰাম দেৱানঅসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ তালিকাভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থানঅশোকৰ অনুশাসনঅসমৰ কণ্ঠশিল্পীসকলৰ তালিকাস্বাধীনতা দিৱস (ভাৰত)অজন্তা গুহাসমূহবাংলাদেশভাৰতীয় ৰেলগণিতউপভাষাবিজ্ঞানগুৰু আসনজোনাকী (আলোচনী)ভাৰতৰ জাতীয় পতাকাহিন্দ স্বৰাজসমাজভৌতিক সংস্কৃতিএ পি জে আব্দুল কালামপতঞ্জলিৰ যোগসূত্ৰৱিকিমিডিয়া কমন্সসমাৰ্থক শব্দনৱগ্ৰহ মন্দিৰ, গুৱাহাটীঅসমীয়া ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলমিৰি জীয়ৰীৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘবিশেষ শিক্ষাপলাশীৰ যুদ্ধভটা-গুটিহীৰেন গোহাঁইচাইবাৰ নাৰীবাদআমেৰিকা যুক্তৰাষ্ট্ৰগৌতম বুদ্ধ২০২৩শিৱশ্ৰীমদ্ভগৱতগীতামণিকৰ্ণেশ্বৰ দেৱালয়এছিয়াত নাৰী মুক্তি আন্দোলনভাৰত-চীন যুদ্ধবাঁহীঅসমীয়া গদ্য-সাহিত্যৰ গতি-পথব’হাগঅসমৰ জিলাসমূহউমাচল শিলালিপিপিয়েৰ দি ফাৰ্মাকীৰ্তন-ঘোষাচৰ্যাপদবুৰঞ্জী সাহিত্যনিউটনৰ গতিৰ সূত্ৰবাল্য বিবাহনাট্য শাস্ত্ৰধ্বনিতত্ত্বঅসমৰ গামোচাঅসমৰ কাঁহ শিল্পমইনা পাৰিজাতৱিকিবসন্ত ঋতুকাৰেংঘৰফুলগুৰি ধেৱাব্ৰময়ুগমঅনাভেদী যৌনক্ৰিয়াআৰ্যভট্টদৰ্শনকামাখ্যা মন্দিৰভাৰতৰ শাস্ত্ৰীয় নৃত্যকানাই বৰশী বোৱা শিলালিপিশিশুৰ খেল-ধেমালিচৰক সংহিতাতাপগতি বিজ্ঞান🡆 More