জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি

জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি (ইংৰাজী: Nationalist Congress Party) চমুকৈ NCP, ভাৰতৰ অন্যতম জাতীয় দল। এই দলটোৱে সাধাৰণতে ভাৰতীয় জাতীয়তাবাদ আৰু গান্ধী ধৰ্মনিৰপেক্ষতাক সমৰ্থন কৰে। ই মহাৰাষ্ট্ৰৰ সৰ্ববৃহৎ বিৰোধী দল আৰু নাগালেণ্ডৰ তৃতীয় বৃহত্তম দল। আন ৰাজ্যতো ই এক উল্লেখযোগ্য দল।

জাতীয়তাবাদী কংগ্ৰেস পাৰ্টি
জাতীয়তাবাদী কংগ্ৰেছ পাৰ্টি
সভাপতি শৰদ পাৱাৰ
সংসদীয় সভাপতি
লোকসভাত নেতা
ৰাজ্যসভাত নেতা
প্ৰতিষ্ঠা ১৯৯৯
মূখ্য কাৰ্যালয় ১০, বিশ্বম্ভৰ দাস মাৰ্গ, নতুন দিল্লি, ১১০০০১
ৰাজনৈতিক মতাদৰ্শ প্ৰগতিবাদ
গান্ধীবাদী ধৰ্মনিৰপেক্ষতা
সামাজিক সমতা
সামাজিক ন্যায়বিচাৰ
যুক্তৰাষ্ট্ৰবাদ
আন্তৰ্জাতিক অধিভুক্তি নাই
দলীয় ৰং অ্যাকোয়া
ৱেবছাইট http://www.ncp.org.in

নীতি-আদৰ্শ

এনচিপিৰ মুম্বাইৰ সভাপতি নবাব মলিকৰ মতে দলটোৱে ভাৰতৰ একত্ৰীকৰণৰ পোষকতা কৰে, লগতে ভাৰত, পাকিস্তান আৰু বাংলাদেশ পুনৰ এক দেশ হোৱাৰ প্ৰস্তাৱ আগবঢ়াইছে। মালিকে ইয়াক জাৰ্মানীৰ পুনৰ একত্ৰীকৰণৰ সৈতে তুলনা কৰিছিল আৰু কৈছিল "যদি বাৰ্লিনৰ দেৱাল ভাঙিব পৰা যায়, তেন্তে ভাৰত, পাকিস্তান আৰু বাংলাদেশ কিয় একত্ৰিত নহয়?"

তথ্য সংগ্ৰহ

Tags:

ইংৰাজী ভাষা

🔥 Trending searches on Wiki অসমীয়া:

ৰেৱতী মোহন দত্তচৌধুৰীলোঅসমীয়া ভাষা আন্দোলনকৰ্কট ক্ৰান্তিক্ৰিষ্টোফাৰ কলম্বাছকলনামঘৰমৰমৰ দেউতাঅৰুণোদইবাঙালী জাতিকামাখ্যা দেৱীআহোম ৰাজবংশঅনিৰুদ্ধদেৱঅসমৰ ৰাজ্যপালসকলৰ তালিকাকলিতা জনগোষ্ঠীনৰেন্দ্ৰ মোদীবাঁহীকুকুৰামোগল সাম্ৰাজ্যনেতাই ধুবুনী ঘাটলুৰিন জ্যোতি গগৈসদৌ অসম ছাত্ৰ সন্থাহাজোআঙুলি সঞ্চালনবাণীকান্ত কাকতিভাৰতৰ জাতীয় পতাকাদক্ষিণ আমেৰিকাঅসমীয়া লোক-সংস্কৃতিঅব্যয় পদনাৰী সবলীকৰণকোচ ৰাজবংশবিহুভট্টদেৱকোষ (জীৱবিজ্ঞান)অসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাআৱাহন (আলোচনী)ভাৰত ৰত্নজল প্ৰদূষণন'বেল বঁটা বিজয়ী (সাহিত্য)অসমৰ নৃ-প্ৰজাতীয় গাঁথনিফুটবলবহনক্ষম উন্নয়নৰ লক্ষ্যভাৰতৰ ৰাজহুৱা খণ্ডৰ উদ্যোগমানৱ শৰীৰপোহৰবিবাহমেঘালয়ফাকুৱাযোগেশ দাসঅসমীয়া প্ৰতিদিনপূৰবী বৰমুদৈঅসমীয়া উপন্যাসজাতনামসাহিত্যপৰ্যাবৃত্ত তালিকাপৰ্যটনপাচন নলীমণিপুৰী নৃত্যবহল ব্যাকৰণভাৰত-আৰ্য ভাষা পৰিয়ালআনন্দ চন্দ্ৰ বৰুৱাসূৰ্যকুমাৰ ভূঞানেলছন মেণ্ডেলাক্ষঘৰবনফুলসত্যনাথ বৰাসমাৰ্থক শব্দগান্ধীবাদজোনাকী (আলোচনী)পালি ভাষালাচিত বৰফুকনযোৰহাট জিলাসূৰ্য (দেৱতা)বৰপেটা সত্ৰমৃত্যুঞ্জয়বুৰঞ্জী সাহিত্য🡆 More