জয়প্ৰকাশ নাৰায়ণ

জয়প্ৰকাশ নাৰায়ণ (ইংৰাজী: Jayaprakash Narayan; ১৯০২–১৯৭৯) ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এজন আগশাৰীৰ মুক্তি যুদ্ধা আছিল। দেশ তথা জনতাৰ নামত নিজকে উছৰ্গা কৰা এই লোকনায়ক গৰাকীক ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন বঁটাৰে ১৯৯৯ চনত বিভূষিত কৰিছিল। ১৯৩০-৩২ চনত তেওঁ কংগ্ৰেছ দলৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বাৰাণাসীত থকা ইনষ্টিটিউট অৱ গান্ধীয়ান ষ্টাডিজ নামৰ অনুষ্ঠানটিৰ প্ৰতিষ্ঠাতা আছিল।

জয়প্ৰকাশ নাৰায়ণ
জয়প্ৰকাশ নাৰায়ণ
জন্ম ১১ অক্টোৱৰ, ১৯০২
সীতাৰদিয়াৰা, সাৰন সংমণ্ডল, চাপৰা বিহাৰ, বিহাৰ
মৃত্যু ৮ অক্টোবৰ, ১৯৭৯ (৭৬ বছৰ)
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব জয়প্ৰকাশ নাৰায়ণ ভাৰত

জন্ম আৰু পৰিয়াল

জয়প্ৰকাশ নাৰায়ণৰ জন্ম হয় ১৯০২ চনত ১১ অক্টোবৰত বিহাৰৰ সীতাৰদিয়াৰা নামেৰে এখন সৰু গাঁৱত। তেওঁ এটি কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতাকৰ নাম হৰ্য়ুদ আৰু মাকৰ নাম ফুলৰাণী। তেওঁ প্ৰভাৱতীৰ লগত বিবাহ পাশত আবদ্ধ হয়।

শিক্ষা জীৱন

জয়প্ৰকাশ নাৰায়ণে অসহযোগ আন্দোলনৰ বাবেই তেওঁৰ কলেজীয়া শিক্ষাত আধাতে এৰি কলেজ ত্যাগ কৰে। আনকি তেওঁ বিশ্ববিদ্যালয়ৰ বৃত্তি ল'বলৈও অস্বীকাৰ কৰে। ১৯২২ চনত তেওঁ উচ্চ শিক্ষা লবলৈ আমেৰিকালৈ যায়। আমেৰিকাত তেওঁ প্ৰায় আঠবছৰ কাল অধ্যয়নত কটায়। তেওঁ ঘৰুৱা আৰ্থিক অৱস্থা টনকিয়াল নাছিল বাবে আমেৰিকাত পঢ়া দিন কেইটা কষ্টৰে কটাবলগীয়া হৈছিল। সেয়ে তেওঁ নিজৰ পঢ়াৰ খৰচ উলিয়াবলৈ কেতিয়াবা ফল-মূলৰ দোকানত, কেতিয়াবা ইস্পাত কাৰখানাত, কেতিয়াবা ৰেষ্টুৰাঁ আদিত কাম কৰিছিল। কামৰ মাজতো পঢ়াত তেওঁ ঠিকে মনোযোগ ৰাখিছিল। ১৯২৯ চনত তেওঁ আমেৰিকাৰ পৰা নিজ দেশ ভাৰতলৈ উভতি আহে।

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

Tags:

জয়প্ৰকাশ নাৰায়ণ জন্ম আৰু পৰিয়ালজয়প্ৰকাশ নাৰায়ণ শিক্ষা জীৱনজয়প্ৰকাশ নাৰায়ণ তথ্য সংগ্ৰহজয়প্ৰকাশ নাৰায়ণ বাহ্যিক সংযোগজয়প্ৰকাশ নাৰায়ণ

🔥 Trending searches on Wiki অসমীয়া:

ভাৰত-চীন যুদ্ধজয়মতী কুঁৱৰীবাজেটহেটুলুকাঅসমৰ মহকুমাসমূহৰ তালিকাকুঁহিয়াৰনামচিংৱিকিমিডিয়া কমন্সপবা বৰ্ষাৰণ্যসৌৰজগতমায়া (আলোচনী)অৰ্ণৱ, আস্থা আৰু JECমুদ্ৰাস্ফীতিমিচিং জনগোষ্ঠীশ্ৰী শ্ৰী বটদ্ৰৱা থানশ্ৰীকৃষ্ণকীৰ্তনৰাজিয়া চুলতানাভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্যযোৰহাটনেঘেৰিটিং শিৱদৌলডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানটকা (বাদ্য)যতি-চিনগুৰু আসনচামগুৰি সত্ৰমোহিনিয়াত্তমভেঁকুৰশিক্ষা মনোবিজ্ঞানঅসমৰ সাহিত্যিকসকলৰ তালিকাজৈৱ বৈচিত্ৰ্যমনসাবিশ্বব্ৰহ্মাণ্ডহৈ গুদু খেলজয়সাগৰ পুখুৰীৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘমিৰি জীয়ৰীঅসমত দেখা চৰাইবোৰঅ'ৰা (অপেশ্বৰী)চিলাৰায়হীৰেন গোহাঁইঅসম গণ পৰিষদডিগবৈ তেল শোধনাগাৰপিয়লি বৰুৱালক্ষ্মীনন্দন বৰাসপ্তকাণ্ড ৰামায়ণঅসমীয়া গীতি সাহিত্যঅসমইছলামকোচ ৰাজবংশভাৰতৰ নিৰ্বাচন আয়োগঅসমৰ সাধুকথাভাৰতৰ সংবিধানদঁতাল হাতীৰ উঁয়ে খোৱা হাওদাভাৰতীয় জনতা পাৰ্টিপৰিয়াললতাকটা ৰণলোকবিশ্বাসআত্মসহায়ক গোটখনিকৰ পুথিযোগাসনৰাজনৈতিক দলইণ্টাৰনেটক্ৰিকেটভটা-গুটিজোনাকী (আলোচনী)অসমৰ পুৰণি স্থাপত্যভাওনাবিজ্ঞাপনঅসমৰ বাতৰি কাকত আৰু আলোচনীৰ তালিকাশৰৎচন্দ্ৰ চট্টোপাধ্যায়খো-খোমণিৰাম দেৱান🡆 More